ভ্ৰমণে দূৰ কৰে মানসিক চাপ, উদ্বেগ, হতাশা আদি : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, April 3, 2022

ভ্ৰমণে দূৰ কৰে মানসিক চাপ, উদ্বেগ, হতাশা আদি : Assamese Fact

 

Assamese Fact

প্ৰায়ে মানুহে ভ্ৰমণৰ পিছত ভাগৰোৱা অনুভৱ কৰে। কিন্তু শেহতীয়া এটা অধ্যয়নত দাবী কৰা হৈছে যে উদ্বেগ, হতাশাৰ সৈতে মোকাবিলা কৰাত ভ্ৰমণ অত্যন্ত কাৰ্যকৰী বুলি প্ৰমাণিত হয়। Assamese Fact ) 

মানসিক ৰোগৰ ওপৰত ২০২১ চনত প্ৰকাশিত অধ্যয়ন অনুসৰি, দৈনন্দিন কাৰ্যকলাপৰ তাৰতম্যৰ সম্পৰ্ক উচ্চ স্বাস্থ্যৰ লগত হয়।গৱেষকসকলে কৈছিল, বিশ্বব্যাপী মহামাৰীৰ সময়ত সক্ৰিয় হৈ থকাটো প্ৰত্যাহ্বানজনক হৈ আহিছে।বিশেষকৈ তেতিয়া যেতিয়া বহুলোকে বাহিৰলৈ যাবলৈ ভয় কৰে। কিছুমান মানুহে ঘৰত ব্যায়াম কৰাতোঁ পচন্দ কৰে। কিন্তু বাস্তৱত, অপৰিকল্পিত ভ্ৰমণ স্বাস্থ্যৰ বাবে খোবেই গুৰুত্বপূৰ্ণ । যাক আমি কেতিয়াবা উপেক্ষা কৰোঁ।


চুইজাৰলেণ্ডৰ বাছেলত বিশ্ববিদ্যালয় মনোৰোগ ক্লিনিকৰ গৱেষকসকলে প্ৰকাশ কৰিছিল যে মানুহে যেতিয়া বেলেগ বেলেগ ঠাইলৈ যায়, তেওঁলোকে তেতিয়া ভাৱাত্মক আৰু মনোবৈজ্ঞানিক কল্পনাৰ বিষয়ে সিমানেই ভাল অনুভৱ কৰে। কিন্তু মানসিক স্বাস্থ্যৰ সমস্যা অব্যাহত থাকিব পাৰে।


এই অধ্যয়নত মহামাৰীৰ আগমনৰ আগতে মানসিক স্বাস্থ্য সম্পৰ্কিত উদ্বেগ যেনে ভাৱাত্মক বিকাৰ, উদ্বেগ বিকাৰ, মনোভাৱ সম্পৰ্কিত বিকাৰ, ব্যক্তিত্বৰ বিকাৰ আৰু আৱেগিক-বাধ্যতামূলক বিকাৰৰ ১০৬ জন ৰোগী দেখা গৈছিল।


 তেওঁলোকৰে কিছুমানক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল, আনহাতে আনসকল বহিৰ্বিভাগৰ ৰোগী আছিল, যিসকলে ঘৰত আছিল।কিন্তু তেওঁলোকক নিয়মীয়া চিকিৎসাৰ প্ৰয়োজন আছিল।Assamese Fact ) 


জিপিএছ ব্যৱহাৰ কৰি নিজৰ ভ্ৰমণক ট্ৰেক কৰিবলৈ এই ৰোগীসকলে এসপ্তাহৰ বাবে তেওঁলোকৰ সৈতে এটা অতিৰিক্ত ফোন ৰাখিছিল।


তেওঁলোকে নিজৰ ব্যক্তিগত সুখ, মানসিক স্থিতিস্থাপকতা আৰু মানসিক স্বাস্থ্যৰ সমস্যাৰ বিষয়ে প্ৰশ্নাৱলীও পূৰণ কৰিলে।


যেতিয়া গৱেষকসকলে এই জৰীপৰ ফলাফলবোৰ তুলনা জি.পি.এছ মানচিত্ৰৰ লগত কৰিছিল , তেতিয়া তেওঁলোকে পালে যে  যাত্ৰাৰ সময়ত নিজকে সময় দিয়াটো এক শক্তিশালী অনুভৱৰ সৈতে সম্পৰ্কিত আছিল।


অৱশ্যে, মানসিক স্বাস্থ্যৰ বিকাৰৰ লক্ষণবোৰ প্ৰায় একে।গৱেষকসকলে কৈছিল,মানসিক ৰোগৰ অন্যান্য লক্ষণে, ৰোগীৰ দৈনন্দিন কাৰ্যকলাপৰ ওপৰত একেই প্ৰভাৱ নেপেলাই।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in



বিঃদ্ৰঃ আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ।  Assamese Fact ) 


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup 


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page



No comments:

Post a Comment

Advertisement

Pages