এই তিনি ৰাশিৰ ভিতৰত আপোনাৰো ৰাশি অন্তৰ্ভুক্ত হৈ আছে নেকি : Horoscope Today - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, March 24, 2022

এই তিনি ৰাশিৰ ভিতৰত আপোনাৰো ৰাশি অন্তৰ্ভুক্ত হৈ আছে নেকি : Horoscope Today

 

Horoscope Today

জ্যোতিষ শাস্ত্ৰৰ অনুসৰি সকলো গ্ৰহ এক নিৰ্দিষ্ট আৰু নিশ্চিত স্থানত চলাচল কৰে।গ্ৰহৰ চলাচলৰ প্ৰভাৱ ১২ টা ৰাশিতে পৰে ।( Horoscope Today )


 ৩১ মাৰ্চত ধন, বৈভৱ আৰু সুখ প্ৰদান কৰা শুক্ৰ গ্ৰহৰ চলাচল হ'বলৈ গৈ আছে। শুক্ৰদেৱ শনিৰ ৰাশিৰ কুম্ভত চলাচল কৰিবলৈ গৈ আছে। শুক্ৰৰ চলাচলৰ প্ৰভাৱ কিছুমান ৰাশিত ভালকৈ পৰিব আৰু কিছুমান ৰাশিত বেয়াকৈ পৰিব। জানো আহঁক কোন তিনিটা ৰাশিৰ ওপৰত পৰিব শুক্ৰৰ চলাচলৰ ভাল প্ৰভাৱ বা লাভ।



১. মেষ ৰাশি- শুক্ৰৰ চলাচলৰ প্ৰভাৱ এই ৰাশিৰ ব্যক্তিসকলৰ বাবে লাভদায়ক হ'ব পাৰে।শুক্ৰৰ চলাচলৰ প্ৰভাৱ এই ৰাশিৰ ব্যক্তিসকলৰ ১১ নম্বৰ ভাগত হৈছে।যাক ইনকম আৰু লাভৰ ভাগ বুলি কোৱা হয়।


সেই কাৰণে এই সময়ত এই ৰাশিৰ ব্যক্তিসকলৰ বেপাৰত লাভ হ'ব পাৰে।আয়ৰ নতুন সুযোগ উলাব পাৰে। শুক্ৰ এই ৰাশিৰ ব্যক্তিসকলৰ দ্বিতীয় অৰ্থাৎ সপ্তম ভাগৰ স্বামী। সেই কাৰণে এই ৰাশিৰ ব্যক্তিসকলৰ হঠাতে ধন লাভ হ'ব পাৰে। বুজি পোৱা কামত এই ৰাশিৰ ব্যক্তিসকলে সফলতা লাভ কৰিব।


২. মকৰ ৰাশি - শুক্ৰৰ চলাচল এই ৰাশিৰ ব্যক্তিসকলৰ দ্বিতীয় ভাগত হৈছে।যাক ধনৰ ভাগ বুলি কোৱা হয়। সেই কাৰণে এই সময়ছোৱাত এই ৰাশিৰ ব্যক্তিসকলৰ ব্যৱসায়ত লাভ হ'ব পাৰে।( Horoscope Today )


ফচি থকা ধন লাভ হ'ব পাৰে। চাকৰি কৰা ব্যক্তিসকলৰ পদ্দোন্নতি বা উন্নতি হ'ব পাৰে। শুক্ৰ এই ৰাশিৰ ব্যক্তিসকলৰ দশম স্থানৰ স্বামী।যাক কৰ্ম আৰু উন্নতিৰ ভাগ বুলি কোৱা হয়। সেই কাৰণে চাকৰিৰ সুযোগ পাব পাৰে।কাৰ্যস্থলত উন্নতি হ'ব।




৩.কুম্ভ ৰাশি-  শুক্ৰৰ চলাচলৰ প্ৰভাৱ এই ৰাশিৰ ব্যক্তিসকলৰ বাবে লাভদায়ক হ'ব পাৰে। শুক্ৰ এই ৰাশিৰ ব্যক্তিসকলৰ লগ্ন ভাগত চলাচল কৰি আছে।এই সময়ত এই ৰাশিৰ ব্যক্তিসকলে ভাগ্যৰ লগ বা সহাঁৰি পাব।কাৰ্যস্থলত এই ৰাশিৰ ব্যক্তিসকলৰ অধিকাৰীসকল তেওঁলোকৰ পক্ষত থাকিব।


শুক্ৰ গ্ৰহ কুম্ভ ৰাশি চতুৰ্থ অৰ্থাৎ সুখ আৰু নৱম অৰ্থাৎ ভাগ্য ভাগটোৰ স্বামী।এই ৰাশিৰ ব্যক্তিসকলে বাহন লাভ কৰিব পাৰে।কুম্ভ ৰাশিৰ স্বামী শনিদেৱ।জ্যোতিষ শাস্ত্ৰৰ অনুসৰি শনি আৰু শুক্ৰৰ মাজত মিত্ৰতাৰ ভাগ আছে। সেই কাৰণে এই চলাচল এই ৰাশিৰ ব্যক্তিসকলৰ বাবে লাভদায়ক হ'ব পাৰে।


ৰাশিফল সম্বন্ধীয় আৰু লেখা পঢ়ক এই লিংকত - www.ৰাশিফল.smj24.in


আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ। ( Horoscope Today )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

1 comment:

Advertisement

Pages