১ আহাৰ, বৃহস্পতিবাৰ ইং, ১৬ জুন
২০২২ । ( Horoscope Today )
১. *মেষ ৰাশি* (অ,ল) : - মেষ
ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত পুলিচ প্ৰশাসন লগত জৰিত ব্যক্তিসকলৰ সন্মান বাঢ়িব, যদিও আজি আপুনি সজাগ নহ'লে মনত সামান্য চিন্তা বৃদ্ধি পোৱাৰ ৰোগ দেখা যায়।
২. *বৃষ ৰাশি*( উ,ব,ই) : - বৃষ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত শুভ সংবাদ লাভ কৰিব পাৰে , লগতে আজি আপোনাৰ কৰ্মত জনপ্ৰিয়তা বৃদ্ধি পোৱাৰ যোগ দেখা যায় ।
৩. *মিথুন ৰাশি* ( ক,ছ) : - মিথুন ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সামাজিক সন্মান বাঢ়িব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য দেহ মনত আঘাত হ'ব পাৰে, লগতে আজি আপোনাৰ কৰ্মবোৰ সামান্য জটিলতাৰ মাজেৰে সমাপ্ত হোৱাৰ যোগ দেখা যায়।
৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ সকলৰ আজিৰ দিনটোত কৰ্মত জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হব, বিদ্যাৰ্থী সকলৰ শুভ হ'ব, যদিও কৰ্মক্ষেত্ৰত সকলো দিশতে সজাগ হোৱাটো ভাল হ'ব।
৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত শুভ হ'ব, যদিও আজি আপুনি প্ৰেমত সজাগ নহ'লে সামান্য মনলৈ হতাশাৰ ভাৱ আহিব পাৰে।
৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত উত্তম খাদ্য লাভ কৰিব পাৰে, যদিও আজি আপুনি আপোনাৰ দেহ মনলৈ সামান্য অৱসাদ ভাৱ আহিব পাৰে, লগতে মনত সামান্য চিন্তা বাঢ়িব পাৰে । ( Horoscope Today )
৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত সন্তানৰ সুখ বাঢ়িব, যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত সামান্য বুদ্ধি নাশ হোৱাৰ যোগ দেখা যায়।
৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব পাৰে, সংগীত শিল্পী সকলৰ শুভ হ'ব, যদিও আজি আপুনি সজাগ নহ'লে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত সময়ৰ প্ৰতি গুৰুত্ব দিব, শৰীৰত সামান্য এলাহ ভাৱ বাঢ়িব, লগতে আৰ্থিক দিশত শুভ হ'ব।
১০. *মকৰ ৰাশি* (খ,জ): - মকৰ ৰাশি জাতক - জাতিকাসকলৰ আজিৰ দিনটোত সমস্যা বোৰৰ সমাধান হ'ব, কৰ্মক্ষেত্ৰত পদ্দোনতি হ'ব পাৰে, লগতে ঘৰলৈ আলহীৰ আগমন হোৱাৰ যোগ দেখা যায়।
১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলৰ আজি দিনটোত আৰ্থিক দিশত শুভ হ'ব, ছোৱালী সকলৰ মনত আনন্দ বাঢ়িব, লগতে সঞ্চয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত মনত ভয় ভাৱ পাঢ়িব পাৰে, পুলিচ প্ৰশাসন পৰা সাৱধান হ'ব, লগতে আজি আপুনি আৰ্থিক দিশত সজাগ হোৱাটো ভাল হ'ব।
"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। "
ৰাশিফল সম্বন্ধীয় আৰু লেখা পঢ়ক এই লিংকত - www.ৰাশিফল.smj24.in
"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। "
আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
-: *জ্যোতিষী* :-
শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- " মা কামাখ্যা গেট " (নাৰ্চাৰী)
গুৱাহাটী - ৯
Ph no -9101096481
Wp no - 9577136205
🙏🙏🙏🙏🙏🙏🙏
বিঃদ্ৰঃ উক্ত ৰাশিফল সন্মানীয় জ্যোতিষী নয়নজ্যোতি দেৱ শৰ্মা ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ। ( Horoscope Today )
No comments:
Post a Comment