এই ৰাশিৰ ব্যক্তি সকলৰ আহিব এতিয়া সুদিন : Horoscope Today - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, April 6, 2022

এই ৰাশিৰ ব্যক্তি সকলৰ আহিব এতিয়া সুদিন : Horoscope Today

Horoscope Today

 সূৰ্য আৰু শনিয়ে ৰাশি পৰিবৰ্তন কৰিবলৈ গৈ আছে। ৩০ বছৰ পিছত, শনি আৰু সূৰ্য বিৰল যোগ স্থাপন হৈছে। ( Horoscope Today )


সূৰ্য আৰু শনিৰ যোগ স্থাপন হোৱাৰ ফলত বহুতো ৰাশিৰ ভাগ্যৰ পথ মুকলি হ'ব। জানো আহঁক কি কি ৰাশিৰ হ'ব লাভ -


বৈদিক জ্যোতিষ শাস্ত্ৰৰ অনুসৰি, প্ৰতিটো গ্ৰহে এটা নিৰ্দিষ্ট সময়ত ৰাশি পৰিবৰ্তন কৰে। গ্ৰহৰ ৰাশি পৰিৱৰ্তন ফলত কিবা নহয় কিবা এটা যোগৰ স্থাপন হয়। এই যোগ কিছুমান ৰাশিৰ বাবে শুভ আৰু কিছুমান ৰাশিয়ে কষ্টৰ সন্মুখীন হ'ব লগা হয়। হিন্দু নৱবৰ্ষ ২০৭৯ চনৰ আৰম্ভণি হ'ল। এই নৱসাম্বতচৰত ( চ'ত মাহৰ শুক্ল পক্ষৰ প্ৰতিপদ তিথিৰ পৰা আৰম্ভ হয়) ৩০ বছৰৰ পিছত শনি আৰু সূৰ্যৰ স্থিতিয়ে বিৰল যোগ সৃষ্টি কৰিছে।


 বৰ্তমান সূৰ্য আৰু শনি কুম্ভ ৰাশিত বিৰাজমান হৈ আছে। আনহাতে, শনিদেৱ তেওঁৰ স্ব-ৰাশি মকৰ ৰাশিত বিৰাজমান হৈ আছে। জানো আহঁক গ্ৰহ দুটাৰ এই স্থিতিৰ ফলত কি কি ৰাশিৰ হ'ব মহালাভ।( Horoscope Today )



১.মেষ ৰাশি- গ্ৰহবোৰৰ শুভ সংযোগ আপোনাৰ বাবে শুভ হ'ব। এই সময়ত আপুনি সকলোতে সফলতা লাভ কৰিব। বাণিজ্যৰ ক্ষেত্ৰত লাভৰ সম্ভাৱনা থাকিব। নতুন চাকৰিৰ প্ৰস্তাৱ প্ৰাপ্ত কৰিব পাৰে। চাকৰি কৰা সকলৰ পদোন্নতি হ'ব পাৰে। ব্যৱসায়ত নতুন পৰিকল্পনাৰ আৰম্ভ হ'ব পাৰে। মান- সন্মান বৃদ্ধি হ'ব। আপুনি মালিকৰ পৰা প্ৰশংসা শুনিব পাৰে। 



২.সিংহ ৰাশি- সিংহ ৰাশিৰ ব্যক্তিসকলৰ বাবে সূৰ্য আৰু শনিৰ সংযোগ শুভ বুলি প্ৰমাণিত হ'ব। এই সময়ত আপুনি ভাগ্যৰ সম্পূৰ্ণ সহাঁৰি লাভ কৰিব। ব্যৱসায়ত লাভৰ লক্ষণ দেখা যায়। দৰমহা বৃদ্ধি আৰু পদোন্নতিৰ সম্ভাৱনা আছে। ব্যৱসায়ত বিনিয়োগ কৰাৰ বাবে সময় অনুকূল। এই সময়ছোৱাত আপুনি নতুন বস্তু শিকাৰ সুযোগ পাব।


ৰাশিফল সম্বন্ধীয় আৰু লেখা পঢ়ক এই লিংকত - www.ৰাশিফল.smj24.in


আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ। ( Horoscope Today )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে, ধন্যবাদ। 

No comments:

Post a Comment

Advertisement

Pages