আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, May 24, 2022

আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today

Horoscope Today

 

৯ জেঠ, মঙ্গবাৰ ইং ২৪ মে, 

 ২০২২ । ( Horoscope Today )


১. *মেষ ৰাশি* (অ,ল) : -  মেষ 

ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব, মনৰ আশা পুৰণ হব, লগতে আজি আপুনি নতুন কৰ্মৰ সন্ধান লাভ হোৱাৰ যোগ দেখা যায়।


২. *বৃষ ৰাশি*( উ,ব,ই) : - বৃষ ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত সজাগ নহলে কৰ্মক্ষেত্ৰ সুযোগ হেৰুৱাব পাৰে, কৰ্মস্থান পৰিবৰ্তন হব পাৰে, যদিও আজি আপোনাৰ সন্মান বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


৩. *মিথুন ৰাশি* ( ক,ছ) :  - মিথুন ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত আনৰ সহায় সহযোগিতা লাভ কৰিব,ৰোগাৰোগ্য হব, লগতে আজি আপোনাৰ ধন - সন্মান লাভ হোৱাৰ যোগ দেখা যায়।


৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ সকলৰ আজিৰ দিনটোত কৰ্মত শুভ হব, প্ৰেমত শুভ হব, সঞ্চয় বাঢ়িব যদিও আজি আপুনি সজাগ নহলে সামান্য পৰিমাণে মনণ উদ্বিগ্ন তাৰ ভাৱ  বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত খেলুৱৈ সকলৰ শুভ হব, যদিও আজি আপুনি সজাগ নহলে মনত সামান্য সন্দেহ ভাৱ বাঢ়িব লগতে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়। 


৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত কৰ্মত আনৰ সহায় সহযোগিতা লাভ হব, কৰ্মত শুভ হব যদিও আজি আপুনি সজাগ নহলে সামান্য মনোমালিন্য হোৱাৰ যোগ দেখা যায়।  ( Horoscope Today )


৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত কৰ্মত সফলতা লাভ কৰিব, মনত শান্তি বাঢ়িব যদিও আজি আপুনি চিকিৎসাৰ ক্ষেত্ৰত সজাগ হোৱাটো ভাল হব। 


৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত

মনৰ আশা পুৰণ হব যদিও কৰ্মত সামান্য জতিলতা বাঢ়িব, লগতে সজাগ নহলে কৰ্মত সামান্য অপমানিত হোৱাৰ যোগ দেখা যায় । 


৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত সমস্যাৰ সমাধান হব, জনপ্ৰিয়তা বাঢ়িব যদিও আজি আপুনি  কৰ্মক্ষেত্ৰ সিদ্ধান্ত গ্ৰহণত সজাগ হোৱাটো ভাল হব। 


১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত শত্ৰু নাশ হব যদিও মনত  সামান্য ভয় আৰু উদ্বিগ্নতা বাঢ়িব, যদিও আজি আপোনাৰ দ্ৰব্য লাভ হোৱাৰ যোগ দেখা যায়। 


১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলৰ আজি দিনটোত ধন বাঢ়িব, সন্মান বাঢ়িব যদিও আজি আপুনি সজাগ নহলে সামান্য খৰচ বাঢ়িব পাৰে লগতে খেতিয়ক সকলৰ সামান্য খেতি কৰ্মত সামান্য জতিলতা সৃষ্টি হোৱাৰ যোগ দেখা যায়। 


১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত আত্মীয়ৰ আগমন হব,  যদিও আজি আপুনি সজাগ নহলে মনত সামান্য ভয় ভাৱ বাঢ়িব পাৰে লগতে আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হব। 


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


ৰাশিফল সম্বন্ধীয় আৰু লেখা পঢ়ক এই লিংকত - www.ৰাশিফল.smj24.in


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি  ফল আগবঢ়ালো।


         -: *জ্যোতিষী* :-


শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                " মা কামাখ্যা গেট " (নাৰ্চাৰী)

 গুৱাহাটী - ৯


Ph no -9101096481

Wp no - 9577136205

🙏🙏🙏🙏🙏🙏🙏

Horoscope in Assamese

বিঃদ্ৰঃ উক্ত ৰাশিফল সন্মানীয় জ্যোতিষী নয়নজ্যোতি দেৱ শৰ্মা ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ। ( Horoscope Today ) 


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

No comments:

Post a Comment

Advertisement

Pages