২৬ জেঠ, শুক্ৰবাৰ ইং ১০ জুন ,
২০২২ । ( Horoscope Today )
১. *মেষ ৰাশি* (অ,ল) : - মেষ
ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত আপোনাৰ ঘৰলৈ আত্মীয় পৰিয়ালৰ আগমন হ'ব পাৰে, যদিও আজি আপুনি সজাগ নহ'লে সামান্য মনটো চঞ্চল ভাৱ বৃদ্ধি হোৱাৰ ৰোগ দেখা যায়।
২. *বৃষ ৰাশি*( উ,ব,ই) : - বৃষ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত বন্ধু বান্ধৰ সহায় সহযোগিতা লাভ কৰিব, কৰ্মত সফলতা লাভ কৰিব, মেল মোকৰ্দমাত ন্যায় লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য ব্যয় বৃদ্ধি হোৱাৰ ৰোগ দেখা যায়।
৩. *মিথুন ৰাশি* ( ক,ছ) : - মিথুন ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত ক্ষেত্ৰত সামান্য বিৰোধিতাৰ সন্মুখীন হয় পাৰে, লগতে আজি আপুনি সজাগ নহ'লে ঘৰুৱা দিশত সামান্য অশান্তিৰ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ সকলৰ আজিৰ দিনটোত পুৰণি সমস্যা বোৰ সমাধান হ'ব পাৰে, শিল্পী সকলে সফলতা লাভ কৰিব পাৰি, যদিও আজি আপুনি কৰ্মত সজাগ নহ'লে আনৰ অবিশ্বাসি হোৱাৰ যোগ দেখা যায়।
৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেমত শুভ হ'ব, কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব পাৰে, লগতে আজি আপোনাৰ আৰ্থিক দিশত শুভ হোৱাৰ যোগ দেখা যায়।
৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত শুভ সংবাদ লাভ কৰিবলৈ পাৰিব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য মনত বিদ্বেষ ভাৱ বাঢ়িব পাৰে, লগতে আজি আপোনাৰ ভ্ৰমণত সামান্য কষ্ট পোৱাৰ ৰোগ দেখা যায় । ( Horoscope Today )
৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত সম্পদ বাঢ়িব, যদিও আজি আপুনি সজাগ নহ'লে দেহ মনত সামান্য আঘাত পালে পাৰে লগতে আজি আপুনি নিজৰ স্বাৰ্থপৰ মনোভাৱ এৰি চলিব।
৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত ভোজন বিলাস বাঢ়িব, যদিও আজি আপুনি কৰ্মত ক্ষেত্ৰত সকলো দিশতে সজাগ হৈ চলিব।
৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব পাৰে, যদিও আজি আপোনাৰ কৰ্মত সামান্য পৰিশ্ৰম বাঢ়িব লগতে আজি আপুনি সজাগ নহ'লে জীৱনলৈ সামান্য হতাশাৰ ভাৱ বৃদ্ধি হোৱাৰ ৰোগ দেখা যায়।
১০. *মকৰ ৰাশি* (খ,জ): - মকৰ ৰাশি জাতক - জাতিকাসকলৰ আজিৰ দিনটোত ঘৰুৱা দিশত সামান্য অশান্তিৰ ভাৱ বাঢ়িব পাৰে, মনতো আজি আপোনাৰ সামান্য আবেগিক হ'ব পাৰে, লগতে আজি আপুনি সজাগ নহ'লে সামান্য ক্ষতি হোৱাৰ ৰোগ দেখা যায়।
১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলৰ আজি দিনটোত কৰ্মক্ষেত্ৰত সামান্য পৰিবৰ্তন আহিব পাৰে, লগতে আজি আপুনি সজাগ নহ'লে বন্ধুৰ লগত সামান্য মনোমালিন্য হোৱাৰ যোগ দেখা যায।
১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত ব্যৱসায়িক দিশত শুভ হ'ব, কৰ্মত সফলতা লাভ কৰিব, যদিও আজি আপুনি সকলো দিশতে সজাগ হৈ চলিব।
"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। "
ৰাশিফল সম্বন্ধীয় আৰু লেখা পঢ়ক এই লিংকত - www.ৰাশিফল.smj24.in
"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। "
আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
-: *জ্যোতিষী* :-
শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- " মা কামাখ্যা গেট " (নাৰ্চাৰী)
গুৱাহাটী - ৯
Ph no -9101096481
Wp no - 9577136205
🙏🙏🙏🙏🙏🙏🙏
বিঃদ্ৰঃ উক্ত ৰাশিফল সন্মানীয় জ্যোতিষী নয়নজ্যোতি দেৱ শৰ্মা ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ। ( Horoscope Today )
No comments:
Post a Comment