আপোনাৰ চহৰটো এৰি দিয়া হব পাৰে কৌটি কৌটি GM মহ : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, March 14, 2022

আপোনাৰ চহৰটো এৰি দিয়া হব পাৰে কৌটি কৌটি GM মহ : Assamese Fact

Assamese Fact

কথাটো বুজি পোৱা নাই যদি ভালদৰে মনোযোগ দি পঢ়ক ।। 

ব্ৰিটেইনৰ oxitec নামৰ  এটা কোম্পানীক বিল গেটছে এই কামটো কৰিব দিছে । ইতিমধ্যে এই মহটো পৃথিৱীৰ বিভিন্ন দেশত এৰি দিছেই ।  এই মহবিধ  বিশেষ laboratory ত বনোৱা হব । Assamese Fact ) 


মহবিধক এনেকৈ বনোৱা হব যে এই মহে জংঘলৰ মাইকী মহৰ লগত প্ৰজনন কৰিব । সেই প্ৰজননৰ ফলত উৎপত্তি হোৱা নতুন মহৰ মাইকী মহবিধ পৈণত হোৱাৰ আগতেই মৰিব।  যিহেতু মাইকী মহবোৰ মৰিব , সেইবাবে মহৰ সংখ্যা কমি গৈ এটা সময়ত মহ লুপ্ত হব । 


সাধাৰণতে মাইকী মহে মানুহক কামুৰি তেজ খায় । মাইকী মহৰ কণী প্ৰস্তুত হবলৈ তেজৰ দৰকাৰ হয় ।  কিন্তু মতা মহে ফুলৰ ৰস , বিভিন্ন ধৰণৰ বীজাণু যিবোৰে গছৰ বেমাৰৰ সৃষ্টি কৰে , সেইবোৰ খায় । 


মৌ মাখিৰ দৰে মতা মহেও ফুলৰ ৰস খায় আৰু ফুলৰ পৰাগ ৰেণু  কঢ়িয়াই লৈ গৈ ফুলৰ পৰা বীজ হোৱাত সহায় কৰে । 


এতিয়া বিল গেটছে যদি GM বা কৃত্ৰিম মহ আপোনাৰ চহৰটো এৰি দিয়ে , তেন্তে কি হব পাৰে ভাবি চাওঁক । কেৱল মহৰ প্ৰজাতি ধ্বংস নহয় , এই প্ৰকৃতিৰ পৰা বহু গছ-গছনিও লুপ্ত হব  । 


বিল গেটছে এই কামটোৰ বাবে বৰ্তমানলৈ প্ৰায় 200 কৌটি টকা invest কৰিছে ।   বেপাৰী মানুহে এনেই invest নকৰে , তাৰ পৰা উপাৰ্জন হব লাগিব । 


এই কথাখিনি বুজিবলৈ তলৰ কথাখিনি পঢ়িব লাগিব ।।


বিশ্বত ঔষধ বনোৱা কোম্পানীবোৰৰ বেছিভাগ ডাঙৰ কোম্পানীত বিল গেটছৰ investment আছে । যিবোৰত বিল গেটছৰ  ইনভেষ্টমেণ্ট নাই , সেইবোৰেও ঔষধ বনাবলৈ বিল গেটছৰ পৰা কেঁচা মাল লব লাগে   ।। Assamese Fact ) 


এতিয়া এই chain চলি থাকিবলৈ মানুহ বেমাৰী হৈ থাকিব লাগিব । যদি মানুহ ৰোগী নহয় , তেন্তে চলিব কেনেকৈ ।। 

Assamese Fact


সাধাৰণ মহবোৰে ডেংগু , মেলেৰিয়া আদি ৰোগ কঢ়িয়াই ফুৰে বুলি কৈ এইবোৰ মহক মাৰি পেলোৱা হব ।  তাৰ পিছত gm মহবোৰৰ দ্বাৰা বিনা বাধাই বিল গেটছে নিজে বিচৰা ধৰণে ৰোগ বিয়পাব।   বিল গেটছৰ godown ত যিবিধ ঔষধ stock বেছি হৈছে , সেইবিধৰেই  বীজাণু এই gm মহবোৰৰ দ্বাৰাই কঢ়িয়াব ।  সাধাৰণ মহবোৰ আৰু gm মহৰ পাৰ্থক্য চিনি পাবলৈ gm মহৰ গাত এবিধ বিশেষ বস্তু লগাই দিব , যিটো বিশেষ ৰঙৰ পোহৰ পৰিলে উজলি উঠিব । 


অতীতত এই ব্ৰিটিছবোৰে  বন্দুক আৰু তৰোৱাল লৈ আহিছিল যুদ্ধ কৰিবলৈ , কিন্তু আজিকালি দিন সলনি হৈছে । তলত কোনেও চৰকাৰে কি কৰি আছে বুলি মূৰ্খৰ দৰে কমেণ্ট নকৰিব । বিল গেটছৰ কামত বাধা দিয়াৰ কোনো চৰকাৰৰ সাহস নাই ।।। 


Assamese Health Tips

বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় আচাৰ্য পংকজ পাঠক ডাঙৰীয়াৰ(যোগাযোগ - ৮৪৭২৯৯৬৩১৬)আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।( Assamese Fact ) 

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages