গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম আৰক্ষী অতিথিশালা ভ্ৰমণ : Assamese news - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, May 10, 2022

গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম আৰক্ষী অতিথিশালা ভ্ৰমণ : Assamese news

 

Assamese news

আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই  কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক অসম আৰক্ষী অতিথিশালা ভ্ৰমণত সংগ প্ৰদান কৰে।( Assamese news )


 মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে পৰম্পৰাগত আদৰণিৰ মাজত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ সৈতে অসম আৰক্ষীৰ জ্যেষ্ঠ বিষয়া আৰু জোৱানসকলৰ সৈতে একেলগে উপস্থিত থকাটো এক পৰিপূৰ্ণ অভিজ্ঞতা। মুখ্যমন্ত্ৰীয়ে অসম আৰক্ষীৰ সদস্যসকলৰ সৈতে একেলগে আহাৰ গ্ৰহণ কৰিবলৈ দেখুওৱা আগ্ৰহৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছে। ( Assamese news )



 অমিত শ্বাহৰ এই দৃষ্টিভংগীয়ে অসম আৰক্ষীৰ সকলো বিষয়া-কৰ্মচাৰীক জনতাৰ কল্যাণৰ বাবে সদা জাগ্ৰত হৈ থাকিবলৈ অনুপ্ৰাণিত কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। ( Assamese news )


No comments:

Post a Comment

Advertisement

Pages