এই ৰোগ কিয় হয় আৰু ইয়াৰ প্ৰতিকাৰ : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, March 14, 2022

এই ৰোগ কিয় হয় আৰু ইয়াৰ প্ৰতিকাৰ : Assamese Health Tips

Assamese Health Tips


কিছুমান ৰোগ সময়মতে ধৰা নপৰিলে শাৰীৰিক অৱস্থা জটিল হৈ ভৱিষ্যতে বিপদৰ মুখামুখী হ’বলগীয়া হয়। Assamese Health Tips )


তেতিয়া গোটেই জীৱনজুৰি কষ্ট পোৱাৰ সম্ভাৱনাই দেখা দিয়ে ।। ফলত ৰূপ-যৌৱন হেৰুৱাই ‘কুৰিতে বুঢ়ী’ হোৱাৰ সম্ভাৱনাই দেখা দিয়ে।

মহিলাৰ ঋতুস্ৰাৱ চক্ৰৰ যিকোনো সময়তে যোনি পথেদি বগা ৰস নিঃসৰণ হ’লে (প্ৰস্ৰাৱৰ বাহিৰে) তাকে ‘লিউকোৰিয়া’ বোলা হয়।


কিয় হয় ?

যিসকল মহিলাৰ ডায়েবেটিছ বা কৃমি ৰোগ থাকে তেওঁলোকৰ অতি কম সময়ৰ ভিতৰতে এই ৰোগে আক্ৰমণ কৰিব পাৰে। এই ৰোগবিধ কম বয়সীয়া ছোৱালীৰ ক্ষেত্ৰতো  বেছিকৈ হ’ব পাৰে।  

অপৰিষ্কাৰ কাপোৰ ব্যৱহাৰ কৰাৰ বাবেও এই ৰোগ হব পাৰে ।Assamese Health Tips )

বেক্টেৰিয়া সংক্ৰমণৰ পৰাও এই ৰোগ হব পাৰে ।  পেছাবৰ বিভিন্ন সমস্যাৰ বাবেও এই ৰোগ হোৱা দেখা যায় । 


বিধান : 

কুহুমীয়া গৰম পানীত ফিটকীৰী মিহলাই নিয়মিত যৌনাঙ্গ চাফা কৰিব । 

ব্যৱহাৰ কৰা কাপোৰ ৰদ পৰা ঠাইত ভালকৈ শুকুৱাই লৈহে ব্যৱহাৰ কৰিব ।

সতমুল চূৰ্ণ  গৰম গাখীৰ বা পানীৰ লগত মিহলাই ৰাতি শুৱাৰ আগেয়ে খাব । 

অনন্তমূলৰ ৰস  দৈনিক ৰাতিপুৱা খালি পেটত কিছুদিন খাব ।  

এই ৰোগটো সময়ত ঠিক কৰিব নোৱাৰিলে মহিলাৰ গৰ্ভধাৰণ কৰাটো সমস্যা আহি পৰিব পাৰে । 

1 চামুচ মেথিগুঠি আৰু আধা চামুচ ধনীয়া গুটি ৰাতি এক গিলাচ গৰম পানীত তিয়াই থৈ ৰাতিপুৱা উতলাই লৈ খাব ।

Assamese Health Tips

বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় আচাৰ্য পংকজ পাঠক ডাঙৰীয়াৰ(যোগাযোগ - ৮৪৭২৯৯৬৩১৬)আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।( Assamese Health Tips ) 

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages