১২ এপ্ৰিললৈকেে এই তিনি ৰাশিৰ জীৱনলৈ আহিব বিভিন্ন সমস্যা : Horoscope Today - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, March 29, 2022

১২ এপ্ৰিললৈকেে এই তিনি ৰাশিৰ জীৱনলৈ আহিব বিভিন্ন সমস্যা : Horoscope Today

 

Horoscope Today

জ্যোতিষ শাস্ত্ৰৰ অনুসৰি যেতিয়া কোনোবা গ্ৰহ অস্ত হয়, তেতিয়া তাৰ প্ৰভাৱ মানুহৰ জীৱনত পৰে। বৰ্তমান সময়ত গ্ৰহৰ ৰাজকুমাৰ বুধ গ্ৰহ হৈ আছে অস্ত।( Horoscope Today )


 বুধদেৱে ১৪ মাৰ্চৰ সোমবাৰে ৰাতিপুৱা  ৫ টা বাজি ৫৩ মিনিটত অস্ত হৈছিল। ১২ এপ্ৰিল মঙ্গলবাৰৰ সন্ধিয়া ৭ টা বাজি ৩২ মিনিটত বুধ গ্ৰহ উদয় হ'ব। এই সময়খিনিত বুধ গ্ৰহ প্ৰায় ৩০ দিনৰ বাবে অস্ত হৈ থাকিব। জানো আহঁক বুধ গ্ৰহ অস্ত থকাৰ ফলত কি, কি ৰাশিৰ ওপৰত পৰিব নকাৰাত্মক প্ৰভাৱ।



১. মেষ ৰাশি -  বুধ এই ৰাশিৰ ব্যক্তিসকলৰ ১১ নম্বৰ ভাগত অস্ত হৈছে।যাক ইনকম আৰু লাভৰ ভাগ বুলি কোৱা হয়।


সেই কাৰণে এই ৰাশিৰ ব্যক্তিসকলৰ এই সময়ত বেপাৰৰ অলপ লাভ কম হ'ব পাৰে। আয় কম হ'ব পাৰে। ব্যৱসায়ত কিবা কাম হওঁ, হওঁ, হওঁতেই ৰৈ যাব।এই সময়ত যিকোনো নিবেশৰ পৰা বাচক।



২. বৃষ ৰাশি- এই ৰাশিৰ ব্যক্তিসকলৰ বুধ গ্ৰহ অস্ত হোৱাৰ ফলত কষ্ট আহি পৰিব। বুধ গ্ৰহ আপোনাৰ উন্নতিৰ ভাগত অস্ত হৈছে।  সেই কাৰণে চাকৰিৰ ক্ষেত্ৰত সমস্যা আহিব পাৰে।( Horoscope Today )


কাৰ্যস্থলত কামৰ হেঁচা বাঢ়িব পাৰে।জ্যেষ্ঠ অধিকাৰীসকলৰ লগত সম্বন্ধ বেয়া হ'ব পাৰে।কাৰ্যস্থলত ভাল কাম কৰিলেও ফল নাপাব পাৰে। 


৩. মিথুন ৰাশি - বুধ গ্ৰহ এই ৰাশিৰ ৯ নম্বৰ ভাগত অস্ত হৈছে। ৯ নম্বৰ ভাগতোক ভাগ্য আৰু বিদেশৰ স্থান বুলি কোৱা হয়। ১২ এপ্ৰিলৰ লৈকে ভাগ্য সহাঁৰি কমকৈ পাব। 


আপোনালোকৰ হ'ব লগা কাম নোহোৱা হ'ব।বুধ অস্ত হোৱাৰ ফলত আপোনালোক সমস্যাৰ সন্মুখীন হ'ব।ব্যৱসায়ত কিবা কাম হওঁ, হওঁ, হওঁতেই ৰৈ যাব।কাৰ্য ক্ষেত্ৰত সহকৰ্মী সকলৰ লগত মতানৈক্য সৃষ্টি হ'ব।


ৰাশিফল সম্বন্ধীয় আৰু লেখা পঢ়ক এই লিংকত - www.ৰাশিফল.smj24.in


আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ। ( Horoscope Today )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

No comments:

Post a Comment

Advertisement

Pages