পঢ়ক মেষ ৰাশিৰ পৰা মীন ৰাশিলৈ: Horoscope Today - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, April 16, 2022

পঢ়ক মেষ ৰাশিৰ পৰা মীন ৰাশিলৈ: Horoscope Today

Horoscope Today

জ্যোতিষ শাস্ত্ৰত সূৰ্য দেৱক এক বিশেষ স্থান দিয়া হয়। সূৰ্যদেৱক সকলো গ্ৰহৰ ৰজা বুলি কোৱা হয়। (Horoscope Today)


১৪ এপ্ৰিলত সূৰ্যদেৱে, মীন ৰাশি এৰি মেষ ৰাশিত প্ৰৱেশ কৰিছে। সূৰ্যয়ে ৰাশি পৰিবৰ্তন কৰা ফলত, কিছুমান ৰাশিয়ে শুভ আৰু কিছুমান ৰাশিয়ে অশুভ ফল প্ৰাপ্ত কৰিব । 

জানো আহঁক সূৰ্যয়ে মেষ ৰাশিত প্ৰৱেশ কৰাৰ ফলত সকলো ৰাশিৰ ওপৰত কি কি প্ৰভাৱ পৰিব। পঢ়ক মেষ ৰাশিৰ পৰা মীন ৰাশিলৈ 



১. মেষ ৰাশি- মনটো বিচলিত হ'ব পাৰে। সংযম হৈ থাকক। ব্যৰ্থ বাদ- বিবাদ পৰিহাৰ কৰক। পৰিয়ালত ধৰ্মীয় কাৰ্যকলাপ হ'ব পাৰে। কাপোৰ
উপহাৰত পাব পাৰে।


২. বৃষ ৰাশি - মনটো বিচলিত হ'ব। ধৈৰ্য্যৰ অভাৱ হ'ব। চাকৰিৰ ক্ষেত্ৰত বিষয়াসকলৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখক। বন্ধুবৰ্গৰ সৈতে ভ্ৰমণলৈ যাব পাৰে।


৩. মিথুন ৰাশি - মনটো বিচলিত হ'ব পাৰে। মাতৃৰ স্বাস্থ্যৰ প্ৰতি সতৰ্ক হৈ থাকক। পৰিয়ালত শান্তি বজাই ৰাখক। ব্যৱসায়ত বন্ধুসকলৰ সহযোগিতা লাভ কৰিব।


৪. কৰ্কট ৰাশি - খং আৰু আবেগ অত্যাধিক নকৰিব । মাকৰ স্বাস্থ্যৰ যত্ন ল'ব লাগে। চাকৰিৰ সাক্ষাৎকাৰ আদিত সফলতা লাভ কৰিব।


৫. সিংহ ৰাশি - মানসিক শান্তি থাকিব, কিন্তু আত্মবিশ্বাস হ্ৰাস হ'ব। কামৰ ক্ষেত্ৰত পৰিৱৰ্তন হ'ব পাৰে।(Horoscope Today)



৬.কন্যা ৰাশি - মনটো সুখী হৈ থাকিব , কিন্তু এলাহ অধিক লাগিব। পিতৃ-মাতৃৰ পৰা ব্যৱসায় সম্প্ৰসাৰণ কৰিবলৈ আৰ্থিক সহযোগিতা লাভ কৰিব।


৭.তুলা ৰাশি - আত্মবিশ্বাস অধিক হ'ব। কথাবোৰ মৰম লগা হ'ব। চাকৰিৰ ক্ষেত্ৰত কিবা অতিৰিক্ত দায়িত্ব পাব পাৰে। কঠোৰ পৰিশ্ৰম কৰিব লাগিব।


৮. বৃশ্চিক ৰাশি - সংযম হৈ থাকক। অত্যাধিক খঙ পৰিহাৰ কৰক। ব্যৱসায়ৰ ক্ষেত্ৰত এটা নতুন বিনিয়োগ কৰিব পাৰে। পৰিয়ালৰ সহযোগীতা লাভ কৰিব। শৈক্ষিক কামত সফলতা অৰ্জন কৰিব।


৯.ধনু ৰাশি  - মনটো বিচলিত হ'ব। শান্ত হৈ থাকক। পৰিয়ালত ব্যৰ্থ বাদ বিবাদ পৰিহাৰ কৰক। চাকৰিৰ ক্ষেত্ৰত বিষয়াসকলৰ সহযোগিতা লাভ কৰিব। বাহনৰ আনন্দ বৃদ্ধি হ'ব।


১০.মকৰ ৰাশি - আত্মবিশ্বাসেৰে পৰিপূৰ্ণ হৈ থাকিব, কিন্তু আপোনাৰ আৱেগবোৰ নিয়ন্ত্ৰণত ৰাখক। কথোপকথনত সন্তুলন বজাই ৰাখিবলৈ
চেষ্টা কৰক। ব্যৱসায়ৰ ক্ষেত্ৰত কঠোৰ পৰিশ্ৰম কৰিব লাগিব।


১১. কুম্ভ ৰাশি- আত্মবিশ্বাসেৰে পৰিপূৰ্ণ হৈ থাকিব, কিন্তু বেছি উৎসাহিত নহ'ব। চাকৰি কৰা ঠাইত অফিচাৰ সকলৰ লগত ব্যৰ্থ বাদ-বিবাদ নকৰিব। কাৰ্যক্ষেত্ৰৰ বিস্তাৰ হ'ব।


১২. মীন - মনটো সুখী হৈ থাকিব, তথাপিও শান্ত হৈ থাকক। ধৈৰ্য্য বজাই ৰাখিবলৈ চেষ্টা কৰক। চাকৰিৰ ক্ষেত্ৰত পৰিৱৰ্তনৰ যোগ স্থাপন হৈছে। আপুনি আন ঠাইলৈ যাব পাৰে।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in

(Horoscope Today)



বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। 


No comments:

Post a Comment

Advertisement

Pages