কেনেকৈ হয় Court Marriage আৰু ইয়াৰ লাভালাভ : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, April 3, 2022

কেনেকৈ হয় Court Marriage আৰু ইয়াৰ লাভালাভ : Assamese Fact

Assamese Fact

যদি আপুনি আপোনাৰ সঙ্গীৰ সৈতে আদালতত বিবাহৰ পৰিকল্পনা কৰি আছে। কিন্তু ইয়াৰ নিয়ম আৰু প্ৰক্ৰিয়াৰ বিষয়ে যদি বিভ্ৰান্তি হৈছে, তেন্তে এইবোৰ কথা মনত ৰাখক।Assamese Fact ) 


প্ৰথমে, এটা কথা জানি লওঁক যে দুটা মানুহে যিকোনো সামাজিক বা পাৰিবাৰিক কাৰণৰ ফলতহে court Marriage কৰে।


এনে পৰিস্থিতিত court Marriage কি? court Marriage ৰ নিয়মবোৰ কি? এইসমূহৰ উত্তৰবোৰ আপোনাৰ ওচৰত বিয়া হোৱাৰ আগতেই থাকিব লাগে। যাতে যেতিয়া সময় আহে আপুনি লাজ বা বিৰক্তিৰ অনুভৱ নকৰে।


২.কেনেকৈ হয় court Marriage - এই বিবাহ যিকোনো ধৰ্ম বা সম্প্ৰদায়ৰ লোকৰ মাজত হ'ব পাৰে।যাক আইনগত বুলি গণ্য কৰা হয়। court Marriage কৰিবলৈ স্পীচেল মেৰিজ এক্ট -১৯৫৪ চনত গ্ৰহণ কৰা হৈছিল। য'ত মেৰিজ অফিচাৰৰ চোৱা চিতা মাজত বিবাহ সম্পূৰ্ণ হয়।এই বিয়াত কোনো নীতি নিয়ম নাথাকে।


৩.court Marriage ৰ নিয়ম - ল'ৰা আৰু ছোৱালী প্ৰাপ্তবয়স্ক হ'ব লাগিব court Marriage কৰিব বাবে। পুৰুষৰ বয়স ২১ বছৰতকৈ অধিক আৰু মহিলাৰ বয়স ১৮ বছৰতকৈ অধিক হ'ব লাগিব।


ইয়াৰ উপৰিও, ল'ৰা আৰু ছোৱালী দুয়োটাই মানসিকভাৱে সুস্থিৰ অৰ্থাৎ স্বাস্থ্যবান হোৱা উচিত।


বিবাহ পাশত আৱদ্ধ হোৱা ল'ৰা আৰু ছোৱালীয়ে বিবাহ পঞ্জীয়কৰ সন্মুখত নিজৰ বিবাহৰ বাবে আবেদন কৰিব লাগিব।বিবাহৰ বাবে আবেদন কৰা ল'ৰা ছোৱালী আগৰেই পৰা বিবাহিত হ'ব নালাগিব।যদি বিবাহৰ বাবে আবেদন কৰা ল'ৰা বা ছোৱালীয়ে আগতেই বিয়া পাতিছিলে, তেতিয়া তেওঁৰ বিবাহ বিচ্ছেদ হ'ব লাগিব নহ'লেবা তেওঁৰ স্বামী বা পত্নীৰ মৃত্যু হোৱা হ'ব লাগিব।বিবাহপাশত আৱদ্ধ হোৱা ল'ৰা ছোৱালী দুয়োজনৰে বিবাহৰ বাবে সন্মতি থাকিব লাগিব।Assamese Fact ) 


বিবাহৰ বাবে আবেদন কৰা ল'ৰা ছোৱালীয়ে আগতেই এখন ফৰ্ম অনলাইনৰ পৰা ডাউনলোড কৰিব লাগিব। য'ত তেওঁলোক নিজৰ কৰ্ট মেৰিজৰ ন'টিচ ডিক্লেৰেচন কৰিব লাগে।


৪.court Marriage ৰ লাভালাভ - court Marriage কৰাৰ ফলত পইচা বাচি যায়। এনেকুৱা বিয়া কম খৰচতে সম্পন্ন হৈ যায়।এই বিবাহৰ বাবে সজোৱা বা ডাঙৰ,ডাঙৰ লেনদেন আদি কৰিব নালাগে।


বিবাহক লৈ বহুত নীতি-নিয়ম কৰাৰ চিন্তা থাকে। আনহাতে court Marriage ত কোনো নীতি-নিয়ম কৰাৰ প্ৰয়োজন নাই। যাৰ ফলত ব্যক্তিৰ চাপ কম হয়।court Marriage কিছু ঘন্টাৰ ভিতৰতে সম্পূৰ্ণ হৈ যায়।যাৰ ফলত ব্যক্তিৰ সময় বাচে।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in



বিঃদ্ৰঃ আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ।  Assamese Fact ) 


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup 


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page



No comments:

Post a Comment

Advertisement

Pages