মাৰ্চ মাহৰ শেষৰ সপ্তাহটো আপোনাৰ কেনে যাব : Horoscope Today - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, March 26, 2022

মাৰ্চ মাহৰ শেষৰ সপ্তাহটো আপোনাৰ কেনে যাব : Horoscope Today

Horoscope Today

 বৈদিক জ্যোতিষ শাস্ত্ৰত গ্ৰহৰ চলাচল বিশেষ মহত্বপূৰ্ণ।গ্ৰহ -নক্ষত্ৰৰ প্ৰভাৱ ১২ টা ৰাশিতে পৰে ।গ্ৰহৰ চলাচলৰ প্ৰভাৱ কিছুমান ৰাশিত ভালকৈ পৰে আৰু কিছুমান ৰাশিত বেয়াকৈ পৰে।( Horoscope Today )


গ্ৰহৰ চলাচলৰ অনুসৰিয়েই সাপ্তাহিক ৰাশিৰ উলিওৱা হয়।গ্ৰহৰ চলাচলৰ প্ৰভাৱ কিছুমান ৰাশিৰ বাবে বহুত শুভ আৰু কিছুমান ৰাশিৰ সাৱধান হোৱাৰ আৱশ্যক।জানো আহঁক মাৰ্চৰ শেষৰ সপ্তাহ ১২ টা ৰাশিৰ বাবে কেনেকুৱা হ'ব।



১. মেষ ৰাশি -  আত্মবিশ্বাস থাকিব। কিন্তু সংযত হৈ থাকক।এলাহ ভাব বহুত থাকিব।ঘৰ, পৰিয়ালৰ সুখ, সুবিধাৰ বিস্তাৰ হ'ব। জীৱন সংগীৰ লগত মতানৈক্য হ'ব পাৰে। কাৰ্যক্ষেত্ৰত পৰিবৰ্তনৰ সম্ভাৱনা আছে। পৰিশ্ৰম অধিক কৰিব লাগিব।মাকৰ সান্নিধ্য আৰু সহযোগীতা লাভ কৰিব। লাভ বৃদ্ধিৰ সম্ভাৱনা আছে। চাকৰিত অফিচাৰ সকলৰ সহযোগীতা লাভ কৰিব। কাৰ্যক্ষেত্ৰত পৰিবৰ্তনৰ সম্ভাৱনা আছে।পৰিশ্ৰম অধিক কৰিব লাগিব।



২. বৃষ ৰাশি - কথাত কঠোৰতা ভাৱ থাকিব।কথা কওঁতে সংযত হওঁক। বস্ত্ৰ আদিৰ প্ৰতি ৰুচি বাঢ়িব। মাকৰ লগত কথা বতৰাত মতানৈক্য হ'ব পাৰে। কিন্তু ধন লাভ কৰিব। সংৰক্ষিত ধন বৃদ্ধি হ'ব। চাকৰিত অফিচাৰ সকলৰ সহযোগীতা লাভ কৰিব। উন্নতিৰ মাৰ্গ খোল খাব।সংৰক্ষিত ধন বৃদ্ধি হোৱাৰ সংযোগ স্থাপন হৈছে। চাকৰিত উন্নতিৰ মাৰ্গ খোল খাব। বাহন সুখ বৃদ্ধি হ'ব। স্থান পৰিবৰ্তন হোৱাৰ সম্ভাৱনা আছে।



৩.মিথুন ৰাশি - নিজৰ ভাবনাক বশ কৰি ৰাখক। আত্মবিশ্বাস কম হ'ব। খঙৰ পৰা বাচি থাকক। পাৰিবাৰিক দায়িত্ব বৃদ্ধি হ'ব পাৰে। সম্পৰ্কীয় মানুহৰ কোনোবা বৃদ্ধ ব্যক্তিৰ পৰা ধন লাভ হ'ব পাৰে । পৰিয়ালৰ লগত কোনোবা ধাৰ্মিক স্থানলৈ যাবলৈ পাব পাৰে।ককাই ভাইৰ সহযোগীতা লাভ কৰিব। কিবা ৰৈ যোৱা ধন লাভ হ'ব পাৰে। চাকৰিত অফিচাৰ সকলৰ সহযোগীতা লাভ কৰিব। স্থান পৰিবৰ্তন হোৱাৰ সম্ভাৱনা দেখা পোৱা যায়।



৪. কৰ্কট ৰাশি -  আত্মবিশ্বাস কম হ'ব। পাৰিবাৰিক জীৱন কষ্টকৰ হৈ পৰিব। চাকৰিত কাৰ্যক্ষেত্ৰত পৰিবৰ্তন হ'ব পাৰে। একক্ষণতে খঙ আৰু একক্ষণতে ভাল হ'ব পাৰে।কথা কওঁতে সংযত হওঁক। ধাৰ্মিক সংগীতৰ প্ৰতি ৰুচি বাঢ়িব।আয়ৰ স্থিতি ভাল হ'ব। মিত্ৰ সকলক লগ পাব।



৫. সিংহ ৰাশি - আত্মবিশ্বাস থাকিব। অধ্যায়নৰ প্ৰতি ৰুচি বাঢ়িব। সম্পত্তি ৰক্ষা কৰাত খৰচ হ'ব পাৰে। জীৱন সংগীৰ স্বাস্থ্য বেয়া হ'ব পাৰে। চিকিৎসা কাৰ্যত খৰচ বাঢ়িব। চাকৰিত স্থান পৰিবৰ্তনৰ সম্ভাৱনা আছে। কোনোবা বেলেগ স্থানলৈ যাব লগা হ'ব পাৰে।ককাই ভাইৰ সহযোগীতা লাভ কৰিব। কিন্তু পৰিশ্ৰম অধিক কৰিব লাগিব। সন্তানৰ স্বাস্থ্য বেয়া হ'ব পাৰে।থকা , খোৱাত অসুবিধা থাকিব।



৬. কন্যা ৰাশি - ধৈৰ্যশীলতা কম হ'ব পাৰে।আত্মসংযত হওঁক।কথাৰ প্ৰভাৱ বাঢ়িব।কিবা ধাৰ্মিক কাৰ্যৰ বাবে যাব লগা হ'ব পাৰে।থকা , খোৱাত অসুবিধা থাকিব। মিঠা খাদ্যৰ প্ৰতি ৰুচি বাঢ়িব। সম্পত্তিৰ পৰা আয় বৃদ্ধি হ'ব পাৰে। চাকৰিত স্থান পৰিবৰ্তন হোৱাতো নিশ্চিত। চাকৰিত অফিচাৰ সকলৰ সহযোগীতা লাভ কৰিব। উন্নতিৰ সংযোগ স্থাপন হৈছে।আয় বৃদ্ধি হ'ব, কিন্তু স্থান পৰিবৰ্তন হোৱাৰ সম্ভাৱনা আছে।( Horoscope Today )



৭.তুলা ৰাশি- মনত প্ৰসন্নতাৰ ভাব থাকিব । কিন্তু আত্মসংযত হওঁক। অধিক খঙৰ পৰা বাচি থাকক। মাকৰ লগত মতানৈক্য সৃষ্টি হ'ব পাৰে। চাকৰি ক্ষেত্ৰত আন ঠাইলৈ যাব লগা হ'ব পাৰে।আয় বৃদ্ধি হ'ব। থকা , খোৱাত অসুবিধা হ'ব পাৰে। অফিচাৰ সকলৰ সহযোগীতা লাভ কৰিব। পৰিয়ালৰো সহযোগীতা লাভ কৰিব। বস্ত্ৰ আদিত খৰচ বৃদ্ধি হ'ব পাৰে। মাকৰ স্বাস্থ্য বেয়া হ'ব পাৰে।থকা , খোৱাত অসুবিধা হ'ব পাৰে। 



৮.বৃচ্চিক ৰাশি - আত্মবিশ্বাস কম হ'ব, কিন্তু পৰিয়ালৰ সহযোগীতা লাভ কৰিব। পৰিয়ালৰ লগত ধাৰ্মিক স্থানলৈ যাবলৈ পাব পাৰে।থকা , খোৱাৰ প্ৰতি সাৱধানতা অৱলম্বন কৰক। স্বাস্থ্য বেয়া হ'ব পাৰে। কোনোবা পুৰণা বন্ধুৰ সহযোগীতাত চাকৰিৰ সুযোগ পাব পাৰে। ইচ্ছাৰ বিৰুদ্ধি কাৰ্যক্ষেত্ৰত বৃদ্ধি সম্ভৱ। কথা কওঁতে সংযত হওঁক।খৰচ বাঢ়িব। বস্ত্ৰ আদি উপহাৰ ৰূপে পাব পাৰে।



৯. ধনু ৰাশি - মনত নিৰাশা আৰু অসন্তোষৰ ভাৱ থাকিব। আত্মবিশ্বাস কম হ'ব।পঢ়া আৰু পঢ়োৱাত ৰুচি বাঢ়িব। পাৰিবাৰিক জীৱন সুখৰ হৈ পৰিব। চাকৰিত উন্নতিৰ সুযোগ লাভ কৰিব। সম্পত্তিৰ বিস্তাৰ হ'ব পাৰে। মাকৰ সহযোগীতা লাভ কৰিব।খৰচ বৃদ্ধি হ'ব।বাহনৰ ক্ষেত্ৰত খৰচ হ'ব পাৰে। শৈক্ষিক কাৰ্যত সুখ প্ৰাপ্তি হ'ব। মিঠা খাদ্যৰ প্ৰতি ৰুচি বাঢ়িব। অফিচাৰ সকলৰ লগত মতানৈক্য সৃষ্টি হ'ব পাৰে। পৰিবৰ্তন হোৱাতো নিশ্চিত।



১০. মকৰ ৰাশি - আত্মবিশ্বাস কম হ'ব। শান্ত হৈ থাকক। খোৱা বোৱাৰ প্ৰতি ৰুচি বাঢ়িব। স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান হওঁক। পৰিয়ালত ধাৰ্মিক কাৰ্য অনুষ্ঠিত কৰা হ'ব। কোনোবা মিত্ৰৰ সহযোগত সম্পত্তিত নিবেশ কৰিব পাৰিব। সংৰক্ষিত ধনৰ অভাৱ হ'ব। লেখন, বৈদিক কাৰ্য আদিত ধন লাভ হ'ব পাৰে। কলা আৰু সংগীতৰ ক্ষেত্ৰত ৰুচি বাঢ়িব। বস্ত্ৰত খৰচ বৃদ্ধি হ'ব। চাকৰিৰ, কাৰ্যক্ষেত্ৰত বৃদ্ধি সম্ভৱ। পৰিশ্ৰম অধিক কৰিব লাগিব।খৰচ বৃদ্ধি হ'ব।



১১. কুম্ভ ৰাশি - কাৰ্যৰ প্ৰতি উৎসাহ থাকিব। কিন্তু কথা বতৰাত সন্তোলন বজায় ৰাখক। মন অশান্ত হৈ থাকিব। ধৰ্ম, কৰ্মৰ প্ৰতি ৰুচি বাঢ়িব।পিতৃৰ স্বাস্থ্য বেয়া হ'ব পাৰে।মাকৰ সহযোগীতা লাভ কৰিব। মাকৰ পৰা ধন লাভ কৰা সংযোগ স্থাপন হৈছে। কোনোবা মিত্ৰৰ আগমন হ'ব পাৰে। বৈদিক কাৰ্যত ধন অৰ্জন হ'ব পাৰে। চাকৰিত স্থান পৰিবৰ্তনৰ সম্ভাৱনা আছে। পৰিয়ালৰ লগত কোনোবা ধাৰ্মিক স্থানলৈ যাবলৈ পাব পাৰে। খৰচ বৃদ্ধি হ'ব। স্বাস্থ্যৰ প্ৰতি সাৱধান থাকক।



১২. মীন ৰাশি - ধৈৰ্যশীলতা কম হ'ব পাৰে। আত্মসংযত হৈ থাকক। শৈক্ষিক কাৰ্যত ব্যৱধান আহিব পাৰে। কোনোবা মিত্ৰৰ সহযোগত ব্যৱসায় বিস্তাৰ হ'ব পাৰে।লাভৰ সুযোগ স্থাপন হ'ব। পাৰিবাৰিক জীৱন সুখৰ হ'ব। কাৰ্যক্ষেত্ৰত পৰিশ্ৰম অধিক কৰিব লাগিব।আয় বৃদ্ধিত ব্যৱধান আহিব পাৰে। খৰচ বৃদ্ধি হ'ব।পৰিয়ালৰ লগত কোনোবা ধাৰ্মিক স্থানলৈ যাবলৈ পাব পাৰে। চাকৰিৰ ক্ষেত্ৰত পৰিবৰ্তন নিশ্চিত। বন্ধুৰ সহযোগীতা লাভ কৰিব।


ৰাশিফল সম্বন্ধীয় আৰু লেখা পঢ়ক এই লিংকত - www.ৰাশিফল.smj24.in


আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ। ( Horoscope Today )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে, ধন্যবাদ। 

No comments:

Post a Comment

Advertisement

Pages