ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকললৈ সুখবৰ : The Kashmir Files - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, March 15, 2022

ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকললৈ সুখবৰ : The Kashmir Files

The Kashmir Files

 "ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক জনাবলৈ পাই সুখী হৈছোঁ যে আপোনালোকে যদি 'দ্য কাশ্মীৰ ফাইলছ' চিনেমাখন চাবলৈ বিচাৰে তেন্তে  আমি আপোনালোকৰ বাবে এটা দিনৰ  অৰ্ধ ছুটী মঞ্জুৰৰ ব্যৱস্থা কৰিছোঁ। ( The Kashmir Files )


অৱশ্যে চিনেমাখন চাবলৈ অৰ্ধ ছুটী লোৱাৰ পাছত নিজৰ টিকট আপোনালোকে বিভাগীয় কৰ্তৃপক্ষক দেখুৱাব লাগিব"-হিমন্ত বিশ্ব শৰ্মা ( মুখ্যমন্ত্ৰী,অসম)

( The Kashmir Files )

No comments:

Post a Comment

Advertisement

Pages