শাস্ত্ৰত মহিলা সকলৰ বিষয়ে উল্লেখ আছে এনেদৰে : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, March 19, 2022

শাস্ত্ৰত মহিলা সকলৰ বিষয়ে উল্লেখ আছে এনেদৰে : Assamese Fact

Assamese Fact


শাস্ত্ৰত স্ত্ৰী সকলক মুঠ পাঁচটা ভাগত বিভক্ত কৰা হৈছে,আৰু সেই ভাগ সমূহ তলত উল্লেখ কৰা ধৰনৰ-


 ১. শংখিনী -  শংখিনী স্বভাৱৰ স্ত্ৰীসকল অলপ ওখ হয়।ইয়াৰে কিছুমান শকত আৰু কিছুমান দুৰ্বল হয়।তেওঁলোকৰ নাক ডাঙৰ বা শকত আৰু চকু বিদ্যমান,মাতটো গম্ভীৰ হয়।( Assamese Fact )


 এওঁলোকে সদায় স্ফুৰ্তি,বা হাঁহি মাতি , আনন্দত থাকে। একো কাৰণ নোহোৱাকৈ খঙ কৰে। এওঁলোকে স্বামীৰ লগত অভিমান কৰি থাকে।শংখিনী স্ত্ৰীয়ে স্বামীৰ কথা শুনাটো গোলামী কৰা যেন অনুভৱ কৰে। 


এওঁলোকৰ মনটো সদায় ভোগ বিলাসত ডুবি থাকে। এওঁলোকৰ দয়া ভাৱনা নাই। সেই কাৰণে এওঁলোকে পৰিয়ালত থাকিও তেওঁলোকৰ পৰা দূৰত থাকে বেলেগে থাকে। এনেকুৱা স্ত্ৰী সংসাৰত অধিক থাকে। এনেকুৱা  স্ত্ৰীয়ে ইটোৰ আগত সিটোৰ কথা লগাই অৰ্থাৎ ইয়াৰ কথা তাৰ আগত কোৱা স্বভাৱৰ হয়। 


এওঁলোকে বহুত কথা কয়। সেই কাৰণে মানুহে এওঁলোকৰ সন্মুখত কম কথা কয়। এওঁলোকৰ আয়ু দীঘলীয়া হয়। পিতৃ আৰু স্বামীৰ কোল এওঁলোকৰ সন্মুখত নষ্ট হৈ যায়। শেষত এওঁলোক বহুত দুখি হৈ পৰে। সেই সময়ত মৰা সমান যেন অনুভৱ কৰে ইচ্ছা কৰে। কিন্তু মৃত্যু নহয়। 



২. চিত্ৰিনী - চিত্ৰিনী স্ত্ৰী সকল পবিত্ৰ তথা স্বজনক স্নেহ কৰা স্বভাৱৰ হয়। এওঁলোকে সকলো কাৰ্য বহুত খৰধৰকৈ কৰে। এওঁলোকৰ ভোগ ইচ্ছা কম।সাজোন- কাচোনত এওঁলোকৰ মন বেছি থাকে অৰ্থাৎ সাজোন- কাচোন কৰি এওঁলোকে বহুত ভাল পায়। 


এওঁলোকে অধিক কষ্টকৰ কাম কৰিব নোৱাৰে। কিন্তু এওঁলোক বুদ্ধিমান আৰু দূৰদৰ্শী হয়। গান , নৃত্য আৰু চিত্ৰ কলা এওঁলোকৰ বিশেষকৈ প্ৰিয়। এওঁলোক তীৰ্থ ,ব্ৰত আৰু সাধুসকলৰ  সেৱা কৰা স্বভাৱৰ হয়। চিত্ৰিনী স্ত্ৰী সকল দেখাত বহুত সুন্দৰ হয়। এওঁলোকৰ মূৰতো গোলাকাৰ,  অংগ কোমাল আৰু চকু চঞ্চল হয়। 


এওঁলোকৰ স্বৰ কুলীৰ দৰে হয়। চুলি ক'লা হয়। এনেকুৱা জাতিৰ ছোৱালী বহুত কম থাকে। যদি এওঁলোকৰ জন্ম দুখীয়া পৰিয়ালত হয়। তেতিয়া এওঁলোকে ভৱিষ্যতে পতৰাণী দৰে সুখ ভোগ কৰে।চিত্ৰিনী স্ত্ৰী সকলৰ অধিক সন্তান হোৱাৰ পাছতো প্ৰায় এওঁলোকৰ তিনিটা সন্তানহে জীয়াই থাকে। তাৰে এজনৰ ৰাজ যোগ থাকে।এই জাতিৰ ছোৱালীবোৰৰ আয়ু প্ৰায় ৪৮ বছৰ মানহে হয়।



৩. হস্তিনী- হস্তিনী ছোৱালীবোৰৰ স্বভাৱ সলনি হয় থাকে। এওঁলোকৰ ভোগ বিলাসৰ ইচ্ছা বহুত বেছি থাকে। এওঁলোক হাঁহি মুখীয়া হয়।ভোজন অধিক গ্ৰহণ কৰে। এওঁলোকৰ শৰীৰটো অলপ শকত হয়।


এলেহুৱা প্ৰকৃতিৰ হয়। গাল, নাক, কাণ, মগজুৰ ৰঙ বগা হয়। এওঁলোকৰ খঙ বহুত বেছি উঠে। কেতিয়াবা কেতিয়াবা এওঁলোকৰ স্বভাৱ বহুত বেয়া হৈ যায়। ভৰি আঙুলি বেকা-বেকি হয়। এওঁলোকৰ সন্তানৰ ভিতৰত ছোৱালী বেছি থাকে। একো বেমাৰ নোহোৱাকৈ ও এওঁলোক বেমাৰী দৰে হৈ থাকে।


 এওঁলোকৰ স্বামী প্ৰায়ে ধুনীয়া আৰু গুণবান থাকে। নিজৰ কাজিয়া লগা স্বভাৱৰ বাবে হস্তিনী ছোৱালীবোৰে পৰিয়ালত কলহৰ সৃষ্টি কৰে। স্বামী সদায় দুখি হৈ থাকে। এওঁলোকে ধৰ্মীক কাৰ্যৰ প্ৰতি অধিক আস্থা নাৰাখে। ( Assamese Fact )


সুস্বাদু খাদ্য খাই বহুত ভাল পায়। এওঁলোকৰ আয়ু প্ৰায় ৭৩ বছৰ হয়। বিবাহৰ ৪, ৮, ১২,১৬ বছৰত এওঁলোকৰ স্বামীৰ ভাগ্য উদয় হয়। এওঁলোকৰ দুষ্ট স্বভাৱৰ বাবে পৰিয়ালত এওঁলোকক কোনোও একো নকয় আৰু বেছি সুধা পুচা নকৰে।



৪.পুংশ্চলী- পুংশ্চলী স্বভাৱৰ ছোৱালীৰ মগজুৰ উজ্বলি থকা বিন্দু ও মলীন যেন দেখা যায়।এই স্বভাৱৰ ছোৱালীবোৰ পৰিয়ালৰ বাবে দুখৰ কাৰণ হৈ পৰে। এওঁলোকৰ লাজ অকনো নাথাকে। 


এওঁলোকে নিজৰ কাৰ্যৰে আনক আকৰ্ষিত কৰিব পাৰে।হাতত নৱ ৰেখা থাকে।যি চিত্ৰ, স্বাস্থ্য আদিৰ দৰে উত্তম ৰেখা লগত সংযোগ হৈ থাকে। এওঁলোকৰ মন স্বামীৰ অপেক্ষাতকৈ পুৰুষত বহুত থাকে। সেই কাৰণে কোনেও এওঁলোকৰ মান- সন্মান নকৰে। সকলোৱে এওঁলোকৰ অৱেহেলা কৰে।


পুংশ্চলী স্বভাৱৰ ছোৱালীৰ  গাত যৌৱন কালৰ প্ৰভাৱ ১২ বছৰতে দেখা পোৱা যায়। চকু ডাঙৰ আৰু হাত ,ভৰি সৰু হয়। এওঁলোকৰ স্বৰ তীক্ষ্ণ হয়।যদি কাৰোবাৰ লগত সামান্য ৰূপে কথা পাতে তেতিয়া এনেকুৱা লাগে যেন কাজিয়া কৰিছে। এওঁলোকৰ ভাগ্য আৰু পুণ্য ৰেখা ছিন্ন-বিচিন্ন  হৈ থাকে।হাতত দুডাল শংখ ৰেখা আৰু নাকত তিল থাকে।



৫. পদ্মীনী-  সকলোতকৈ উত্তম স্বভাৱৰ স্ত্ৰী সকলৰ মাজত পদ্মীনী সকলোতকৈ আগত থাকে। সামুদ্ৰিক শাস্ত্ৰৰ অনুসৰি পদ্মীনী স্ত্ৰী সকল শান্ত শিষ্ট ,  ধৰ্মত বিশ্বাস কৰা আৰু মাক-দেউতাকক সেৱা কৰা বিধৰ হয়।অতি ধুনীয়া হয়।


পদ্মীনী স্ত্ৰী সকলৰ গাৰ পৰা কমল ফুলৰ গোন্ধ আহি থাকে। এওঁলোক ওখ আৰু পাতল চুলিৰ হয়।মাত মিঠা হয়। প্ৰথম চাৱনিতে সকলোকে আকৰ্ষণ কৰে। এওঁলোকৰ চকু সামান্যতকৈ অলপ ডাঙৰ হয়। নিজৰ স্বামীৰ ফালে সমৰ্পিত হয়। 


নাক, কাণ, হাতৰ আঙুলি সৰু হয়। এওঁলোকৰ ডিঙি শংখৰ সমান হয়।মুখত সদায় আনন্দ দেখা পোৱা যায়। পদ্মীনী স্ত্ৰী সকলে প্ৰত্যেক ডাঙৰ পুৰুষক নিজৰ পিতৃ সমান আৰু নিজৰ বয়সৰ পুৰুষক ভায়েকৰ সমান আৰু সৰুক নিজৰ পুত্ৰ সমান বুলি ভাৱে। 


এওঁলোকে দেৱতা, মনুষ্য ,গন্ধৰ্ব সকলোৰে মন মোহি ল'ব পাৰে। সুভাগ্যৱতী, সন্তান আৰু পবিত্ৰতাত শ্ৰেষ্ঠ আৰু যোগ্য সন্তান উৎপন্ন কৰা তথা সকলো কথা মনা বিধৰ হয়। এওঁলোকে ৰঙা বস্ত্ৰ বহুত পচন্দ কৰে।এই জাতিৰ ছোৱালী বহুত কম থাকে। যাৰ এওঁলোকৰ লগত বিয়া হয়, সেই জন পুৰুষ বহুত ভাগ্যশালী হয়।



এই সংসাৰত বিভিন্ন ধৰণৰ স্ত্ৰী থাকে। কিন্তু আমি ইমানেই কম যে আমি সকলো মহিলাকে সন্মান কৰিব লাগে। কাৰণ এই জীৱনৰ গুৰি ও এগৰাকী মহিলায়ে। মহিলাৰ বিষয়ে আমি শব্দত প্ৰকাশ কৰিব নোৱাৰোঁ। নাৰীৰ হৃদয় সমুদ্ৰৰ দৰে বিশাল হয়।নাৰীৰ মহানতা , ত্যাগ আৰু সংঘৰ্ষৰ আগত সংসাৰ সদায় তল পৰি থাকে।( Assamese Fact )


নেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in



বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে, ধন্যবাদ। 

No comments:

Post a Comment

Advertisement

Pages