সাৱধান,আপুনিও এই পাৰ্ফিউম ব্যৱহাৰ কৰে নেকি : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, March 13, 2022

সাৱধান,আপুনিও এই পাৰ্ফিউম ব্যৱহাৰ কৰে নেকি : Assamese Health Tips

Assamese Health Tips

আপুনিও এইটো ব্যৱহাৰ কৰে নেকি ?  যদি কৰে তেন্তে  আপুনিও কেঞ্চাৰৰ লগতে  নুপুংসকতা , লিভাৰ টিউমাৰ , সন্তানহীনতা আদিক নিমন্ত্ৰণ দি আছে ।Assamese Health Tips )  


আচলতে এইটোত Triclosan নামৰ এটা মাৰাত্মক ৰাসায়নীক দ্ৰব্য মিহলোৱা হয় ।   এই triclosan  আমেৰিকাৰ চৰকাৰে 2016 চনতে নিষিদ্ধ কৰিছে ।   কিন্তু ভাৰতত ই প্ৰতিখন ঘৰতে চলি আছে ।। 


আমেৰিকাৰ চৰকাৰী তথ্য ভাণ্ডাৰ   NCBI ত পোৱা তথ্য অনুসৰি ই মানুহৰ শৰীৰত কেঞ্চাৰ কৰিব পাৰে , লিভাৰ টিউমাৰ বা লিভাৰ নষ্ট কৰিব পাৰে , মানুহৰ প্ৰজনন তন্ত্ৰ নষ্ট কৰিব পাৰে , কিডনী নষ্ট কৰিব পাৰে আৰু লগতে এনে বহুত ৰোগ আছে , যিবোৰ এই বস্তুটো সামান্য পৰিমানে নিয়মিত নাকেৰে গলে বা মুখেৰে গলে বা ছালত থকা ছিদ্রৰে ভিতৰত গলেও হব পাৰে ।Assamese Health Tips ) 


 এই  ৰাসায়নিক দ্ৰব্যবিধ বিশ্বত আটাইতকৈ বেছি  বনায় BASF নামৰ এটা কোম্পানীয়ে । আচলতে BASF কোম্পানী জাৰ্মানৰ হলেও কোম্পানীৰ বিনিয়োগ কৰিছে বিল গেটছে ।।  বিল গেটছে বিশ্বত নিজৰ মিছন অনুসৰি কেঞ্চাৰ বিয়পোৱা , জনসংখ্যা ৰোধ কৰা আদি কাম চলাই আছে আৰু এইবোৰৰ বাবে আমাৰ চাৰিওফালে জাল পেলাই থৈছে ।।


 যদি কাৰোবাক প্ৰমাণ লাগে , তলৰ লিংক কেইটা খুলি চাব পাৰে ।।।


https://pubmed.ncbi.nlm.nih.gov/26184583/


https://www.ncbi.nlm.nih.gov/pmc/articles/PMC2890036/


https://www.ncbi.nlm.nih.gov/pmc/articles/PMC4260592/


Assamese Health Tips

বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় আচাৰ্য পংকজ পাঠক ডাঙৰীয়াৰ(যোগাযোগ - ৮৪৭২৯৯৬৩১৬)আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।( Assamese Health Tips ) 

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages