আপোনাৰ কণমানিটোৰ স্বাস্থ্য ৰক্ষাৰ বাবে এই সমূহ জানি লওক : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, March 11, 2022

আপোনাৰ কণমানিটোৰ স্বাস্থ্য ৰক্ষাৰ বাবে এই সমূহ জানি লওক : Assamese Health Tips

 

Assamese Health Tips

অন্নপ্ৰসন্নৰ পৰা  এঘাৰ মাহলৈ  বিশেষকৈ শিশুৰ সোৱাদ গ্ৰন্থি  বিকাশ হয় । এই সময়ত শিশুক এনেকুৱা খাদ্য খুৱাব লাগে , যিবোৰ খাদ্য গোটেই জীৱন খাব পাৰে ।Assamese Health Tips ) 


 এই সময়ত শিশুক বজাৰত পোৱা পেকেটৰ বস্তু নিদিব।  যদি শিশুক এই সময়ত আপুনি পেকেটৰ বস্তু যেনে চেৰেলাক আদি দিয়ে , তেন্তে  শিশুই কেৱল চেৰেলাকৰ সোৱাদ পাব । ভাতৰ সোৱাদ নাপাব । আজিকালি প্ৰায়বোৰ  শিশুৰ ক্ষেত্ৰত দেখা যায় যে বয়স 5-6  বছৰ হলে সিহঁতে একো খাব নোৱাৰা হয় । কোনো বস্তুৰ সোৱাদ নাপায় ।ইয়াৰ প্ৰধান কাৰণ হল  সোৱাদ গ্ৰন্থি বিকাশ হোৱাৰ সময়ত চেৰেলাক , lactogen আদি  খুওৱা ।। ভাতৰ সোৱাদ নাপায় কাৰণ সেই সময়ত ভাত নুখুওৱা ।  


সেই সময়ত পিঠাগুড়ি , পিঠাগুড়িৰ ৰুটি , গুড , ঘিঁউ , মৌ , মিছৰী আদি প্ৰচুৰ পৰিমাণে খুৱাব।   চেনী আৰু বজাৰৰ মিঠাই , চকলেট আদি ভুলটো নিদিব । চিনিৰ সলনি গুড আৰু মিছৰী ব্যৱহাৰ কৰিব পাৰে ।  সপ্তাহত দুদিন এটা খুদকনৰ সমান চূণ দাইলৰ লগত মিহলাই খুৱাব ।। চূণ খাবলৈ দিলে হাড়ৰ গঠন শক্তিশালী হব , হৃষ্টপুষ্ট হব , লিভাৰ শক্তিশালী হব আৰু  কেলচিয়ামৰ অভাৱ নহব । Assamese Health Tips ) 


এইদৰে কৰিলে আপোনাৰ শিশুৰ অইন শিশুৰ তুলনাত সকলো ফালৰ পৰা আগবঢ়া হব ।। 


লগতে মালিচ কৰাটো খুব দৰকাৰ । নিয়মিত মালিচ কৰিলে শিশুটিৰ মেডিকেল expense শূণ্য হব ।।  শিশুক 3 বছৰ হৈ গলে নিয়মিত ৰাতি শুৱাৰ সময়ত গৰম গাখীৰৰ লগত হালধি গুড়ি মিহলাই দিব । এইদৰে কৰিলে শিশুৰ প্ৰতিষেধক শক্তি বাঢ়িব ।।


অলাগতিয়াল বেজী , টীকা আদিৰ পৰা  শিশুটোক বচাই ৰাখিব ।।  কোনো ডক্টৰৰ ঔষধ খাব লগা হলে বা বেজী আদি দিব লগা হলে সেই বেজিটোৰ side affect ৰ বিষয়ে সুধি লব ।  নহলে এইবোৰে  শিশুক ভাল কৰিবলৈ গৈ ওলোটা ৰুগীয়া কৰে ।

Assamese Health Tips

বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় আচাৰ্য পংকজ পাঠক ডাঙৰীয়াৰ(যোগাযোগ - ৮৪৭২৯৯৬৩১৬)আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।( Assamese Health Tips ) 

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages