কামসূত্ৰত কেৱল সম্ভোগৰ বিষয়েহে উল্লেখ আছে নেকি : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, March 27, 2022

কামসূত্ৰত কেৱল সম্ভোগৰ বিষয়েহে উল্লেখ আছে নেকি : Assamese Fact

Assamese Fact


কামসূত্ৰৰ ৰচনা মহৰ্ষি বাতস্যায়নে কৰিছিল। সেইখনেই কামসূত্ৰ , যিখন পৃথিৱীৰ সকলোতকৈ বেছি বিক্ৰী হোৱা কিতাপ।Assamese Fact ) 

বাতস্যায়ন ঋষিয়ে এইখন তৃতীয় শতাব্দীৰ মধ্যৱৰ্তী ভাগত লিখিছিল। কিন্তু তাত লিখা কথাবোৰ ইমান প্ৰাসংগিক যে সেইবোৰৰ চৰ্চা আজিও কৰা হয় আৰু ভৱিষ্যতে ও কৰি থকা হ'ব বা কৰি থাকিব। 

য'ত আজিও ভাৰতীয় সমাজত ভোগ বিলাসক লৈ কথা বেছিকৈ পতা নহয়। অলপ ভাবক তেওঁ সেইসময়ৰ কাল পৰিস্থিতিত কামনাৰ বিষয়টোক বহুত সহজতাৰে লিখিছিল। আহঁক জানো এই বিষয়ে-


১. কোন আছিল বাতস্যায়ন ঋষি - বাতস্যায়ন ভাৰতবৰ্ষৰ মহান ঋষি আছিল। তেওঁ জন্ম গুপ্ত বৰ্ষৰ সময়তে হৈছিল।মহৰ্ষি বাতস্যায়নে কামসূত্ৰত অকল দাম্পতীক জীৱনৰে ব্যাখ্যা কৰা নাই।

 বৰন কলা, শিল্পকলা আৰু সাহিত্যকো সম্প্ৰাদিত কৰিছে। ইতিহাসকাৰী সকলৰ মাজত মহৰ্ষি বাতস্যায়নৰ নাম আৰু তেওঁৰ জীৱন কালক লৈ মতানৈক্য দেখা যায়। কিছুমান ইতিহাসকাৰীৰ মতে নীতিসাৰৰ ৰচনা কৰা কামন্দক, যি চাণক্যৰ প্ৰধান শিষ্য আছিল। তেওঁয়েই মহৰ্ষি বাতস্যায়ন আছিল। 

আনহাতে সুমন্ধু দ্বাৰা ৰচিত বাসবৈধ্যতাত কামসূত্ৰৰ ৰচনা মল্লনাগে কৰিছিল বুলি কোৱা হৈছে। অৰ্থাৎ বাতস্যায়নৰ নাম মল্লনাগো আছিল।



২. ব্ৰহ্মচাৰী আছিল কামসূত্ৰৰ ৰচনা কৰা মহৰ্ষি বাতস্যায়ন - কামসূত্ৰ গ্ৰন্থ, য'ত কামনাক বিষয়ৰ বিশেষ জ্ঞান নিৰ্হিত। তাৰ ৰচনা কৰা মহৰ্ষি বাতস্যায়ন এজন ব্ৰহ্মচাৰী আৰু সন্যাসী আছিল। 

ইয়াৰ পিছতো তেওঁৰ কামনাৰ বিষয়ে বিশেষ জ্ঞান আছিল। কোৱা হয় মহৰ্ষি বাতস্যায়নে কামসূত্ৰ বৈশালীলৈ গৈ দেখা পোৱা মুদ্ৰা ,নগৰবধু আৰু বেশ‌্যাসকলৰ অনুভৱৰ বিষয়ে লিখিছে।

কামোকতা বিষয়ক তেওঁ বহুত নতুন আৰু সুন্দৰ আভাস দিছে।বনাৰসত বহুত দীঘলীয়া সময় পাৰ কৰা মহৰ্ষি বাতস্যায়ন ঋষি বহুত জ্ঞানী, দাৰ্শনিক ,বিচাৰ আৰু বেদৰ জ্ঞাতা আছিল।Assamese Fact ) 



৩. ভোগ বিলাসক‌ লৈ মহৰ্ষি বাতস্যায়নৰ বিচাৰ- ইতিহাসকাৰী সকলৰ মতে মহৰ্ষি বাতস্যায়নৰ এনেকুৱা লাগিল কামোকতাৰ বিষয়ক লৈ খুলি চৰ্চা হ'ব লাগে। 

তেওঁৰ মতে ইয়াক নেদেখা ভাওঁ ধৰিব নালাগে।এই উদ্দেশ্যৰে তেওঁ এই কিতাপখনৰ ৰচনা কৰিছিল। তেওঁ নিজৰ কিতাপখনৰ মাধ্যমেৰে এইটো সুনিশ্চিত কৰিবলৈ চেষ্টা কৰিছিল যে মানুহে এই সমন্ধে ভালকৈ জানে।



৪. কামসূত্ৰত কি আছে - কামসূত্ৰত সম্ভোগ প্ৰকাৰ আৰু ক্ৰিয়া লগত জড়িত বহুত মহত্বপূৰ্ণ তথ্যৰ সংগ্ৰহ কৰা হৈছে।

কামসূত্ৰ প্ৰতি মানুহৰ এইটো ধাৰণা যে এইখন অকল সম্ভোগৰ লগত জড়িত কিতাপ। কিন্তু এইয়া বাস্তৱিকতা নহয়। বাস্তৱত যদি সকাৰাত্মক ৰূপে কামসূত্ৰত চোৱা হয় তেতিয়া এইখন বহুত আনন্দদায়ক সংগ্ৰহৰ গ্ৰন্থ।

এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in



বিঃদ্ৰঃ আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ।  Assamese Fact ) 


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup 


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page




No comments:

Post a Comment

Advertisement

Pages