যিকোনো এটা শনিবাৰে এই কামকেইটা কৰক , জীৱনত উন্নতি হ'ব:Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, April 15, 2022

যিকোনো এটা শনিবাৰে এই কামকেইটা কৰক , জীৱনত উন্নতি হ'ব:Religious Studies

Religious Studies

শনিবাৰৰ দিনটো হৈছে, শণিদেৱক পূজা কৰাৰ দিন আৰু লগতে শনিবাৰে ৰাম ভক্ত বীৰ হনুমানক পূজা অৰ্চনা কৰা হয়।( Religious Studies ) 


সেয়ে শনিবাৰৰ দিনটোত এনে কিছুমান কাম কৰিব লাগে, যিবোৰ কামৰ দ্বাৰা বীৰ হনুমান আৰু শণিদেৱ প্ৰসন্ন হয়। এই দুজন দেৱতাক সন্তোষ কৰি ৰাখিব পাৰিলে, কোনো অসুবিধাৰ সন্মুখীন হব লগা নহয় আৰু ঘৰখনলৈ কোনো ধৰণৰ বাধা বিঘিনি আহিব নোৱাৰে।

এই কাম যিকোনো এটা শনিবাৰে কৰিলে অধিক ফল পোৱা যায়। তেতিয়া এওঁলোকৰ কৃপা দৃষ্টি আপোনালোকৰ ওপৰত নিশ্চয় থাকিব। 


১.প্ৰত্যেক শনিবাৰৰ দিনা কাউৰীক যি পাৰে খাবলৈ দিয়ক। এনে কৰিলে শণিদেৱ সন্তোষ হয়। ইয়াৰ ফলত জীৱনৰ দুখ কষ্ট দূৰ হয়। 


২. শণিবাৰে, তিল এমুঠি হাতত লৈ, শণিদেৱক স্মৰণ কৰি, ঔঁ শণিচায়ে নমঃ এই মন্ত্রটি ৩ বাৰ মনতে উচ্চাৰণ কৰি নদীত বা পুখুৰীত পেলাই দিয়ক। এনে কৰিলে অত্যন্ত মংগল হয়। লগতে আৰ্থিক ক্ষেত্রত থকা যিকোনো বাধা লাহে লাহে দূৰ হ'বলৈ ধৰে। (Religious Studies )


৩. শনিবাৰৰ দিনটোত অসহায় লোকক, আৰ্থিক ভাৱে যি পাৰে সহায় কৰক। আৰু অন্ন ভোজন কৰিবলৈ দিয়ক। এনে কৰিলে শণিদেৱ সন্তোষ হয় আৰু লগতে বীৰ হনুমানৰ কৃপা আপোনাৰ ওপৰত থাকিব। 


৪. শনিবাৰৰ দিনটোত ঘৰলৈ মগনীয়া আহিলে, খালী হাতেৰে বিদায় নিদিব। কিবা নহয় কিবা এটা দান কৰিহে বিদায় দিব। শনিবাৰৰ দিনা কিবা দান কৰিলে, ভাগ্য সলনি কৰাত সহায় কৰে। 



৫. শণিৰ মহা দশাৰ পৰা মুক্তি পাবলৈ হ'লে, শণিবাৰৰ দিনটো হনুমানৰ ওপৰত অৰ্পণ কৰিব লাগে আৰু সন্ধ্যা হনুমান চালিচা পাঠ কৰিলে, সকলো বাধা বিঘিনি দূৰ হয়। ঘৰখনলৈ ইতিবাচক শক্তিৰ আগমন হয়।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


(Religious studies)


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। 


No comments:

Post a Comment

Advertisement

Pages