জানো আহক আজিৰ ৰাশিফল : Assamese Horoscope - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, March 26, 2022

জানো আহক আজিৰ ৰাশিফল : Assamese Horoscope

 

১১ চ'ত, শনিবাৰ ইং ২৬ মাৰ্চ।

 ২০২২।  ( Assamese Horoscope )


১. *মেষ ৰাশি* (অ,ল) : -  মেষ 
ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰ সন্মান বাঢ়িব, যদিও আজি আপোনাৰ মনত সামান্য চিন্তা বাঢ়িব পাৰে লগতে আজি আপুনি বিবাদৰ পৰা আতৰি থকাটো ভাল হব। 

২. *বৃষ ৰাশি*( উ,ব,ই) : - বৃষ ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত  আত্মীয় পৰিয়ালৰ সুখ বাঢ়িব, কৰ্মক্ষেত্ৰ মধ্যম ফলাফল লাভ কৰিব, যদিও আজি আপুনি সজাগ নহলে আনৰ অবিশ্বাসী  হোৱাৰ যোগ দেখা যায়।

৩. *মিথুন ৰাশি* ( ক,ছ) :  - মিথুন ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত প্ৰিয়জনৰ সান্নিধ্য লাভ কৰিব, কৰ্মক্ষেত্ৰ আনৰ সহায় সহযোগিতা লাভ কৰিব যদিও আজি আপুনি সজাগ নহলে সামান্য মিচা অপৱাদ পোৱাৰ যোগ দেখা য়ায।   

৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ সকলৰ আজিৰ দিনটোত আনৰ পৰা মৰম লাভ কৰিব যদিও আজি আপুনি সজাগ নহলে মনত সামান্য চিন্তা ,খংঙ অভিমান ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়। 

৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰ শুভ হব, প্ৰেমত শুভ হব, সঞ্চয় বাঢ়িব যদিও আজি আপুনি সজাগ নহলে কৰ্মক্ষেত্ৰ সামান্য পৰিশ্ৰম  বৃদ্ধি হোৱাৰ যোগ দেখা যায়। 

৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত উত্তম ভোজন লাভ হব, কৰ্মক্ষেত্ৰ নতুনকৈ যোগাযোগ সুযোগ লাভ কৰিব লগতে আজি আপোনাৰ প্ৰেমত শুভ হোৱাৰ যোগ দেখা যায়।

৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত সামাজিক সন্মান বাঢ়িব, প্ৰেমত শুভ হব লগতে আজি আপোনাৰ মনত সংযমী মনোভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।( Assamese Horoscope )

৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত শিল্পী সকলৰ শুভ হব, ৰোগাৰোগ্য হব, লগতে আজি আপোনাৰ আৰ্থিক দিশত শুভ  হোৱাৰ যোগ দেখা যায়। 

৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত  প্ৰেমত শুভ হব, কৰ্মক্ষেত্ৰ সাহস বাঢ়িব, লগতে আজি আপোনাৰ  পাৱলগীয়া ধন ঘূৰাই পোৱাৰ  যোগ দেখা যায়।

১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত  মনত আনন্দ বাঢ়িব, যদিও আজি আপুনি সজাগ নহলে কৰ্মক্ষেত্ৰ সামান্য জতিলতা ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়। 

১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলৰ আজি দিনটোত সন্তানৰ সুখ বাঢ়িব, যদিও আজি আপুনি কৰ্মক্ষেত্ৰ সজাগ নহলে সামান্য দেহ মনত আঘাট পোৱাৰ যোগ দেখা যায়। 

১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত প্ৰতিভা বিকাশৰ সুযোগ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহলে মনত সামান্য ভয় ভাৱ বাঢ়িব পাৰে লগতে আজি আপুনি শত্ৰুৰ পৰা সাৱধান হোৱাটো ভাল হব। 

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।


         -: জ্যোতিষী :-


শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                জালুকবাৰী , গুৱাহাটী -১৪


Pn no -9101096481

Wp no - 9577136205

🙏🙏🙏🙏🙏🙏🙏

Assamese Horoscope

বিঃদ্ৰঃ উক্ত ৰাশিফল ( Assamese Horoscope )সন্মানীয় জ্যোতিষী নয়নজ্যোতি দেৱ শৰ্মা ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages