মহিলাসকৰ বিষয়ে এই ৩ টা কথা শুনিবলৈ বেয়া যদিওঁ কিন্তু সত্য : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, March 22, 2022

মহিলাসকৰ বিষয়ে এই ৩ টা কথা শুনিবলৈ বেয়া যদিওঁ কিন্তু সত্য : Assamese Fact

Assamese Fact



ভগৱান শ্ৰীকৃষ্ণয়ে মহিলাৰ বিষয়ে এনেকুৱা কিছুমান কথা কৈছে যিবোৰ শুনিবলৈ বহুত বেয়া অৰ্থাৎ গাত লগা।কিন্তু আজিকালি বৰ্তমান সময়ত এইবোৰ প্ৰায়ে সচাঁ হোৱা যেন লাগে। ভগৱান কৃষ্ণয়ে কোৱা সেই সমূহ কথাৰ বিষয়ে জানো আহঁক।( Assamese Fact )


সনাতন ধৰ্মত মহিলাসকলক দেৱী মাৰ স্থান দিয়া হয়। মহিলাসকল‌ আমাৰ সন্মুখলৈ বহুত ৰূপত আহে। সকলোতকৈ প্ৰথমে মা, ভন্টি আৰু এজনী পত্নীৰ ৰূপত নিজৰ সকলো দায়িত্ব জীৱনজুৰি পালন কৰে। 


মহিলাসকলৰ এইসমূহ ৰূপ সত্য। কিন্তু সমাজত কিছুমান এনেকুৱা ও মহিলা আছে যিসকলক দেৱী মাৰ স্থান দিয়াতো দেৱী মাক অপমান কৰা সমান হয়। এনেকুৱা মহিলাবোৰে প্ৰায়েই পৰিয়ালৰ নাশ কৰে। 


তথ্যৰ অনুসৰি এইসমূহ মহিলাৰ নীতি চাণক্যৰ নীতিটো কোৱা হৈছে। কিছুমান এনেকুৱা অপবিত্ৰ মহিলা থাকে, যিয়ে আপোনাৰ পৰিয়ালতো নাশ কৰাৰ কাম কৰে।এনে মহিলাসকলৰ কথায়ে ভগৱান কৃষ্ণয়ে কৈছে। 


অপবিত্ৰ মহিলাসকলে সমাজৰ লগতেই সেই পৰিয়ালটোৰো নাশ কৰাৰ কাম কৰে য'ত তেওঁলোক থাকে।যাৰ চাল চলন ভাল নহয় তেনেকুৱা মহিলাক অপবিত্ৰ মহিলা বুলি কোৱা হয়। যিসকল মহিলায়ে নিজৰ স্বামী থকাৰ পাছতো আন পুৰুষৰ লগত ভোগ বিলাস কৰে। এনেকুৱা মহিলাক অপবিত্ৰ বুলি কোৱা হয়। 


এনেধৰণৰ মহিলাসকলক কোনো সমাজতে উচ্চ স্থান দিয়া নহয়। তেওঁলোক সকলোতে তুচ্চ মহিলা বুলি পৰিগণিত হয়। এইসকল মহিলায়ে ঘৰখন নাশ হোৱা কাৰণ হৈ পৰে। আগলৈ ভগৱান শ্ৰীকৃষ্ণয়ে কয় যে কিছুমান মহিলাই মিছা আৰু কথাবোৰ এটাতে দুটা লগাই কয়। তেওঁলোকে বেছিভাগ মিছা কথাৰ সহায় লয়। 


শ্ৰীকৃষ্ণয়ে কৈছে যদি আপোনাক যিকোনো মহিলাই লাগিলে সেইয়া আপোনাৰ মা হওঁক, পত্নী বা অন্য মহিলা হওঁক, তেওঁ যদি আপোনাক কোনোবা আনৰ বিষয়ে বেয়া কথা কৈছে। তেতিয়া আপুনি তেওঁৰ লগত কাজিয়া নকৰিব। ন'হলেবা আপুনি বহুত বিপদৰ সন্মুখীন হ'ব। ( Assamese Fact )


কাৰণ কিছুমান মহিলাই মিছা আৰু কথাবোৰ এটাতে দুটা লগাই কোৱাত পাকৈত। সেই কাৰণে যদি আপুনি মহিলাসকলৰ কথা শুনি আনৰ লগত কাজিয়া কৰিবলৈ যাব লৈছে, তেতিয়া আপুনি আগতে সেই কথাটো হয়নে নহয় তাৰ বিষয়ে ভালকৈ জানি লওঁক। তাৰ পিছতহে নিজৰ সিদ্ধান্ত লওঁক। 


যদি আপুনি মহিলাৰ ওপৰত বিশ্বাস কৰে, তেতিয়া কৰক একো কথা নাই। কিন্তু তেওঁৰ ওপৰত বিশ্বাস ,ভাবি চিন্তিহে কৰক। কাৰণ সকলোকে যদি বিশ্বাস নথকাকে বিশ্বাস কৰে তেতিয়া আপুনি বহুত বিপদৰ সন্মুখীন হ'ব। 


ভগৱান কৃষ্ণয়ে কয় যে যিসকল মহিলা ঘৰ, গৃহস্থী চলোৱাত অসমৰ্থ,যিসকল মহিলাৰ ঘৰ, গৃহস্থী চলোৱাৰ জ্ঞান নাই, তেনেকুৱা মহিলাৰ হাতত ঘৰৰ দায়িত্ব দিব নালাগে। অৰ্থাৎ এনেকুৱা মহিলাক ঘৰত আগস্থান দিয়াতো মূৰ্খতা। এনেকুৱা মহিলাক ঘৰৰ কামতেই বেছিভাগ সময় ব্যস্ত কৰি ৰাখিব লাগে।এনেকুৱা মহিলাক ঘৰৰ দায়িত্ব দি দিলে, ঘৰখন নাশ কৰিব পাৰে। 


যিসকল মহিলায়ে কথা কেনেকৈ ক'ব লাগে নাজানে, ডাঙৰ আৰু সৰুক চিনি নাপায়, তেনেকুৱা মহিলাক অশুভ বুলি কোৱা হয়। পৰিয়ালৰ কাৰণে অশুভ নাৰীয়ে কেতিয়াও ঘৰখনক স্বৰ্গ কৰি তুলিব নোৱাৰে। 


ভগৱান কৃষ্ণয়ে মহিলাৰ বিষয়ে কোৱা এইসমূহ কথা আজিকালি বৰ্তমান সময়ত প্ৰায়ে সচাঁ হৈ পৰিছে। যদি এনেকুৱা তুচ্চ নাৰীক ঘৰখনৰ দায়িত্ব দিয়া হয়, তেতিয়া এনেকুৱা নাৰীয়ে ঘৰখন বৰবাদ কৰি দিয়ে। 


সেই কাৰণে ঘৰৰ মহিলাসকলে সদায় প্ৰেম আৰু বিশ্বাসেৰে নিজৰ ঘৰ তথা পৰিয়ালত থাকিব লাগে।পৰিয়ালৰ সকলো সদস্যৰ লগত ভালকৈ ব্যৱহাৰ কৰিব লাগে।ঘৰলৈ অহা আলহীক ভালকৈ স্বাগত কৰিব লাগে। তেতিয়াহে মহিলাসকলে ঘৰখনক স্বৰ্গ কৰি তুলিব পাৰিব।( Assamese Fact )


নেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in



বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে, ধন্যবাদ। 



No comments:

Post a Comment

Advertisement

Pages