মুকুতাৰ আঙুঠি পিন্ধাৰ আগতে এইকেইটা দিশ চোৱাৰ দৰকাৰ : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, July 28, 2022

মুকুতাৰ আঙুঠি পিন্ধাৰ আগতে এইকেইটা দিশ চোৱাৰ দৰকাৰ : Assamese Fact

Assamese Fact


আমি সকলোৱে বিশ্বাস কৰোঁ যে-মুকুতাই মন শান্ত কৰি ৰাখে।চঞ্চল মনক স্থিৰতা প্ৰদান কৰে মুকুতাৰ আঙুঠিয়ে।  ( Assamese Fact )


কিন্তু মুকুতাৰ আঙঠি পিন্ধিব নজনাৰ বাবে হিতৰ বিপৰীতে অপকাৰ কৰে মুকুতাৰ আঙুঠিয়ে।


মুকুতাৰ আঙঠি পিন্ধাৰ আগতে-এইকেইটা দিশ চোৱাৰ দৰকাৰ। মুকুতাৰ আঙুঠি পিন্ধাৰ-কেইটামান গুৰুত্বপূৰ্ণ কথা


১/মুকুতাৰ আঙুঠি সদায়-সোঁ হাতৰ অনামিকা আঙুলিত পিন্ধিব লাগে।


২/মুকুতাটোৱে আপোনাৰ ছালখন স্পৰ্শ কৰি থাকিব লাগে।


৩/মুকুতাৰ ওজন নূন্যতম ৭/৮ৰতি হোৱাটো দৰকাৰ।

 ( Assamese Fact )


৪/মুকুটা আঙুঠি পিন্ধাৰ পূৰ্বে-গংগা জল নতুবা গৰু গাখীৰত ১০মিনিট ডুবাই থব লাগে।


৫/মুকুতাৰ আঙুঠি প্ৰথম গ্ৰহণ কৰাৰ সময়ত-শুক্ল পক্ষৰ সোমবাৰে দিনৰ ভাগত পিন্ধিব লাগে।


৬/মুকুতাৰ আঙুঠি প্ৰতিবাৰ পিন্ধাৰ সময়ত এটা মন্ত্ৰ উচ্চাৰণ কৰিব লাগে।মন্ত্ৰটো হৈছে-ঔম চন্দ্ৰায়া নমাহঃ।{সংগ্ৰহিত}


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।  ( Assamese Fact )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages