২৩ জেঠ, মঙ্গলবাৰ ইং ৭ জুন ,
২০২২ । ( Horoscope Today )
১. *মেষ ৰাশি* (অ,ল) : - মেষ
ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত আমোদ প্ৰমোদ ভাৱ বাঢ়িব, যদিও আজি আপুনি মনটো সুস্থিৰ কৰি ৰাখক, লগতে মনত অহংকাৰ ভাৱ আহিব নিদিব।
২. *বৃষ ৰাশি*( উ,ব,ই) : - বৃষ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত আৰ্থিক দিশত শুভ হ'ব, খেতিয়ক সকলে ধন-ধান লাভ হ'ব, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত সামান্য ব্যস্ততা বৃদ্ধি হোৱাৰ ৰোগ দেখা যায়।
৩. *মিথুন ৰাশি* ( ক,ছ) : - মিথুন ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত সামান্য দ্বায়িত্ব বাঢ়িব, পাৰিবাৰিক দিশত সুখ বাঢ়িব যদিও আজি আপুনি সজাগ নহ'লে সামান্য ক্ষতি হোৱাৰ ৰোগ দেখা যায়।
৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ সকলৰ আজিৰ কৰ্মত সামান্য জটিলতা বাঢ়িব, কৰ্মস্থান সামান্য পৰিবৰ্তন হ'ব পাৰে, লগতে আজি সজাগ নক্ষলে আপোনাৰ ঘৰুৱা দিশত সামান্য অশান্তি সৃষ্টি হোৱাৰ যোগ দেখা যায়।
৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেমত শুভ ,কৰ্মত শুভ যদিও সামান্য কৰ্মস্থান পৰিবৰ্তন হ'ব পাৰে, লগতে আজি আপুনি ধন-ধান /টকা-পইছা খৰছ কৰোতে সাৱধান হোৱাটো ভাল হ'ব।
৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত ব্যস্ততা বাঢ়িব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য মনৰ আশা ভংগ হ'বও পাৰে, লগতে আজি আপোনাৰ মনত সামান্য আবেগিক ভাৱ বৃদ্ধি হোৱৰ যোগ দেখা যায়। ( Horoscope Today )
৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব, কৰ্মত উচ্চ পদ লাভ কৰিব পাৰে, যদিও আজি আপুনি সজাগ নহ'লে সামান্য মনোমালিন্য হোৱাৰ যোগ দেখা যায়।
৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত খেলুৱৈ সকলৰ শুভ হ'ব, পাৰিবাৰিক দিশত শুভ হ'ব , যদিও আজি আপুনি সকলো কৰ্মতে সজাগ হোৱাটো ভাল হ'ব।
৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত লগ বন্ধু সান্নিধ্য লাভ কৰিব, কৰ্মত সফলতা লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১০. *মকৰ ৰাশি* (খ,জ): - মকৰ ৰাশি জাতক - জাতিকাসকলৰ আজিৰ দিনটোত ঘৰুৱা দিশত সুখ শান্তি বাঢ়িব, মনত আনন্দ বাঢ়িব, লগতে আজি আপোনাৰ সম্পদ বৃদ্ধি হোৱাৰ ৰোগ দেখা যায়।
১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলৰ আজি দিনটোত মনৰ আশা ভংগ হ'ব পাৰে, আত্মগ্লানি ভাৱ বাঢ়িব পাৰে, লগতে আজি আপোনাৰ সজাগ নহ'লে ৰাজ ভয় ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায।
১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব, আগতে কৰি অহা কামৰ বাবে আজি আপুনি সন্মান লাভ কৰিব, যদিও আজি আপোনাৰ মনত সামান্য মনত খংঙ অভিমান ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায ।
"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। "
ৰাশিফল সম্বন্ধীয় আৰু লেখা পঢ়ক এই লিংকত - www.ৰাশিফল.smj24.in
"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। "
আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
-: *জ্যোতিষী* :-
শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- " মা কামাখ্যা গেট " (নাৰ্চাৰী)
গুৱাহাটী - ৯
Ph no -9101096481
Wp no - 9577136205
🙏🙏🙏🙏🙏🙏🙏
বিঃদ্ৰঃ উক্ত ৰাশিফল সন্মানীয় জ্যোতিষী নয়নজ্যোতি দেৱ শৰ্মা ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ। ( Horoscope Today )
No comments:
Post a Comment