আমলখিৰ গুণাগুণ: Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, April 19, 2022

আমলখিৰ গুণাগুণ: Assamese Health Tips

Assamese Health Tips

আমলখি ঔষধি গুণ থকা এটা ফল৷ আমলখি গছৰ পাত আৰু ফলসমূহ সমানে সুন্দৰ আৰু ভাল৷ (Assamese Health Tips)


বিজ্ঞানীসকলে বিশ্বাস কৰে যে কমলা,নেমু, আপেলতকৈ কেইবাগুণে ভাল আমলখি খোৱাতো। এই সকলোবোৰ ফলতকৈ ই হাজাৰ গুণে আগবাঢ়ি আছে।

যিসকলৰ কম বয়সতে চকুত ছানি পৰাৰ সম্ভাৱনা থাকে তেওঁলোকে আমলখি খাব পাৰে৷ এচামুচ আমলখি গুৰিৰ সৈতে মৌ মিহলি কৰি খালে খুব ভাল ফলাফল পোৱা যায়৷


আমলখিয়ে বমিৰ অনুভৱ আঁতৰ কৰে। মুখৰ ভিতৰত বিষ থাকিলেও নাইকীয়া কৰে। যিকোনো সমস্যা সমাধান কৰে । (Assamese Health Tips)


যকৃত পৰিষ্কাৰ কৰি ৰখাত আমলখি অতি উপযোগী৷ আমলখি কটা চিঙা কাৰণেও ভাল। ৰ'দত শুকুৱাই থোৱা আমলখিয়ে মুখৰ গোন্ধ নাইকীয়া কৰে। 

আমলখিয়ে চৰ্দিৰ বাবে এক বিশেষ ঔষধ হিচাপেও কাম কৰে৷ আমলখিয়ে কলেষ্টলৰ সমস্যাৰ বিৰুদ্ধে যুঁজ দিয়ে।

 ই হাপানীৰ সমস্যা আঁতৰ কৰে।যদি আপোনাৰ হঠাতে বমি হয়, আমলখিয়ে সেই ক্ষেত্ৰত মন্ত্ৰৰ দৰে কাম কৰে। 

এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in

(Assamese Health Tips)



বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। 


No comments:

Post a Comment

Advertisement

Pages