মুখ্যমন্ত্ৰীয়ে শুভকামনা জনালে এনেদৰে : Assamese News - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, March 15, 2022

মুখ্যমন্ত্ৰীয়ে শুভকামনা জনালে এনেদৰে : Assamese News

 

Assamese News

"আজিৰ পৰা অনুষ্ঠিত হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা সমূহ শিক্ষাৰ্থীলৈ মই আন্তৰিক শুভকামনা জনালোঁ৷( Assamese News )


 শিক্ষা প্ৰতিগৰাকী ব্যক্তিৰে অমূল্য অলংকাৰ। শিক্ষাৰ্থী জীৱনৰ এই গুৰুত্বপূৰ্ণ পৰীক্ষা দুটাত আশা কৰা ধৰণে ফলাফল লাভ কৰি সোণসেৰীয়া ভৱিষ্যতৰ ফালে প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে বাট বুলি একো একোজন সুনাগৰিক হৈ নিজৰ তথা দেশৰ নাম উজলাওক, সেয়াই কামনা কৰিলোঁ৷" - হিমন্ত বিশ্ব শৰ্মা ( মুখ্যমন্ত্ৰী,অসম)

Assamese News )

No comments:

Post a Comment

Advertisement

Pages