এই চাৰিটা ৰাশিৰ প্ৰচুৰ পৰিমাণে হ'ব ধন লাভ : Horoscope Today - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, March 25, 2022

এই চাৰিটা ৰাশিৰ প্ৰচুৰ পৰিমাণে হ'ব ধন লাভ : Horoscope Today

Horoscope Today

 সূৰ্যদেৱক জ্যোতিষ শাস্ত্ৰত বিশেষ স্থান প্ৰদান কৰা হয়।সূৰ্যদেৱক সকলো গ্ৰহৰে ৰজা বুলি কোৱা হয়।এই সময়ত সূৰ্যদেৱ মীন ৰাশিত বিৰাজমান হৈ আছে।( Horoscope Today )


সূৰ্যদেৱ মীন ৰাশিত বিৰাজমান হৈ , কেইটামান ৰাশিৰ ব্যক্তিসকলৰ ওপৰত বিশেষ কৃপা কৰি আছে।সূৰ্যদেৱ শুভ হোৱাৰ ফলত ব্যক্তিৰ ভাগ্য উদয় হৈ পাৰে।সূৰ্যদেৱ ১৩ এপ্ৰিলৰ লৈকে মীন ৰাশিত বিৰাজমান হৈ থাকিব। এতিয়া জানো আহঁক সূৰ্যদেৱ মীন ৰাশিত বিৰাজমান হৈ , কোন কোন ৰাশিৰ ব্যক্তিসকলৰ ওপৰত বিশেষ কৃপা কৰিব।



১. মেষ ৰাশি- কাৰ্যৰ প্ৰতি উৎসাহ থাকিব। ধৰ্ম আৰু কৰ্মৰ প্ৰতি আগ্ৰহ বাঢ়িব।মাকৰ সহযোগীতা পাব। মাকৰ পৰা ধন প্ৰাপ্তি সংযোগ স্থাপন হ'ব পাৰে। কোনোবা মিত্ৰৰ আগমন হ'ব পাৰে। বৈদিক কাৰ্যসমূহৰ পৰা ধন অৰ্জন হ'ব। চাকৰিত স্থান পৰিবৰ্তনৰ সম্ভাৱনা দেখা পোৱা যায়। পৰিয়ালৰ লগত কোনোবা ধাৰ্মিক স্থানলৈ যাবলৈ পাব পাৰে।



২.কন্যা ৰাশি- ব্যৱসায় বঢ়োৱাৰ চিন্তা সফল হ'ব।ককাই ,ভাইৰ সহযোগীতা পাব।ঘৰ, পৰিয়ালত মাঙ্গলিক কাৰ্য অনুষ্ঠিত হ'ব। বস্ত্ৰ আদিৰ উপহাৰো পাব পাৰে। চাকৰিত স্থান পৰিবৰ্তনৰ লগতে বেলেগ ঠাইলৈ ও যাব লগা হ'ব পাৰে।আদান- প্ৰদান ব্যৱসায়ত লাভৰ সংযোগ স্থাপন হ'ব। মাকৰ সান্নিধ্য পাব। বাহনৰ সুখ বৃদ্ধি হ'ব।( Horoscope Today )



৩. বৃচ্চিক ৰাশি- আত্মবিশ্বাসেৰে ভৰি থাকিব। ঘৰ, পৰিয়ালত সুখ , সুবিধাৰ বিস্তাৰ হ'ব।জীৱন সংগীৰ লগত মতানৈক্য হ'ব পাৰে। কাৰ্যক্ষেত্ৰত স্থান পৰিবৰ্তন নিশ্চিত। পৰিশ্ৰম অধিক কৰিব লাগিব।মাকৰ সান্নিধ্য তথা সহযোগীতা লাভ কৰিব। লাভৰ বৃদ্ধি সম্ভাৱনা আছে।চাকৰিত অফিচাৰ সকলৰ সহযোগীতা লাভ কৰিব।



৪.ধনু ৰাশি- মনত প্ৰসন্নতাৰ ভাব থাকিব। চাকৰিৰ ক্ষেত্ৰত বেলেগ ঠাইলৈ যাব লগা হ'ব পাৰে।আয় বৃদ্ধি হ'ব।অফিচাৰ সকলৰ সহযোগীতা লাভ কৰিব। পৰিয়ালৰ সহযোগীতা লাভ কৰিব। বস্ত্ৰ আদিত খৰচ বৃদ্ধি হ'ব পাৰে।


ৰাশিফল সম্বন্ধীয় আৰু লেখা পঢ়ক এই লিংকত - www.ৰাশিফল.smj24.in


আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ। ( Horoscope Today )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে, ধন্যবাদ। 

No comments:

Post a Comment

Advertisement

Pages