শনিবাৰে যিকোনো সামগ্ৰী ক্ৰয় কৰাৰ পূৰ্বে এই সমূহ জানি লওক : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, March 19, 2022

শনিবাৰে যিকোনো সামগ্ৰী ক্ৰয় কৰাৰ পূৰ্বে এই সমূহ জানি লওক : Religious Studies

Religious Studies


শনি গ্ৰহক লৈ বহুতৰে ভয়। শনিদেৱতাক সন্তষ্ট কৰিবলৈ উঠি পৰি লাগে সকলো। কাৰণ শাস্ত্ৰমতে শনিদেব কাৰোবাৰ ওপৰত ৰুষ্ট হলে তেওঁৰ জীৱন ছাৰখাৰ হৈ যায়। সেইদৰে শনিদেৱতা সন্তষ্ট হলে জীৱনত সাফ্যলই সাফল্য। ( Religious Studies )


শনিবাৰে এইকেইপদ সামগ্রী ক্ৰয় নকৰিব বুলি মান্যতা আছে।


১/ ক'লা ৰংৰ জোতা ক্ৰয় নকৰিব। 


২/লোহা'ৰ সামগ্রী ক্ৰয় নকৰিব।যদি লোহাৰ ব্যৱসায় কৰে, তেন্তে শনিবাৰে লোহাৰ বস্তু কিনা বেচা নকৰিব। আনকি কোনো ধৰণৰ যান বাহনো ক্ৰয় নকৰিব। কাৰণ সেয়াও লোহাৰে তৈয়াৰী। ( Religious Studies )


৩/ক্ৰয় নকৰিব বৈদ্যুতিক সামগ্রী। 


৪/ক্ৰয় নকৰিব ছাটি। 


৫/সৰিয়হ ক্ৰয় নকৰিব।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ SMJ24 ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য ৰেখামনি চাৰিঙীয়াৰ দ্বাৰা প্ৰকাশিত।আপোনালোকেও যদি কোনো গল্প কবিতা ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।Religious Studies )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

No comments:

Post a Comment

Advertisement

Pages