মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কলে এনেদৰে : Assamese News - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, March 16, 2022

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কলে এনেদৰে : Assamese News

 

Assamese News

"আজি গুৱাহাটীৰ ৰুক্মিণীগাঁও বালিকা বিদ্যালয় হাইস্কুলত ৰাষ্ট্ৰীয় টিকাকৰণ অভিযানৰ অংশ হিচাপে অসমত ১২-১৪ বছৰৰ শিশু আৰু কিশোৰ-কিশোৰীৰ বাবে ক’ভিড প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়াৰ শুভাৰম্ভণি কৰোঁ।( Assamese News )


সকলো অভিভাৱকক আশ্বাস দিওঁ যে এই প্ৰতিষেধক তেওঁলোকৰ সন্তানৰ বাবে সম্পূৰ্ণ সুৰক্ষিত আৰু ইয়াৰ কোনো পাৰ্শ্বক্ৰিয়া নাই। শিক্ষাৰ্থীসকলে যাতে খালী পেটত প্ৰতিষেধক গ্ৰহণ কৰিবলগীয়া নহয়, তাৰ বাবে মই সকলো বিদ্যালয়ক টিকাকৰণৰ দিনবোৰত কিছু আগতীয়াকৈ মধ্যাহ্ন ভোজন প্ৰস্তুত কৰিবলৈ অনুৰোধ জনাইছোঁ। ( Assamese News )


আজিৰ অনুষ্ঠানটোত সতীৰ্থ মন্ত্ৰী শ্ৰীকেশৱ মহন্ত, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মাননীয় মুখ্য কাৰ্যবাহী সদস্য শ্ৰীতুলিৰাম ৰংহাং আৰু মাননীয় বিধায়ক শ্ৰীঅতুল বৰাও উপস্থিত আছিল।"-হিমন্ত বিশ্ব শৰ্মা ( মুখ্যমন্ত্ৰী,অসম)

Assamese News )

No comments:

Post a Comment

Advertisement

Pages