সাৱধান,Baby Powder ব্যৱহাৰ কৰাৰ পূৰ্বে এই সমূহ জানি লওক : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, March 10, 2022

সাৱধান,Baby Powder ব্যৱহাৰ কৰাৰ পূৰ্বে এই সমূহ জানি লওক : Assamese Health Tips

Assamese Health Tips


অলপ গৰম পৰাৰ লগে লগে ঘৰে ঘৰে যিসকলৰ শিশু আছে , তেওঁলোকে এই  baby powder টো ব্যৱহাৰ কৰিব ধৰিব ।  শিশুটিৰ গোটেই গাটোৰ লগতে এনেকুৱা এনেকুৱা ঠাইতো লগাব , যিবোৰ ঠাইত কোনোদিনে ৰ'দ নপৰে ।। Assamese Health Tips ) 


হয়তো আপুনি নাজানে যে এই powder বিধত Asbestos নামৰ এবিধ দ্ৰব্য মিহলোৱা আছে , যিবিধ চিধাই কেঞ্চাৰ কৰে ।। এইবিধ যদি মুখৰ ভিতৰৰ যায় , তেন্তে গলৰ কেঞ্চাৰ , পেটৰ কেঞ্চাৰ আদি হয় । গাত নিয়মিত লগালে চালৰ কেঞ্চাৰ হয়।  মুখত লগালে নাকেৰে হওঁক বা মুখেৰে হওক ভিতৰত কিছু পৰিমানে হলেও যাব । তাৰ পিছত ই কেঞ্চাৰৰ কাৰক হব ।   


আমেৰিকাত 38000 মহিলাৰ এই poweder তোৰ পৰা overy কেঞ্চাৰ হৈছে ।  তেওঁলোকক ইতিমধ্যে এই কোম্পানীটোৱে ক্ষতিপূৰণ দিছে । এইসকল মহিলাই  নিজৰ গোপন অংগত এই powder লগাইছিল নিয়মিত । পাছত powder ৰ কিছু পৰিমানে ভিতৰত গৈ তেওঁলোকৰৰ কেঞ্চাৰ কৰিছে ।। Assamese Health Tips ) 


কোম্পানীটোৱে পাছত বুদ্ধি কৰি powder ৰ বতলটোত  বিধিসন্মত সতৰ্কিকৰণ লিখি দিছে ।। 

Assamese Health Tips

'এই powder বিধ শিশুৰ পৰা দূৰত ৰাখিব '  powder বিধ মুখ , চকু আদিত নলগাব ।। ' 


কিন্তু আমাৰ মাঁক দেউতাকে বাৰু এইবোৰ বুজি পাব ? তেওঁলোকে দামী powder , আমেৰিমকাৰ বস্তু ভাল হব বুলি বটলে বটলে ঢালি দিয়ে নিজৰ শিশুৰ গাত ।


Assamese Health Tips

বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় আচাৰ্য পংকজ পাঠক ডাঙৰীয়াৰ(যোগাযোগ - ৮৪৭২৯৯৬৩১৬)আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।( Assamese Health Tips ) 

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages