এই ৰাশিৰ ভিতৰত আপোনাৰো ৰাশি অন্তৰ্ভুক্ত হৈ আছে নেকি : Horoscope Today - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, April 6, 2022

এই ৰাশিৰ ভিতৰত আপোনাৰো ৰাশি অন্তৰ্ভুক্ত হৈ আছে নেকি : Horoscope Today

Horoscope Today


২২ চ'ত, বুধবাৰ ইং ৬ এপ্ৰিল।

 ২০২২। ( Horoscope Today )


১. *মেষ ৰাশি* (অ,ল) : -  মেষ 
ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত বিবান নিস্পত্তি হব,সম্পদ বাঢ়িব, যদিও আজি আপুনি সজাগ নহলে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়। 

২. *বৃষ ৰাশি*( উ,ব,ই) : - বৃষ ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত  বিদ্যাৰ্থী সকলৰ শুভ হব,শুভ সংবাদ লাভ কৰিব লগতে আজি আপোনাৰ সন্মান  বৃদ্ধি  হোৱাৰ যোগ দেখা যায়।

৩. *মিথুন ৰাশি* ( ক,ছ) :  - মিথুন ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত   মনত আনন্দ বাঢ়িব লগতে আজি আপোনাৰ আৰ্থিক দিশত শুভ হোৱাৰ যোগ দেখা যায়।

৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰ সামান্য জতিলতা বাঢ়িব যদিও কৰ্মত নতুনকৈ যোগাযোগৰ সুযোগ লাভ কৰিব লগতে আজি আপুনি  সজাগ নহলে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায় । 

৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত আনৰ পৰা সহায় লাভ কৰিব যদিও আজি আপুনি সজাগ নহলে জেষ্ঠ্য ব্যক্তিৰ পৰা সামান্য মনত কষ্ট পোৱাৰ যোগ দেখা যায়। 

৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত সম্পত্তি বাঢ়িব, আত্মীয় পৰিয়ালৰ সুখ শান্তি বাঢ়িব, লগতে আজি আপোনাৰ ভ্ৰমণৰ সুযোগ লাভ হোৱাৰ যোগ দেখা যায়।

৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত সন্মান বাঢ়িব যদিও আজি আপুনি সজাগ নহলে কৰ্মত সামান্য জতিলতা বাঢ়িব পাৰে লগতে আজি আপুনি পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতি সজাগ  হোৱাটো ভাল হব। ( Horoscope Today )

৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব, সম্পত্তি বাঢ়িব, লগতে আজি আপুনি ভ্ৰমণৰ সুযোগ লাভ হোৱাৰ যোগ দেখা যায়। 

৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেমত শুভ হব,যদিও আজি আপুনি সজাগ নহলে কৰ্মক্ষেত্ৰ সামান্য জতিলতা বাঢ়িব পাৰে লগতে কৰ্মত আনৰ বিৰোধিতাৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়। 

১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত ৰোগাৰোগ্য হব, খেলুৱৈ সকলৰ শুভ হব যদিও আজি আপুনি সজাগ নহলে মনত সামান্য চিন্তা   বৃদ্ধি  হোৱাৰ যোগ দেখা যায়। 

১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলৰ আজি দিনটোত কৰ্মৰ প্ৰতি আগ্ৰহ বাঢ়িব, যদিও আজি আপুনি সজাগ নহলে সামান্য ব্যয় বাঢ়িব পাৰে লগতে আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হব। 

১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত মনত নতুন আশাৰ সঞ্চাৰ হব, কৰ্মত সফলতা লাভ  হব যদিও আজি আপুনি সজাগ নহলে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


ৰাশিফল সম্বন্ধীয় আৰু লেখা পঢ়ক এই লিংকত - www.ৰাশিফল.smj24.in


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি  ফল আগবঢ়ালো।


         -: *জ্যোতিষী* :-


শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                " মা কামাখ্যা গেট " (নাৰ্চাৰী)

 গুৱাহাটী - ৯


Ph no -9101096481

Wp no - 9577136205

🙏🙏🙏🙏🙏🙏🙏

Horoscope in Assamese

বিঃদ্ৰঃ উক্ত ৰাশিফল সন্মানীয় জ্যোতিষী নয়নজ্যোতি দেৱ শৰ্মা ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ। ( Horoscope Today ) 


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

No comments:

Post a Comment

Advertisement

Pages