এই ৰাশিৰ ভিতৰত আপোনাৰো ৰাশি অন্তৰ্ভুক্ত হৈ আছে নেকি : Horoscope Today - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, March 29, 2022

এই ৰাশিৰ ভিতৰত আপোনাৰো ৰাশি অন্তৰ্ভুক্ত হৈ আছে নেকি : Horoscope Today

 

Horoscope Today

বৈদিক জ্যোতিষ শাস্ত্ৰত গ্ৰহৰ চলাচল বিশেষ মহত্বপূৰ্ণ।গ্ৰহ -নক্ষত্ৰৰ প্ৰভাৱ ১২ টা ৰাশিতে পৰে ।( Horoscope Today )


গ্ৰহৰ চলাচলৰ প্ৰভাৱ কিছুমান ৰাশিত ভালকৈ পৰে আৰু কিছুমান ৰাশিত বেয়াকৈ পৰে।গ্ৰহৰ চলাচলৰ অনুসৰিয়েই সাপ্তাহিক ৰাশিৰ উলিওৱা হয়।


গ্ৰহৰ চলাচলৰ প্ৰভাৱ কিছুমান ৰাশিৰ বাবে বহুত শুভ আৰু কিছুমান ৰাশি সাৱধান হোৱাৰ আৱশ্যক।জানো আহঁক ৩ এপ্ৰিলৰ লৈকে কি কি ৰাশিৰ ব্যক্তিসকল সাৱধান হৈ থাকিব লাগিব।


১. বৃষ ৰাশি - ধৈৰ্যশীলতাৰ অভাৱ হ'ব।আত্ম সংযত হৈ থাকক। শৈক্ষিক কাৰ্যত ব্যৱধান আহিব পাৰে। কাৰ্যক্ষেত্ৰত পৰিশ্ৰম অধিক কৰিব লাগিব। উপাৰ্জনত ব্যৱধান আহিব পাৰে।খৰচ বৃদ্ধি হ'ব।


২.মিথুন ৰাশি - আত্মবিশ্বাস কম হ'ব। শান্ত হৈ থাকক। স্বাস্থ্যৰ ক্ষেত্ৰত সতৰ্ক হৈ থাকক। বস্ত্ৰত খৰচ হ'ব পাৰে।পৰিশ্ৰম অধিক কৰিব লাগিব।খৰচ বৃদ্ধি হ'ব।( Horoscope Today )


৩.কৰ্কট ৰাশি - নিজৰ ভাৱনাক বশ কৰি ৰাখক।আত্মবিশ্বাস কম হ'ব। অধিক খঙৰ পৰা বাচি থাকক। পাৰিবাৰিক দায়িত্ব বাঢ়িব পাৰে। স্থান পৰিবৰ্তনৰ সম্ভাৱনা দেখা পোৱা গৈছে।


৪.সিংহ ৰাশি - মনত নিৰাশা আৰু অসন্তোষৰ ভাৱ থাকিব।আত্মবিশ্বাস কম হ'ব।খৰচ বৃদ্ধি হ'ব।বাহনত অধিক খৰচ বৃদ্ধি হ'ব। অফিচাৰৰ লগত মতানৈক্য সৃষ্টি হ'ব পাৰে। পৰিবৰ্তনো সম্ভৱ।


ৰাশিফল সম্বন্ধীয় আৰু লেখা পঢ়ক এই লিংকত - www.ৰাশিফল.smj24.in


আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ। ( Horoscope Today )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

No comments:

Post a Comment

Advertisement

Pages