জানো আহক আজিৰ ৰাশিফল : Horoscope Today - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, April 3, 2022

জানো আহক আজিৰ ৰাশিফল : Horoscope Today

Horoscope Today

 


১৯ চ'ত, ৰবিবাৰ ইং ৩ এপ্ৰিল।

 ২০২২। ( Horoscope Today )


১. *মেষ ৰাশি* (অ,ল) : -  মেষ 
ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত আৰ্থিক দিশত শুভ হব, সন্মান লাভ হব, কৰ্মব্যস্ততা বাঢ়িব যদিও আজি আপুনি সজাগ নহলে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়। 

২. *বৃষ ৰাশি*( উ,ব,ই) : - বৃষ ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত  কৰ্মক্ষেত্ৰ পৰিৱৰ্তন আহিব পাৰে, মনত সামান্য চিন্তা বাঢ়িব পাৰে যদিও আজি আপোনাৰ সন্মান বৃদ্ধি  হোৱাৰ যোগ দেখা যায়।

৩. *মিথুন ৰাশি* ( ক,ছ) :  - মিথুন ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত    আপোনাৰ ধন সন্মান বাঢ়িব যদিও আজি আপোনাৰ মনত সামান্য চিন্তা বাঢ়িব পাৰে লগতে মনত সামান্য চঞ্চলতাৰ ভাৱ  বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ সকলৰ আজিৰ দিনটোত শুভ সংবাদ লাভ কৰিব, কৰ্ম মৰ্য্যদা লাভ কৰিব,যদিও আজি আপুনি ব্যয়ৰ ক্ষেত্ৰত সজাগ হোৱাটো ভাল হব। 

৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত আনৰ সহায় সহযোগিতা লাভ কৰিব, আৰ্থিক দিশত শুভ হব লগতে কৰ্মক্ষেত্ৰ শুভ হোৱাৰ যোগ দেখা যায়। 

৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত আপোনাৰ মনৰ আশা পুৰণ হব, কৰ্ম মৰ্য্যদা লাভ কৰিব, যদিও আজি আপুনি সজাগ হৈ চলাটো ভাল হব। ( Horoscope Today ) 

৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত উত্তম ভোজন লাভ হব, সঞ্চয় বাঢ়িব,যদিও আজি আপুনি সজাগ নহলে কৰ্মক্ষেত্ৰ সামান্য জতিলতা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত আত্মীয়ৰ আগমন হব , গৃহ সুখ বাঢ়িব, যদিও আজি দিনটোত আপুনি সজাগ নহলে সামান্য ক্ষতি হোৱাৰ যোগ দেখা যায়। 

৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব, কৰ্মক্ষেত্ৰ ন্যয় লাভ কৰিব, লগতে আজি আপুনি কৰ্মক্ষেত্ৰ সফলতা লাভ হোৱাৰ যোগ দেখা যায়। 

১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত সন্মান বাঢ়িব, ধন আগমন বাঢ়িব, নতুনকৈ কৰ্মত যোগাযোগ হব পাৰে, লগতে আজি আপোনাৰ শৰীৰত সামান্য এলাহ ভাৱ বৃদ্ধি  হোৱাৰ যোগ দেখা যায়। 

১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলৰ আজি দিনটোত  প্ৰেমত শুভ হব যদিও আজি আপুনি সজাগ নহলে মনৰ উৎসাহ সামান্য হ্ৰাস পাৱ পাৰে লগতে আজি আপুনি সজাগ নহলে সামান্য মিচ অপৱাদ পোৱাৰ যোগ দেখা যায়।  

১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত বন্ধুৰ আগমন হব, সন্মান বাঢ়িব, ধন - ধান বাঢ়িব লগতে আজি আপুনি ভ্ৰমণৰ সুযোগ লাভ হোৱাৰ যোগ দেখা যায়।


ৰাশিফল সম্বন্ধীয় আৰু লেখা পঢ়ক এই লিংকত - www.ৰাশিফল.smj24.in


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি  ফল আগবঢ়ালো।


         -: *জ্যোতিষী* :-


শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                " মা কামাখ্যা গেট " (নাৰ্চাৰী)

 গুৱাহাটী - ৯


Ph no -9101096481

Wp no - 9577136205

🙏🙏🙏🙏🙏🙏🙏

Horoscope in Assamese

বিঃদ্ৰঃ উক্ত ৰাশিফল সন্মানীয় জ্যোতিষী নয়নজ্যোতি দেৱ শৰ্মা ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ। ( Horoscope Today ) 


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

No comments:

Post a Comment

Advertisement

Pages