আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, June 28, 2022

আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today

 Horoscope Today

   

১৩ আহাৰ, মঙ্গলবাৰ ইং, ২৮ জুন   

 ২০২২ । ( Horoscope Today )


১. *মেষ ৰাশি* (অ,ল) : -  মেষ 

ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত সমস্যা বোৰৰ সমাধান হ'ব, প্ৰতিভা বিকাশৰ সুযোগ লাভ হ'ব, যদিও আজি আপুনি সজাগ নহ'লে মনত সামান্য চিন্তা বৃদ্ধি  পোৱাৰ ৰোগ দেখা যায়। 


২. *বৃষ ৰাশি*( উ,ব,ই) : - বৃষ ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সামান্য পৰিবৰ্তন আহিব পাৰে, সন্তানৰ সুখ লাভ কৰিব পাৰে, আৰ্থিক দিশত শুভ হ'ব, লগতে আজি আপোনাৰ সন্মান লাভ  হোৱাৰ যোগ দেখা যায় ।


৩. *মিথুন ৰাশি* ( ক,ছ) :  - মিথুন ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত  ঋণ পৰিশোধ কৰিবলৈ সুযোগ লাভ কৰিব পাৰে, যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত সামান্য কষ্টৰ সন্মুখীন হয় লাগিব পাৰে, লগতে আজি আপুনি সজাগ নহ'লে সামান্য মনৰ আশা ভংগ  হোৱাৰ যোগ দেখা যায়।    


৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ সকলৰ আজিৰ দিনটোত নতুনকৈ কৰ্মৰ সন্ধান লাভ কৰিব পাৰে, যদিও আজি আপুনি সজাগ নহ'লে আনৰ পৰা বেয়া কথা বা বেয়া সংবাদ লাভ কৰাৰ যোগ দেখা যায়।


৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত আয় উপাৰ্জন বাঢ়িব, যদিও আজি আপুনি ভ্ৰমণত ক্ষেত্ৰত সজাগ নহ'লে  সামান্য কষ্টৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়।


৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত ঋণ পৰিশোধ কৰিবলৈ সুযোগ লাভ কৰিব পাৰে, যদিও আজি আপুনি কৰ্মক্ষেত্ৰত আৰু ব্যৱসায় বানিজ্যৰ ক্ষেত্ৰত সকলো দিশৰ পৰা সজাগ  হোৱাটো ভাল হ'ব।( Horoscope Today )


৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত সঞ্চয় বাঢ়িব, কৰ্মক্ষেত্ৰত সামান্য পৰিশ্ৰম বাঢ়িব পাৰে লগতে আজি আপুনি সজাগ নহ'লে সামান্য জটিলতা ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়। 


৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত আয় উপাৰ্জন বাঢ়িব, উত্তম ভোজন লাভ কৰিব পাৰে, লগতে আজি আপোনাৰ সম্পদ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।   


৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত সামাজিক কৰ্মত সন্মান লাভ কৰিব, আৰ্থিক দিশত শুভ হ'ব যদিও আজি আপুনি সজাগ নহ'লে আত্মীয় পৰিয়ালৰ লগত সামান্য মনোমালিন্য হোৱাৰ যোগ দেখা যায়।


১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত আনৰ পৰা সহায় সহযোগিতা লাভ কৰিব পাৰে, যদিও আজি আপুনি সজাগ নহ'লে সামান্য ক্ষতি হ'ব পাৰে লগতে আজি আপুনি যিকোনো সিদ্ধান্ত গ্ৰহণ কৰোতে সাৱধান  হোৱাটো ভাল হ'ব। 


১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলৰ আজি দিনটোত সংগীত শিল্পী সকলৰ শুভ হ'ব, যদিও আজি পোনানাৰ দেহ মনত সামান্য এলাহ ভাৱ বাঢ়িব পাৰে, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত সামান্য জটিলতাৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।


১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত নভবাকৈ হঠাৎত ধন ,সন্মান সম্পত্তি লাভ কৰিব পাৰে, যদিও আজি আপুনি সজাগ নহ'লে মনত সামান্য অশান্তিৰ ভাৱ বাঢ়িব পাৰে লগতে আজি আপুনি আপোনাৰ সঞ্চিত ধন আৰু স্বাস্থ্যৰ প্ৰতি সজাগ    হোৱাৰ যোগ দেখা যায়। 


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


ৰাশিফল সম্বন্ধীয় আৰু লেখা পঢ়ক এই লিংকত - www.ৰাশিফল.smj24.in


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি  ফল আগবঢ়ালো।


         -: *জ্যোতিষী* :-


শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                " মা কামাখ্যা গেট " (নাৰ্চাৰী)

 গুৱাহাটী - ৯


Ph no -9101096481

Wp no - 9577136205

🙏🙏🙏🙏🙏🙏🙏

Horoscope in Assamese

বিঃদ্ৰঃ উক্ত ৰাশিফল সন্মানীয় জ্যোতিষী নয়নজ্যোতি দেৱ শৰ্মা ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ। ( Horoscope Today ) 


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

No comments:

Post a Comment

Advertisement

Pages