ধনবান হব বিছাৰে যদি বৃহস্পতিবাৰৰ দিনা পালন কৰক এইসমূহ নিয়ম : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, March 31, 2022

ধনবান হব বিছাৰে যদি বৃহস্পতিবাৰৰ দিনা পালন কৰক এইসমূহ নিয়ম : Assamese Fact

Assamese Fact


বৃহস্পতিবাৰৰ দিনটোত কেইবাটাও শুভ সংযোগ আছে। বৃহস্পতিবাৰৰ দিনটোত আপুনি কেইটামান নিয়ম মানি লৈ বেপাৰ বাণিজ্যত লাভৰ মুখ দেখাৰ লগতে ধনলাভ আৰু কামত সফলতাও লাভ কৰিব পাৰি। ( Assamese Fact )


যদি আপুনি আপোনাৰ ব্যৱসায় বিদেশ বা কোনো দূৰণি চহৰলৈ সম্প্ৰসাৰিত কৰিব বিচাৰিছে, তেন্তে বৃহস্পতিবাৰৰ দিনা কোনো ভৈৰৱ মন্দিৰলৈ গৈ ৫পোৱা ৰহৰ আগবঢ়াওক আৰু সেই সময়তে ১১টা গোটা ৰহৰ এখন ক'লা কাপোৰৰ বান্ধি ৰাখি সেইখিনি আপোনাৰ চন্দুক বা পেশীতে থৈ দিয়ক। এটা কথা মনত ৰাখিব যে, ৰহৰকেইটা লোৱাৰ সময়ত এই মন্ত্রটো জপ কৰিবলৈ নাপাহৰিব। "এম হ্ৰিং বটুকায় উৎপাদউদ্বাৰায় কুৰু কুৰু বটুকায় হ্ৰিং ঔম"। 


যদি আপোনাৰ ব্যৱসায় পাৰ্টনাৰে, আপোনাৰ সৈতে ভালদৰে সহযোগিতা কৰা নাই, তেন্তে আজি ৰুটিৰ সৈতে চেনি মিহলাই, তাৰ চুৰমা বনাই ভৈৰৱদেৱক ভোগ হিচাপে আগবঢ়ায়। লগতে- " ঔম হ্ৰিং উৎপাদউদ্বাৰায় কুৰু কুৰু বটুকায় হ্ৰিং ঔম মন্ত্রটো জপ কৰিব। আৰু তাৰ পিছত অলপমান ভোগ নিজেও গ্ৰহণ কৰিব আৰু বাকীখিনি বিলাই দিব। ( Assamese Fact )


যদি আপুনি জীৱনত উন্নতি কৰিব বিচাৰে, তেন্তে বৃহস্পতিবাৰে এখিলা তেজপাত লৈ, সেই তেজপাত খিলা বোৱতী পানীত উতোৱাই দিব লাগে। 


যদি আপুনি অনুভৱ কৰিছে যে, আপোনাৰ ঘৰত নিগেটিভ শক্তি বাঢ়িছে আৰু ঘৰৰ মানুহবোৰৰ কাৰোৰে কামত মন বঢ়া নাই, তেন্তে বৃহস্পতিবাৰে এডাল সূতা লৈ তাত সাতটা গাঁঠি মাৰি ঘৰৰ মূল গেটত বান্ধি ৰাখিব। লগতে, ঔম হ্ৰিং বটুকায় উৎপাদউদ্বাৰায় কুৰু কুৰু বটুকায় হ্ৰিং "মন্ত্রটো জপ কৰিব। 


যদি আপুনি বহু দিন ধৰি চাকৰি বিচাৰি আছে আৰু পোৱা নাই তেন্তে বৃহস্পতিবাৰে অলপ ক'লা তিল লৈ নিজৰ মূৰৰ ওপৰৰে ৭বাৰ ঘূৰাই দিব লাগে। ছয়বাৰ ঘড়ীৰ কাঁটাৰ দিশত আৰু অন্তিমবাৰ ওলোটাকৈ ঘূৰাব লাগে। তাৰপাছত তিলখিনি বোৱতী পানীত উতোৱাই দিব লাগে। 


যদি আপোনাৰ দাম্পত্য জীৱনত অশান্তি হৈ আছে আৰু সম্পর্কত ফাট মেলিছে, তেন্তে এই সমস্যাটো আঁতৰাবলৈ বৃহস্পতিবাৰে আপুনি ক'লা সুৰমা লব লাগে আৰু আপোনাৰ ঘৰৰ পৰা বহু দূৰত থকা নিৰ্জন ঠাইত মাটিত পুতি থব লাগে। (কথাখিনি সংগ্ৰহিত)।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ SMJ24 ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য ৰেখামনি চাৰিঙীয়াৰ দ্বাৰা প্ৰকাশিত।আপোনালোকেও যদি কোনো গল্প কবিতা ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।( Assamese Fact )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages