শনিদেৱৰ ৰাশি পৰিবৰ্তন: Horoscope Today - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, April 16, 2022

শনিদেৱৰ ৰাশি পৰিবৰ্তন: Horoscope Today

Horoscope Today

শনিদেৱে এপ্ৰিলত ৰাশি সলনি কৰিব।  শনিৰ এই ৰাশি পৰিবৰ্তনে সকলো ৰাশিৰ বাবে ভাল আৰু বেয়া দুয়োটা প্ৰকাৰৰ প্ৰভাৱ পেলাব পাৰে। (Horoscope Today)


জ্যোতিষ শাস্ত্ৰৰ মতে, শনিক কৰ্মফল দাতা আৰু ন্যায় প্ৰিয় গ্ৰহ বুলি গণ্য কৰা হয়। কোৱা হয় যে যিয়ে যেনেকুৱা কাম কৰে, শনিৰ দশাত তেওঁলোকে তেনেকুৱাই ফল পায়। শনিয়ে এজন মানুহক ৰজা ও বনাব পাৰে। 

শনিয়ে কুম্ভ ৰাশি এৰি মকৰ ৰাশিত প্ৰৱেশ কৰিব। এই ৰাশিলৈ শনি ৩০ বছৰৰ পিছত আহিব।শনিৰ এই ৰাশি পৰিবৰ্তনৰ ফলত, ধাইয়া আৰু চাৰে সাত বছৰীয়া প্ৰভাৱো পৰিব। 

কিন্তু এই ৰাশিৰ ব্যক্তিসকলে ভাল কাম কৰাৰ লগতে, শনিক সন্তুষ্ট কৰিবলৈ ব্যৱস্থা লোৱা উচিত। আজি আমি আপোনালোকক কিছুমান এনেকুৱা উপায়ৰ বিষয়ে কম যিবোৰ কৰিলে আপোনালোকে শনিৰ দশাৰ পৰা সকাহ পাব।(Horoscope Today)


দৰিদ্ৰ আৰু অসহায় লোকসকল, নিজৰ বাবে যিয়ে উপাৰ্জন কৰিব নোৱাৰি, শনি এনে লোকসকলক সহায় কৰিলে সুখী হয়। শনিবাৰে গৰুক সেৱা কৰা আৰু সিহঁতক খাদ্য খাবলৈ দিলে শনিদেৱ প্ৰসন্ন হয়। 

শনিবাৰে ভাত খোৱাৰ আগতে, বিশেষকৈ খোৱাৰ সময়ত, প্ৰথমৰ কেইটামান ভাত আতঁৰাই ৰাখি সেইখিনি কাউৰীবোৰক খাবলৈ দিব লাগে।

যদি আপুনি উচ্চ স্থানত আছে বা আপোনাৰ পদবী উচ্চ তেন্তে আপুনি আপোনাৰ তলত কাম কৰা সকলক ভাল ব্যৱহাৰ কৰক। এনে কৰিলে শনিদেৱ প্ৰসন্ন হয়। শনিবাৰে ক'লা তিল আৰু গুড় পৰুৱাক খোৱাব লাগে । ইয়াৰ ফলতো শনিদেৱ প্ৰসন্ন হয়।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in

(Horoscope Today)



বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। 





 









No comments:

Post a Comment

Advertisement

Pages