ভুলতো ঘৰৰ এই দিশত অপৰাজিতা ফুল ৰোপন নকৰিব : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, July 28, 2022

ভুলতো ঘৰৰ এই দিশত অপৰাজিতা ফুল ৰোপন নকৰিব : Assamese Fact

Assamese Fact


বাস্তু শাস্ত্ৰত এনে বহু উদ্ভিদৰ কথা কোৱা হৈছে যে-যি ঘৰত লগালে সকাৰত্মক উৰ্জা লগতে সফলতাও প্ৰাপ্ত হয়। ( Assamese Fact )


এই উদ্ভিদে আমাৰ জীৱনত বহু প্ৰভাৱ পেলায়।তেনে এবিধ উদ্ভিদ হৈছে-অপৰাজিতা ফুল। সংস্কৃতত অপৰাজিতাক- বিষ্ণুপ্ৰিয়া,বিষ্ণুক্ৰান্তা, গিৰিকৰ্ণ,অশ্বখুৰা কোৱা হয়।


*অপৰাজিতা দুই প্ৰকাৰৰ থাকে।বগা আৰু নীলা।অপৰাজিতা এজোপা বেল হয়।যাক ধনৰ বেল বুলি কোৱা হয়।যিদৰে অপৰাজিতাৰ বেল বাঢ়ে-বৃদ্ধি হয়-তেনেদৰে-ধন,সুখ আৰু সম্পন্নতা বৃদ্ধি হয়।


*ধন আকৰ্ষিত কৰে-অপৰাজিতাই-


*বগা ৰংৰ অপৰাজিতাই ধনলক্ষ্মীক আকৰ্ষিত কৰে।

অপৰাজিতা ফুল ঘৰত ৰোপন কৰিলে-ব্যক্তিৰ ওপৰত কোনোধৰণৰ সংকট অহাৰ সম্ভাৱনা কম হয়।বগা অপৰাজিতা ঘৰত ৰোপন কৰিলে-ঘৰত সুখ-শান্তি থাকে আৰু ধনৰ অভাৱ নহয়। ( Assamese Fact )


*নীলা অপৰাজিতাৰ লাভ-


*ঘৰৰ সৌন্দৰ্য বৃদ্ধি কৰিবলৈ সকলোৱে নিজৰ বাগিচাত নীলা অপৰাজিতা ৰোপন কৰে।নীলা অপৰাজিতাইও ধন লক্ষ্মীক আকৰ্ষিত কৰে।ইয়াৰ বাহিৰেও ঘৰত নীলা অপৰাজিতা থাকিলে পৰিয়ালৰ লোকসকলৰ মাজত বুদ্ধি বৃদ্ধি হয়।লগতে এয়াও মান্যতা আছে যে-অপৰাজিতাৰ ফুল ভগৱান বিষ্ণুক অৰ্পণ কৰিলে-পৰিয়ালটো কোনো দিন পৰাজিত নহয়।ইয়াৰ বাহিৰেও নীলা অপৰাজিতাৰ ফুল শনিদেৱক অপৰ্ণ কৰিলে শনিৰ মহাদশাৰ পৰা পোৱা কষ্টৰ পৰা মুক্তি পোৱা যায়।


*বাস্তু অনুসাৰে-

অপৰাজিতা ঘৰৰ উত্তৰ দিশে ৰোপন কৰিব লাগে।এনে কৰিলে শুভ লাভ দিয়ে আৰু ঘৰত সুখ শান্তি থাকে।অপৰাজিতা-ভুলটো পশ্চিম বা দক্ষিণ দিশে লগাব নালাগে


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।  ( Assamese Fact )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup




No comments:

Post a Comment

Advertisement

Pages