একো ঔষধ নোখোৱাকৈও নিয়ন্ত্ৰণ হব পাৰে ৰক্তচাপ : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, March 20, 2022

একো ঔষধ নোখোৱাকৈও নিয়ন্ত্ৰণ হব পাৰে ৰক্তচাপ : Assamese Health Tips

 

Assamese Health Tips

উচ্চ ৰক্তচাপৰ ঔষধ খালে ৰক্তচাপ কেতিয়াও নকমে ।  ৰক্তচাপৰ ঔষধে হৃদযন্ত্ৰৰ  কাম কৰাৰ ক্ষমতা কম কৰি দি ৰক্তচাপ নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰে ।Assamese Health Tips ) 


 ফলত ক্ৰমান্নয়ে  ৰক্তচাপৰ পৰা এদিন হৃদযন্ত্ৰৰ ৰোগী হৈ পৰে ।  পাছলৈ এদিন স্ত্ৰক হৈ চিৰদিনৰ বাবে পংগু হৈ  পৰে নহলে মৃত্য হয় । 


ৰক্তচাপ নিয়ন্ত্ৰণ কৰাৰ বাবে  ৰক্তশুদ্ধি কৰাৰ দৰকাৰ ।  ৰক্তশুদ্ধি কৰাৰ আগতে যিবিলাক  বস্তুৱে তেজ দূষিত কৰে ,  বেয়া কলেষ্টৰল সৃষ্টি কৰে   সেইবোৰ সেৱন কৰা বন্ধ কৰিব লাগিব ।তাৰ পিছত তেজ পৰিষ্কাৰ কৰা  প্ৰাকৃতিক ঔষধ সেৱন কৰাৰ দৰকাৰ ।। 


এচাম অতি নিকৃষ্ট ডিগ্ৰীধাৰী আছে , যিয়ে আপোনাক মিঠাতেল এৰি ৰিফাইন তেল খাব কব ।    কিন্তু আপুনি ভুলটো সেইটো নকৰিব । তেওঁলোকে কয় তেওঁলোকৰ কমিছনৰ খাতিৰত ।  দীৰ্ঘদিন আপুনি ঔষধ খাই থাকক আৰু দীৰ্ঘদিন তেওঁলোকে কমিচন  পাই থাকক ।  


আপুনি জীৱনৰ পৰা কেইটামান বস্তু একদম আঁতৰ কৰি দিব পাৰিলে  একো ঔষধ নোখোৱাকৈ  নিয়ন্ত্ৰণ হব পাৰে ৰক্তচাপ ।।Assamese Health Tips ) 


নিমখ , চেনী , ৰিফাইন তেল , মৈদা আৰু মৈদাৰ বস্তু  , চয়াবিন  ডালদা আদি বন্ধ কৰিব লাগিব ।।  সাগৰৰ নিমখৰ সলনি  শৈন্ধৱ নিমখ বা কলা নিমখ খাওঁক ।। 


প্ৰত্যেকবিধ খাৰুৱা খাদ্যই ৰক্তশুদ্ধি কৰে । ইয়াৰ ভিতৰত  অৰ্জুন চালৰ গুড়ি অতি উত্তম ৰক্তশুদ্ধিৰ ঔষধ  ।  অৰ্জুন গছৰ চালৰ বাবে গছডাল কমেও 50 বছৰ পুৰণি হব লাগিব । যদি পুৰণি গছ নাপায় , তেন্তে আমাৰ  readymade গুড়ি পোৱা যাব ।। 


এই গুড়ি ৰাতিপুৱা আধা চামুচ এক গিলাচ গৰম পানীত মিহলাই খাব । এইদৰে 2 -3 মাহ খালে তেজ একদম পৰিষ্কাৰ হয় , uric acid কমে , হৃদযন্ত্ৰৰ ৰোগ ভাল হোৱাৰ উপৰিও আন বহুতো কামত ই ৰামবান হয়।

এনেধৰনৰ স্বাস্থ্যজনিত লেখা আৰু পঢ়িবলৈ এই লিংকত ক্লিক কৰক - www.স্বস্থ্যবাৰ্তা.smj24.in


Assamese Health Tips

বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় আচাৰ্য পংকজ পাঠক ডাঙৰীয়াৰ(যোগাযোগ - ৮৪৭২৯৯৬৩১৬)আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ। Assamese Health Tips ) 


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

No comments:

Post a Comment

Advertisement

Pages