শৰৎৰ শেৱালীতকৈও বহুত বেছি গুণ আছে বসন্তৰ চজিনা ফুলৰ : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, March 19, 2022

শৰৎৰ শেৱালীতকৈও বহুত বেছি গুণ আছে বসন্তৰ চজিনা ফুলৰ : Assamese Health Tips

Assamese Health Tips

প্ৰচুৰ পৰিমাণে ভিটামিন আৰু খনিজ লবনৰ ভাণ্ডাৰ হয়  চজিনাৰ ফুল । 


ভিটামিন B , B1 , B 2 , B 3 , B 4 , B 5 , BY , B 7 ,  D , E , C আৰু ভিটামিন K ৰ ভাণ্ডাৰ হয়  ।। Assamese Health Tips ) 


ইয়াৰ উপৰিও আছে  calcium , iron , Phosphorous , Folic acid  আদি ।


চজিনাৰ ফুল  খালে উচ্চ ৰক্তচাপ অতি ক্ষিপ্ৰতাৰে কমাই দিয়ে । সেইবাবে চজিনাৰ ফুল নিম্ন ৰক্তচাপ থকা মানুহে খাব নালাগে ।  থাইৰয়ডৰ ৰোগীয়ে  চজিনাৰ পাত আৰু ফুল ভাজি খালে  থাইৰয়ড  control হয় ।  গাৰ বিষ , আঁঠু বিষ  আদিৰ বাবেও বহুত ভাল । 


চজিনাৰ ফুল আৰু পাতত Neomycin নামৰ এটা দ্ৰব্য থাকে ,যিটোৱে  Cancer ৰোগীৰ বাবে অমৃত সদৃশ কাম কৰে । ই কেঞ্চাৰৰ কোষ বিয়পোৱা বন্ধ কৰিব পাৰে । 


কেলচিয়াম আৰু ফচফৰাছ থাকে বাবে ই হাড়ৰ গঠন মজবুত কৰে ।Assamese Health Tips ) 


টনছিল , গলৰ বিষ আদিৰ বাবে চজিনাৰ ফুল পতাত পিচি লৈ মৌৰ লগত খালে তৎক্ষণাত আৰাম পোৱা যায় ।।


Vitamin B7 বা biotin থকা বাবে ই  ছাল আৰু চুলিৰ  বাবে বহুত ভাল ঔষধি ।  আজিকালি মানুহে চুলি আৰু  ছালৰ বাবে biotin ৰ কৃত্ৰিম ঔষধি খায় , যিটোৱে শৰীৰৰ বিভিন্ন ৰোগৰ সৃষ্টি কৰে । কিন্তু চজিনাৰ  ফুলৰ কোনো পাৰ্চক্ৰিয়া নাই ।।


ইয়াৰ উপৰিও আছে চজিনাৰ ফুলৰ বহুতো গুণ । গতিকে পৰি  নষ্ট হোৱাৰ আগতে ৰাতিপুৱা বুটলি খাওঁক ।


Assamese Health Tips

বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় আচাৰ্য পংকজ পাঠক ডাঙৰীয়াৰ(যোগাযোগ - ৮৪৭২৯৯৬৩১৬)আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ। Assamese Health Tips ) 


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

No comments:

Post a Comment

Advertisement

Pages