এই ৰাশিৰ ভিতৰত আপোনাৰো ৰাশি অন্তৰ্ভুক্ত হৈ আছে নেকি : Horoscope Today - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, April 8, 2022

এই ৰাশিৰ ভিতৰত আপোনাৰো ৰাশি অন্তৰ্ভুক্ত হৈ আছে নেকি : Horoscope Today

Horoscope Today


২৪ চ'ত, শুক্ৰবাৰ ইং ৮ এপ্ৰিল,২০২২। ( Horoscope Today )


১. *মেষ ৰাশি* (অ,ল) : -  মেষ 
ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত বিদ্যাৰ্থী সকলৰ শুভ হব, সন্মান বাঢ়িব যদিও আজি আপুনি সজাগ নহলে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়। 

২. *বৃষ ৰাশি*( উ,ব,ই) : - বৃষ ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত  বিবাদ নিস্পত্তি হোৱাৰ সুযোগ লাভ কৰিব, প্ৰেমত শুভ হব, কৰ্মত শুভ হব, লগতে কৰ্মক্ষেত্ৰ সুন্দৰ পৰিবেশ গঢ়ি তোলাৰ সুযোগ লাভ  হোৱাৰ যোগ দেখা যায়।

৩. *মিথুন ৰাশি* ( ক,ছ) :  - মিথুন ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত     ঘৰুৱা দিশত শুভ হব, কৰ্মক্ষেত্ৰ সফলতা লাভ কৰিব যদিও আজি আপুনি সজাগ নহলে সামান্য বিবাদৰ সন্মুখীন  হোৱাৰ যোগ দেখা যায়।

৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ সকলৰ আজিৰ দিনটোত সঞ্চয় বাঢ়িব, ধন - সন্মান বাঢ়িব, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰ সাহস বৃদ্ধি হোৱাৰ যোগ দেখা যায়। 

৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰ সফলতা লাভ কৰিব, প্ৰেমত শুভ হব,লগতে ঘৰুৱা কৰ্মত শান্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়। 

৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত ৰোগাৰোগ্য হব,লগতে আজি আপোনাৰ প্ৰেমত শুভ হোৱাৰ যোগ দেখা যায়  ।

৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত কৰ্মক্ষেত্ৰ ব্যস্ততা বাঢ়িব, আৰ্থিক দিশত শুভ হব, যদিও আজি আপুনি সজাগ নহলে সামান্য মিচা অপৱাদ  পোৱাৰ যোগ দেখা যায়।( Horoscope Today ) 

৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত ব্যৱসায় বাণিজ্যৰ দিশত শুভ হব, উত্তম ভোজন লাভ হব, যদিও আজি আপুনি সজাগ নহলে মনত সামান্য চিন্তা বৃদ্ধি   হোৱাৰ যোগ দেখা যায়। 

৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত আত্মীয় পৰিয়ালৰ আগমন হব, বন্ধু লাভ হব, প্ৰেমত শুভ হব, বিবাহ প্ৰাৰ্থী সকলৰ শুভ হব যদিও আজি আপুনি কৰ্মক্ষেত্ৰ সজাগ  হোৱাটো ভাল হব। 

১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত খেতিয়ক সকলৰ শুভ হব, যদিও আজি আপুনি সজাগ নহলে কৰ্মক্ষেত্ৰ সামান্য জতিলতা বাঢ়িব পাৰে লগতে আজি আপুনি আপোনাৰ স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হব। 

১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলৰ আজি দিনটোত কৰ্মত কৃতকাৰ্যতা লাভ কৰিব, কৰ্মত নতুনকৈ যোগাযোগৰ সুযোগ লাভ কৰিব যদিও আজি আপুনি সজাগ নহলে সামান্য মনোমালিন্য হোৱাৰ যোগ দেখা যায়।  

১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত ধন সন্তান বাঢ়িব, ভ্ৰমণত সুখ বাঢ়িব যদিও আজি আপুনি কৰ্মক্ষেত্ৰ সজাগ হোৱাটো ভাল হব।

ৰাশিফল সম্বন্ধীয় আৰু লেখা পঢ়ক এই লিংকত - www.ৰাশিফল.smj24.in


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি  ফল আগবঢ়ালো।


         -: *জ্যোতিষী* :-


শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                " মা কামাখ্যা গেট " (নাৰ্চাৰী)

 গুৱাহাটী - ৯


Ph no -9101096481

Wp no - 9577136205

🙏🙏🙏🙏🙏🙏🙏

Horoscope in Assamese

বিঃদ্ৰঃ উক্ত ৰাশিফল সন্মানীয় জ্যোতিষী নয়নজ্যোতি দেৱ শৰ্মা ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ। ( Horoscope Today ) 


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

No comments:

Post a Comment

Advertisement

Pages