বৰষাৰাণীয়ে তেওঁৰ মাতৃক ওপজা দিনৰ শুভকামনা জনালে এনেদৰে : Assamese Jollywood - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, March 14, 2022

বৰষাৰাণীয়ে তেওঁৰ মাতৃক ওপজা দিনৰ শুভকামনা জনালে এনেদৰে : Assamese Jollywood

Assamese Jollywood

"সদায় এনেকৈ হাঁহি থাকিবা মা❤️ সকলোৱে মোক কয় “তোমাৰ মা তোমাতকৈ ধুনীয়া”…সচাঁ কথা , মাক ধুনীয়া বাবেইতো জীয়েক ধুনীয়া 😝 ( Assamese Jollywood )


কিন্তু কি জানা মা মই দেখাত ধুনীয়া হোৱাতকৈ তোমাৰ দৰে এগৰাকী ধুনীয়া মনৰ মানুহ হ’ব খোজো । তুমি মোৰ বাবে জীৱন্ত ভগৱান । ভগৱানৰ প্ৰতি তোমাৰ অসীম বিশ্বাস আৰু ভক্তিয়ে আমাক সুৰক্ষিত ৰাখিছে। ( Assamese Jollywood )


Happymoni Bishaya you are the most beautiful and pure soul . Wish you a very happy birthday . Love you 😘😘

I am sorry if I have ever hurt you knowingly or unknowingly. 🙏🏻"- বৰষাৰাণী বিষয়া ।

Assamese Jollywood )

No comments:

Post a Comment

Advertisement

Pages