জানক আজি আপোনাৰ দিনটো কেনে যাব : Horoscope Today - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, April 7, 2022

জানক আজি আপোনাৰ দিনটো কেনে যাব : Horoscope Today

    

Horoscope Today

২৩ চ'ত, বৃহস্পতিবাৰ ইং ৭ এপ্ৰিল,২০২২। ( Horoscope Today )


১. *মেষ ৰাশি* (অ,ল) : -  মেষ 
ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত আত্মীয় পৰিয়ালৰ আনন্দ বাঢ়িব, আনৰ পৰা মৰম লাভ কৰিব,দ্ৰব্য লাভ কৰিব, যদিও আজি আপুনি সজাগ নহলে সামান্য  বৃদ্ধি হোৱাৰ যোগ দেখা যায়। 

২. *বৃষ ৰাশি*( উ,ব,ই) : - বৃষ ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত  বিদ্যাৰ্থী সকলৰ শুভ হব, যদিও আজি আপুনি সজাগ নহলে সামান্য প্ৰতাৰণাৰ সন্মুখীন হব পাৰে লগতে আজি আপুনি ব্যয়ৰ ক্ষেত্ৰত সজাগ হোৱাটো ভাল হব। 

৩. *মিথুন ৰাশি* ( ক,ছ) :  - মিথুন ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মব্যস্ততা বাঢ়িব, আয় বাঢ়িব লগতে আজি আপোনাৰ উত্তম ভোজন লাভ  হোৱাৰ যোগ দেখা যায়।

৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰ সাহস বাঢ়িব, প্ৰেমত শুভ হব, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰ সন্মান বৃদ্ধি হোৱাৰ যোগ দেখা যায়। 

৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰ মনত   উৎসাহ বাঢ়িব, কৰ্মক্ষেত্ৰ আনৰ সহায় সহযোগিতা বাঢ়িব, যদিও আজি আপুনি ভ্ৰমণৰ ক্ষেত্ৰত সামান্য সজাগ হোৱাটো ভাল হব। 

৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত কৰ্মত সফলতা লাভ কৰিব, প্ৰেমত শুভ হব, আৰ্থিক দিশত শুভ হব যদিও আজি আপুনি ভ্ৰমণত সাৱধান হোৱাটো ভাল হব।

৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত সন্তান আৰু পাৰিবাৰিক সুখ বাঢ়িব, যদিও আজি আপুনি সজাগ নহলে মনৰ আশা ভংগ হব পাৰে লগতে আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হব।  ( Horoscope Today )

৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰ শুভ বুদ্ধিৰ উদয়   হোৱাৰ যোগ দেখা যায়। 

৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰ সাহস বাঢ়িব,লগতে আজি আপোন সামাজিক সন্মান বৃদ্ধি হোৱাৰ যোগ দেখা যায় যদিও আজি আপুনি আবেলি সময়ত কৰ্মক্ষেত্ৰ সজাগ হব। 

১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেমত শুভ হব, কৰ্মত বিপৰীত লিংগৰ পৰা সহায় সহযোগিতা লাভ কৰিব,আয় উপাৰ্জন বাঢ়িব যদিও আজি আপুনি সজাগ নহলে সামান্য ক্ষতি হোৱাৰ যোগ দেখা যায়। 

১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলৰ আজি দিনটোত  শিল্পী সকলৰ শুভ হব যদিও আজি আপুনি সজাগ নহলে মনত সামান্য চঞ্চলতা বাঢ়িব পাৰে লগতে আজি আপুনি সজাগ নহলে সামান্য মনোমালিন্য হোৱাৰ যোগ দেখা যায়।  

১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব, প্ৰতিভা বিকাশৰ সুযোগ লাভ কৰিব, লগতে আজি আপোনাৰ কৰ্ম মৰ্য্যদা লাভ হোৱাৰ যোগ দেখা যায়।



"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।


         -: জ্যোতিষী :-


শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                জালুকবাৰী , গুৱাহাটী -১৪


Pn no -9101096481

Wp no - 9577136205

🙏🙏🙏🙏🙏🙏🙏

Horoscope Today

বিঃদ্ৰঃ উক্ত ৰাশিফল ( Horoscope Today )সন্মানীয় জ্যোতিষী নয়নজ্যোতি দেৱ শৰ্মা ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages