এই তিনি ৰাশিৰ লোক অলপ সাৱধানে থাকিব : Horoscope Today - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, March 23, 2022

এই তিনি ৰাশিৰ লোক অলপ সাৱধানে থাকিব : Horoscope Today

 

Horoscope Today

বৈদিক জ্যোতিষ শাস্ত্ৰৰ অনুসৰি যেতিয়া গ্ৰহে ৰাশি সলনি কৰে বা অস্ত যায়। তেতিয়া মানৱ জীৱনত তাৰ প্ৰত্যক্ষ প্ৰভাৱ পৰে।( Horoscope Today )


১৮ মাৰ্চৰ দিনা বুধ গ্ৰহ অস্ত হৈছিল। বুধ গ্ৰহৰ সম্বন্ধ বেপাৰ, সংবাদ, চতুৰতা বা তৰ্ক সংবাদৰ লগত জড়িত। সেই কাৰণে গ্ৰহৰ চলাচলৰ প্ৰভাৱ ১২ টা ৰাশিতে পৰে ।কিন্তু ইয়াৰ মাজেৰে এনে তিনিটা ৰাশি আছে যিকেইটায়ে অলপ সাৱধানে থাকিব লাগিব।জানো আহঁক এই ৰাশিসমূহৰ বিষয়ে- 


১. মেষ ৰাশি-  বুধ‌ গ্ৰহ অস্ত যোৱাতো এই ৰাশিৰ ব্যক্তিসকলৰ বাবে কষ্টকৰ হ'ব পাৰে। বুধ গ্ৰহ এই ৰাশিৰ ১১ নম্বৰ ভাগত অস্ত হৈছে।যাক ইনকম আৰু লাভৰ ভাগ বুলি কোৱা হয়।


সেই কাৰণে এই ৰাশিৰ ব্যক্তিসকলৰ এই সময়ত বেপাৰৰ অলপ লাভ কম হ'ব পাৰে। আয় কম হ'ব পাৰে। ব্যৱসায়ত কিবা কাম হওঁ, হওঁ, হওঁতেই ৰৈ যাব।এই সময়ত যিকোনো নিবেশৰ পৰা বাচক।কাৰ্যস্থলত কিছুমান টাৰ্গেট আধৰুৱা হৈ থাকিব।( Horoscope Today )



২. বৃষ ৰাশি- বৃষ ৰাশিৰ দশম স্থানত বুধ গ্ৰহ অস্ত  হৈছে। যাক চাকৰি আৰু উন্নতিৰ ভাগ বুলি কোৱা হয়। সেই কাৰণে চাকৰিৰ নতুন সুযোগ আহোঁ আহোঁ হৈ ৰৈ যাব। 


কাৰ্যস্থলত কামৰ হেঁচা বাঢ়িব পাৰে।জ্যেষ্ঠ অধিকাৰীসকলৰ লগত সম্বন্ধ বেয়া হ'ব পাৰে।কাৰ্যস্থলত ভাল কাম কৰিলেও নাম নাপাব। মানসিক চাপ বাঢ়িব পাৰে। বেপাৰত কম লাভ হোৱাৰ আশংকা আছে।


৩. মিথুন ৰাশি - বুধ গ্ৰহ অস্ত যোৱাতো এই ৰাশিৰ ব্যক্তিসকলৰ বাবে কষ্টকৰ হ'ব পাৰে। বুধ গ্ৰহ এই ৰাশিৰ নৱম স্থানত চলাচল কৰিব।যাৰ ফলত এই ৰাশিৰ ব্যক্তিসকলে ভাগ্যৰ লগত পাব।


বুধ গ্ৰহ অস্ত যোৱাৰ প্ৰভাৱত ,এই ৰাশিৰ ব্যক্তিসকলৰ হ'ব লগা কাম বেয়া হৈ পৰিব। বৈবাহিক জীৱনত চিন্তাৰ স্থিতি আহিব পাৰে।এই সময়ত যিকোনো পইচা খৰচ হোৱাৰ যাত্ৰাৰ পৰা বাচি থাকক। ধন হানিৰ আশংকা আছে।


ৰাশিফল সম্বন্ধীয় আৰু লেখা পঢ়ক এই লিংকত - www.ৰাশিফল.smj24.in


আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ। ( Horoscope Today )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

No comments:

Post a Comment

Advertisement

Pages