"মই আপত যোগদান কৰিবলৈ ওলোৱা বুলি এটা ভুৱা খবৰ মোৰ দৃষ্টিগোচৰ হৈছে। মই অসমৰ আটাইতকৈ জনপ্ৰিয় আৰু প্ৰগতিশীল আঞ্চলিক দল ৰাইজৰ দলৰ সভাপতি। ( Assamese News )
আমি অসমীয়া জাতিৰ আত্মসন্মান আৰু আত্ম-নিয়ন্ত্ৰণৰ বাবে যুঁজি আছো। অসমক বিশ্বৰ অন্যতম উন্নত অঞ্চল হিচাপে গঢ়ি তোলাৰ বাবে আমাৰ দীৰ্ঘম্যাদী পৰিকল্পনাক লৈ আমি গৌৰৱান্বিত।সাম্প্ৰদায়িক ফেচিবাদী আৰ এছ এছ -বিজেপি শাসনৰ বিৰুদ্ধে আমি যুঁজ দি আহিছো। অসম চৰকাৰৰ দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ পিপিই কিট কেলেংকাৰীৰ অভিযোগৰ CBI তদন্তৰ দাবীত ব্যস্ত আমাৰ দল।( Assamese News )
মই সদায় অসম আৰু ইয়াৰ জনসাধাৰণৰ আত্মসন্মানৰ বাবে থিয় দিছো আৰু সদায় থিয় দিম। অসম ৰাজ্যৰ এই মৌলিক বিষয়বোৰৰ পৰা অসমৰ দৃষ্টি আঁতৰাই নিয়াৰ বাবেই এই ভুৱা বাতৰিটো প্ৰচাৰ কৰা হৈছে বুলি মই অনুভৱ কৰিছো।
An absolute fake news that I am about to join AAP has come to my notice. I am the president of the most popular and progressive regional party of Assam, Raijor Dal. We are fighting for the self-respect & self- determination of the Assamese nation. We are proud of our long term plan to develop Assam as one of the most developed region of the world.We have been fighting against the communal fascist RSS BJP regime. Our team is busy unfurling the corruption charges of the Assam govt and demanding a CBI enquiry into the alleged PPE kit scam of the family of the CM of Assam Dr Himanta Biswa Sarma.
I have always stood and will always stand for the self-respect of Assam and its people. This fake news is to divert Assam's attention from these basic issues of the state of Assam." - অখীল গগৈ
( Assamese News )
No comments:
Post a Comment