'দ্য কাশ্মীৰ ফাইলছ' চাই যথেষ্ট আৱেগিক হৈ পৰিল মুখ্যমন্ত্ৰী : The Kashmir Files - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, March 15, 2022

'দ্য কাশ্মীৰ ফাইলছ' চাই যথেষ্ট আৱেগিক হৈ পৰিল মুখ্যমন্ত্ৰী : The Kashmir Files

The Kashmir Files

" ’৯০ৰ দশকত কাশ্মীৰত কাশ্মীৰী পণ্ডিতক কৰা অকথ্য নিৰ্যাতন আৰু গণহত্যাৰ ফলত হাজাৰ হাজাৰ পণ্ডিত গৃহহীন হৈছিল। এয়া আছিল মানৱতাৰ পৰিপন্থী এক শিহৰণকাৰী অধ্যায়৷( The Kashmir Files )


আজি সতীৰ্থ মন্ত্ৰী আৰু আমাৰ মিত্ৰজোঁটৰ বিধায়কসকলৰ সৈতে সেইসকল কাশ্মীৰী পণ্ডিতৰ দুৰ্ভাগ্যজনক ঘটনাক লৈ নিৰ্মিত 'দ্য কাশ্মীৰ ফাইলছ' চিনেমাখন চাই যথেষ্ট আৱেগিক হ'লোঁ৷ ( The Kashmir Files )


কাশ্মীৰী পণ্ডিতসকলৰ এই কৰুণ গাথাক সবল তথা শক্তিশালী ৰূপত চেলুলয়ডত উপস্থাপন কৰাৰ বাবে পৰিচালক বিবেক অগ্নিহোত্রীৰ লগতে চিনেমাখনৰ সৈতে জড়িত সমূহ কলা-কুশলীক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।"-হিমন্ত বিশ্ব শৰ্মা ( মুখ্যমন্ত্ৰী,অসম)

The Kashmir Files )

The Kashmir Files


No comments:

Post a Comment

Advertisement

Pages