৩১ মাৰ্চত শুক্ৰদেৱে কৰিব ৰাশি পৰিবৰ্তন : Horoscope Today - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, March 28, 2022

৩১ মাৰ্চত শুক্ৰদেৱে কৰিব ৰাশি পৰিবৰ্তন : Horoscope Today

 

Horoscope Today

৩১ মাৰ্চত, শুক্ৰই ৰাশি সলনি কৰিবলৈ গৈ আছে। শুক্ৰ দেৱৰ ৰাশি পৰিবৰ্তনৰ ফলত কিছুমান ৰাশিৰ ব্যক্তিসকলে প্ৰাপ্তি কৰিব শুভ ফল। ( Horoscope Today )


কিছুমান ৰাশিৰ ব্যক্তিসকলে বিশেষভাৱে সাৱধান হ'ব লাগিব। জানো আহঁক শুক্ৰয়ে ৰাশি পৰিবৰ্তন কৰা ফলত কেনেকুৱা হ'ব সকলো ৰাশিৰ ফলাফল।পঢ়ো আহঁক মেষ ৰাশি পৰা মীন ৰাশিলৈ।


১. মেষ ৰাশি - সন্তানৰ স্বাস্থ্যত অধিক খৰচ হোৱাক লৈ চিন্তিত হৈ থাকিব। পাৰিবাৰিক জীৱন সুখৰ হ'ব।ব্যৱসায় বৃদ্ধি হ'ব।লাভৰ সুযোগ প্ৰাপ্তি কৰিব।


২. বৃষ ৰাশি - সংযত হৈ থাকক। চাকৰিত কামৰ ক্ষেত্ৰত পৰিৱৰ্তন যুগ স্থাপন হৈছে। উপাৰ্জন বৃদ্ধিত কোনোবা বন্ধুৰ সমৰ্থন পাব পাৰে। কিবা সম্পত্তিৰ পৰা ধন প্ৰাপ্ত কৰিব পাৰে।ধৰ্মীক কাৰ্যৰ প্ৰতি শ্ৰদ্ধা ভাৱ থাকিব।


৩.মিথুন ৰাশি - পৰিয়ালত শান্তি আৰু সদভাব বজাই ৰাখিবলৈ চেষ্টা কৰক।মনটো শৈক্ষিক কামত নিয়োজিত থাকিব।লিখন আৰু বৈদিক কাৰ্যত ব্যস্ততা বৃদ্ধি পাব।উপাৰ্জন বৃদ্ধি হ'ব। কোনোবা বন্ধুৰ সহযোগত কামৰ সুযোগ পাব।


৪.কৰ্কট ৰাশি - ঘৰ, পৰিয়ালত ধৰ্মীক কাৰ্য অনুষ্ঠিত হ'ব।মাকৰ পৰা ধন প্ৰাপ্তি হ'ব। শৈক্ষিক কাৰ্যত সুখদায়ক পৰিণাম লাভ কৰিব। চাকৰিত বিষয়াসকলৰ সহযোগিতা থাকিব। উন্নতিৰ মাৰ্গ খোল খাব। কাৰ্যক্ষেত্ৰ বৃদ্ধি হ'ব।


৫.সিংহ ৰাশি - শৈক্ষিক কাৰ্যত সুখদায়ক পৰিণাম লাভ কৰিব।চাকৰিত পৰিবৰ্তনৰ সুযোগ পাব। উচ্চ পদবী প্ৰাপ্ত হ'ব পাৰে।৩১ মাৰ্চৰ পিছত বাহনত খৰচ বাঢ়িব পাৰে।


৬.কন্যা ৰাশি - ব্যৱসায়ত অসুবিধা হ'ব পাৰে।কিন্তু কোনোবা মিত্ৰৰ সহায়ত, ব্যৱসায়ত উন্নতি হ'ব। লাভৰ সুযোগ পাব।উপাৰ্জন উন্নত হ'ব। কোনোবা সম্পত্তিৰ পৰা আয় বৃদ্ধি হ'ব পাৰে। ( Horoscope Today )


৭.তুলা ৰাশি - মনটো বিচলিত হ'ব পাৰে। চাকৰিৰ ক্ষেত্ৰত বিদেশ ভ্ৰমণলৈ যোৱা যুগ স্থাপন হ'ব পাৰে।থকা, খোৱা কষ্ট আৰু অব্যৱস্থানীক হ'ব। মান- সন্মান প্ৰাপ্তি হ'ব পাৰে।বাহন আৰু বস্ত্ৰ আদিৰ ক্ষেত্ৰত ব্যয় বৃদ্ধি হ'ব পাৰে।


৮.বৃচ্চিক ৰাশি - উপাৰ্জন ব্যাঘাত আৰু ব্যয়ৰ পৰিমাণ অধিক হ'ব পাৰে।ব্যৱসায়ৰ প্ৰতি মনোযোগ দিয়ক।কিছু অসুবিধা হ'ব পাৰে। শৈক্ষিক কাৰ্যত সফলতা লাভ কৰিব। লেখন, বৈদিক কাৰ্যত ধন অৰ্জন হ'ব পাৰে।


৯.পৰিয়ালৰ স্বাস্থ্যৰ ধ্যান ৰাখক। চিকিৎসাত খৰচ বাঢ়িব পাৰে। চাকৰিত কাৰ্যক্ষেত্ৰত পৰিবৰ্তনৰ যুগ স্থাপন হ'ব। সম্পৰ্কীয় কোনোবা বৃদ্ধ ব্যক্তিৰ পৰা ধন লাভ কৰিব পাৰে।১ এপ্ৰিলত মাকৰ স্বাস্থ্য ভাল হ'ব।


১০. মকৰ ৰাশি - মানসিক শান্তি বজায় ৰাখিবলৈ চেষ্টা কৰক। শাসন আৰু সত্ৰাৰ সহযোগীতা লাভ কৰিব। শ্ৰম অধিক কৰিব লাগিব।ধনৰ স্থিতিত সুধৰণি হ'ব। কাপোৰ আৰু গহণাৰ প্ৰতি ৰুচি বাঢ়িব। স্বাস্থ্যৰ ধ্যান ৰাখক।


১১.কুম্ভ ৰাশি - উন্নতিৰ মাৰ্গ খোল খাব। স্থান পৰিবৰ্তন যুগ স্থাপন হৈছে। পাৰিবাৰিক সুখৰ অভাৱ হ'ব পাৰে। থকা, খোৱাত অসুবিধা আহিব পাৰে।৩১ মাৰ্চৰ পিছত বাহন সুখ সম্ভৱ হ'ব।


১২.মীন ৰাশি - কোনোবা মিত্ৰৰ আগমন হ'ব পাৰে।চাকৰিত কাৰ্যক্ষেত্ৰত কঠিনতা আহিব পাৰে। পৰিয়ালৰ সহযোগীতা লাভ কৰিব। শৈক্ষিক কাৰ্যত অলপ সুধৰণি হ'ব পাৰে। আয় বৃদ্ধি হ'ব।


ৰাশিফল সম্বন্ধীয় আৰু লেখা পঢ়ক এই লিংকত - www.ৰাশিফল.smj24.in


আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ। ( Horoscope Today )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে, ধন্যবাদ। 

No comments:

Post a Comment

Advertisement

Pages