পঢ়ক মেষ ৰাশিৰ পৰা মীন ৰাশিলৈ : Horoscope Today - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, April 8, 2022

পঢ়ক মেষ ৰাশিৰ পৰা মীন ৰাশিলৈ : Horoscope Today

Horoscope Today

বৈদিক জ্যোতিষ শাস্ত্ৰত মুঠ ১২ টা ৰাশিৰ বৰ্ণনা কৰা হৈছে। প্ৰত্যেক ৰাশিৰেই স্বামী গ্ৰহ থাকে। গ্ৰহ-নক্ষত্ৰৰ চলাচলৰ দ্বাৰা ৰাশিফলৰ অনুমান কৰা হয়। ৮ এপ্ৰিল ২০২২, শুক্ৰবাৰ। আজি নৱৰাত্ৰিৰ সপ্তম দিন। নৱৰাত্ৰিৰ পবিত্ৰ দিনকেইটাত, মা দুৰ্গাক বিধি বিধানেৰে পূজা কৰা হয়।( Horoscope Today )


 ৮ এপ্ৰিল, ২০২২ তাৰিখে কি কি ৰাশিৰ ব্যক্তিসকলৰ হ'ব লাভ আৰু কি কি ৰাশিৰ ব্যক্তিসকলে থাকিব লাগিব সাৱধান জানো আহঁক।পঢ়ক মেষ ৰাশিৰ পৰা মীন ৰাশিলৈ।



১. মেষ ৰাশি - মন অস্থিৰ হৈ থাকিব। মানসিক চাপ বৃদ্ধি হ'ব পাৰে। অত্যাধিক খঙ পৰিহাৰ কৰক। ধনৰ অভাৱ হ'ব। কথাত কঠোৰতাৰ প্ৰভাৱ থাকিব। বাৰ্তালাপত কৰোঁতে সন্তুলিত হৈ থাকক। কিছুমান পুৰণি  বন্ধুবৰ্গক লগ পাব পাৰে। সুস্বাদু খাদ্যৰ প্ৰতি আগ্ৰহ বৃদ্ধি হ'ব। বন্ধুবৰ্গৰ সমৰ্থন লাভ কৰিব।



২. বৃষ ৰাশি - মানসিক অসুবিধা থাকিব পাৰে। পঢ়াত আগ্ৰহ বাঢ়িব। শিশুৰ স্বাস্থ্যৰ বেয়া হ'ব পাৰে। পাৰিবাৰিক সমস্যাবোৰ চিন্তাত পেলাব পাৰে। মনটো অস্থিৰ হৈ থাকিব। নিজৰ অনুভূতিবোৰক নিয়ন্ত্ৰণত ৰাখক। ভাই- ভনী সকলৰ সমৰ্থন পাব। লাভৰ সুযোগ দেখা পোৱা গৈছে।



৩.মিথুন ৰাশি - আত্মবিশ্বাস অধিক হ'ব। জীৱন সংগীৰ স্বাস্থ্য বেয়া হ'ব পাৰে। মনটো অস্থিৰ হৈ থাকিব। চাকৰিত স্থান সলনি হোৱা সম্ভাৱনা আছে। ব্যয় অধিক হ'ব। খোৱা বোৱাত কষ্ট হ'ব। বন্ধুবৰ্গৰ সমৰ্থন পাব পাৰে। মাকৰ পৰা ধন লাভ কৰা যোগ স্থাপন হৈছে।



৪. কৰ্কট ৰাশি - মন অস্থিৰ হৈ থাকিব। স্বভাৱ খিংখিঙিয়া হ'ব পাৰে। ধৈৰ্য্যৰ অভাৱ হ'ব। শৈক্ষিক কামত ব্যাঘাত জন্মিব পাৰে। অতিৰিক্ত ব্যয় হ'ব। বন্ধুবৰ্গৰ সমৰ্থন পাব। চাকৰিত কৰ্মক্ষেত্ৰত অসুবিধা হ'ব পাৰে। যাত্ৰালৈ যাব লগা হ'ব পাৰে।



৫.সিংহ ৰাশি - আত্মবিশ্বাস হ্ৰাস হ'ব। উপাৰ্জন হ্ৰাস হ'ব আৰু ব্যয় হোৱা ফলত অধিক চিন্তিত হৈ থাকিব। ধৰ্মৰ প্ৰতি শ্ৰদ্ধা থাকিব।পাৰিবাৰিক সমস্যাবোৰে বিচলিত কৰিব পাৰে। পাৰস্পৰিক মতানৈক্য বৃদ্ধি হ'ব পাৰে। স্বাস্থ্যৰ প্ৰতি সতৰ্ক হৈ থাকক। সঞ্চয় কৰা ধনৰ অভাৱ হ'ব পাৰে । ককাই- ভাইসকলৰ  সহযোগিতা লাভ কৰিব।



৬.কন্যা ৰাশি - মনটো অস্থিৰ হৈ থাকিব। মানসিক চাপ থাকিব পাৰে। চাকৰিত বিষয়াসকলৰ সৈতে মতানৈক্য সৃষ্টি হ'ব পাৰে। স্বভাৱ খিংখিঙিয়া হ'ব পাৰে। কিন্তু পাৰিবাৰিক জীৱন সুখৰ হ'ব। পৰিয়ালৰ সৈতে ভ্ৰমণলৈ যাব লগা হ'ব পাৰে।  কৰ্ম ক্ষেত্ৰত অসুবিধা আহিব পাৰে।( Horoscope Today )



৭.তুলা ৰাশি - স্বভাৱ খিংখিঙিয়া হ'ব পাৰে । অধ্যয়নৰ প্ৰতি ৰুচি বাঢ়িব। শৈক্ষিক আৰু বৌদ্ধিক কামত সন্মান লাভ কৰিব, কিন্তু কথাত নিয়ন্ত্ৰণ ৰাখক। ব্যৱসায়ত কঠোৰ পৰিশ্ৰম কৰিব লগা হ'ব পাৰে। কিন্তু কামৰ অনুসৰি লাভ হ্ৰাস হ'ব পাৰে। দীঘলীয়া সময়ৰে পৰা স্তব্ধ হৈ থকা কাম হ'ব পাৰে।



৮.বৃশ্চিক ৰাশি - আপুনি আত্মবিশ্বাসী হ'ব। কিন্তু মনটো অস্থিৰ হৈ থাকিব। পৰিয়ালৰ সৈতে কোনোবা ধৰ্মীয় স্থানলৈ ভ্ৰমণ কৰিব লগা হ'ব পাৰে। অতিৰিক্ত পৰিশ্ৰম কৰিব লগা হ'ব। স্বাস্থ্যৰ প্ৰতি সতৰ্ক হৈ থাকক। ধৈৰ্য্যৰ অভাৱ হ'ব। বন্ধুবৰ্গৰ সমৰ্থন লাভ কৰিব। শৈক্ষিক কাৰ্যত সফলতাৰ যোগ স্থাপন হৈছে। 



৯.ধনু ৰাশি - ঘৰ-পৰিয়ালত ধৰ্মীয় কাৰ্য্য অনুষ্ঠিত হ'ব পাৰে। মাকৰ পৰা ধন প্ৰাপ্ত কৰিব পাৰে। পৰিয়ালত মান- সন্মান বৃদ্ধি হ'ব।চাকৰিৰ বাবে প্ৰতিযোগিতামূলক পৰীক্ষা তথা সাক্ষাৎকাৰৰ কামত সফলতা লাভ কৰিব। উপাৰ্জন বৃদ্ধি হ'ব। ব্যৱসায়ৰ স্থিতি সন্তোষজনক হ'ব।



১০.মকৰ ৰাশি - আত্মবিশ্বাস হ্ৰাস হ'ব। মনটো অস্থিৰ হৈ থাকিব।দেউতাক মাকৰ পৰা সমৰ্থন আৰু সান্নিধ্য লাভ কৰিব। পৰিয়ালত সুখ শান্তি থাকিব। ধৰ্মীয় কামত আগ্ৰহী হ'ব। বন্ধুবৰ্গৰ সমৰ্থন লাভ কৰিব। পৰিয়ালত পাৰস্পৰিক বিভেদ থাকিব পাৰে। ব্যয় বৃদ্ধি হ'ব। ধন প্ৰাপ্তিৰ ৰোগ স্থাপন হৈছে।



১১.কুম্ভ ৰাশি - মনত হতাশা আৰু অসন্তুষ্টিৰ ভাব থাকিব। ধাৰ্মিক সংগীতৰ প্ৰতি ৰুচি বৃদ্ধি পাব। কথাত নম্ৰতা বজাই ৰাখক। বহন সুখ বৃদ্ধি হ'ব পাৰে। কাৰ্য ক্ষেত্ৰত অত্যাধিক পৰিশ্ৰম কৰিব লাগিব। স্বাস্থ্যৰ প্ৰতি সতৰ্ক হ'ব লাগিব। চিকিৎসাত ব্যয় বৃদ্ধি হ'ব পাৰে।সম্পৰ্কত মধুৰতা আহিব।



১২.মীন ৰাশি - মানসিক শান্তি থাকিব। আত্মবিশ্বাসী বৃদ্ধি হ'ব। ধনৰ স্থিতি উন্নত হ'ব। ৰৈ থকা বা ফচি থকা ধন প্ৰাপ্ত কৰিব পাৰে। স্বাস্থ্যৰ যত্ন লওঁক। চাকৰিত অসুবিধাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। ব্যৰ্থ বিবাদৰ পৰা আঁতৰি থাকক।


ৰাশিফল সম্বন্ধীয় আৰু লেখা পঢ়ক এই লিংকত - www.ৰাশিফল.smj24.in


আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ। ( Horoscope Today )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে, ধন্যবাদ। 


No comments:

Post a Comment

Advertisement

Pages