আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, April 2, 2022

আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today

Horoscope Today

 

১৮ চ'ত, শনিবাৰ ইং ২ এপ্ৰিল।

 ২০২২ । ( Horoscope Today )


১. *মেষ ৰাশি* (অ,ল) : -  মেষ 

ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত সামাজিক কৰ্মত জৰিত হোৱাৰ সুযোগ লাভ কৰিব, আৰ্থিক দিশত শুভ হব, কৰ্মক্ষেত্ৰ সন্মান বাঢ়িব, লগতে শত্ৰু নাশ হোৱাৰ যোগ দেখা যায়। 


২. *বৃষ ৰাশি*( উ,ব,ই) : - বৃষ ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত ধন সন্মান বাঢ়িব , সামাজিক কৰ্মত জৰিত হোৱা সুযোগ লাভ কৰিব লগতে আজি আপুনি সজাগ নহলে ভ্ৰমণৰ ক্ষেত্ৰত সামান্য কষ্টৰ সন্মুখীন  হোৱাৰ যোগ দেখা যায়।


৩. *মিথুন ৰাশি* ( ক,ছ) :  - মিথুন ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেমত শুভ হব ,প্ৰিয় ব্যক্তিৰ সান্নিধ্য লাভ কৰিব, কৰ্মব্যস্ততা বাঢ়িব,  যদিও আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হব।   


৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ সকলৰ আজিৰ দিনটোত সন্মান বাঢ়িব, মনৰ আশা পুৰণ হব, লগতে আজি আপোনাৰ মনত ভক্তি ভাৱ  বৃদ্ধি হোৱাৰ যোগ দেখা যায়। 


৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মব্যস্ততা বাঢ়িব, প্ৰেমত শুভ হব, আৰ্থিক দিশত শুভ হব লগতে আজি আপোৰ উত্তম ভোজন লাভ হোৱাৰ যোগ দেখা যায়। 


৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত মনৰ চিন্তা ধাৰা উন্নত হব, আমোদ প্ৰমোদ ভাৱ বাঢ়িব,  যদিও আজি আপুনি কৰ্মক্ষেত্ৰৰ লগতে যি কোনো সিদ্ধান্ত গ্ৰহণ কৰোঁতে সজাগ হোৱাটো ভাল হব।


৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত  শিল্পী সকলৰ  শুভ হব যদিও আজি আপুনি সজাগ নহলে মনত সামান্য চিন্তা  বৃদ্ধি হোৱাৰ যোগ দেখা যায়।( Horoscope Today )


৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত ছোৱালী সকলৰ মনত আনন্দ বাঢ়িব, সামাজিক সন্মান বাঢ়িব, যদিও আজি আপুনি সজাগ নহলে সামান্য ভুল বুজাবুজি    হোৱাৰ যোগ দেখা যায়। 


৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত  বন্ধুৰ আগমন হব, যদিও আজি আপুনি সজাগ নহলে মনত সামান্য চিন্তা বাঢ়িব লগতে আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হব।


১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত মনত  আনন্দ বাঢ়িব, বন্ধুৰ সান্নিধ্য লাভ হব কৰিব,  লগতে আজি আপোনাৰ বিবাদ নিস্পত্তি হোৱাৰ যোগ দেখা যায়। 


১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলৰ আজি দিনটোত মনৰ আশা পুৰণ হব, প্ৰেমত শুভ হব যদিও আজি আপুনি সজাগ নহলে কৰ্মক্ষেত্ৰ সামান্য বিৰোধীৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়। 


১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত মনত নতুন কৰ্ম প্ৰেৰণা লাভ কৰিব, অৰ্থআগমন বাঢ়িব, যদিও আজি আপুনি পাৰিবাৰিক দিশত সজাগ হোৱাটো ভাল হব। 


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি  ফল আগবঢ়ালো।


         -: *জ্যোতিষী* :-


শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                " মা কামাখ্যা গেট " (নাৰ্চাৰী)

 গুৱাহাটী - ৯


Ph no -9101096481

Wp no - 9577136205

🙏🙏🙏🙏🙏🙏🙏

Horoscope in Assamese

বিঃদ্ৰঃ উক্ত ৰাশিফল সন্মানীয় জ্যোতিষী নয়নজ্যোতি দেৱ শৰ্মা ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ। ( Horoscope Today ) 


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

No comments:

Post a Comment

Advertisement

Pages