প্ৰেম বিচ্ছেদৰ পিছত নিজকে এনেদৰে আনন্দিত ৰাখক : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, March 29, 2022

প্ৰেম বিচ্ছেদৰ পিছত নিজকে এনেদৰে আনন্দিত ৰাখক : Assamese Fact

Assamese Fact

 জীৱনৰ সকলো বস্তু আপোনাৰ ইচ্ছাৰ অনুসৰি নচলে। বহুবাৰ কিছুমান এনেকুৱা বস্তুৰ সন্মুখীন হ'ব লগা হয় ,যিবোৰ আমি ভাবিয়েই নোৱাৰোঁ।Assamese Fact ) 


যেতিয়া সম্পৰ্কবোৰ ভাগি যাবলৈ ধৰে। এনেকুৱাত যিসকল মানুহ ব্ৰেক-আপৰ মাজেৰে পাৰ হৈ যায় তেওঁলোক হৃদয়খন বহুত ভাগি পৰে।এনেকুৱাত নিজৰ মনৰ কষ্ট দূৰ কৰিবলৈ আপুনি কিছুমান উপায় অৱলম্বন কৰিব পাৰে।


১. নিজক অলপ আঁতৰাই আনক - ব্ৰেক-আপৰ পিছত আপুনি আপোনাৰ এক্সক সম্পূৰ্ণ ৰূপে নিজৰ জীৱনৰ পৰা আঁতৰাই বা উলিয়াই দিয়ক। অনলাইনতো তেওঁক চাই নাথাকিব। এনেকুৱা কৰিলে আপুনি মনটো শান্ত কৰি ৰাখিব পাৰিব।


২. নিজকে ৰাখক ব্যস্ত - হ'ব পাৰে ব্ৰেক- আপৰ পিছত আপুনি নিজকে বহুত আধৰুৱা যেন অনুভৱ কৰিব। বিশেষকৈ তেতিয়া যেতিয়া আপুনি কামৰ পৰা আজৰি পাব। এনেকুৱাত আপুনি আগতেই প্লেন বনাব লাগে। পিছদিনা কি কৰিব বা কি কি কৰি ব্যস্ত থাকিব। Assamese Fact ) 


৩. নিজৰ কাৰণে সময় উলিয়াওক - ব্ৰেক- আপৰ পিছত আৰাম কৰক আৰু নিজৰ লগত সময় কটাওক। সেই সময়ত আপুনি নিজৰ ভাল লগা ৱেবচিৰিচ বা চিনেমা চাব পাৰে। ইয়াৰ উপৰিও আপুনি যদি নাচি ভাল পায় , তেতিয়া নিজৰ ভাল লগা গানত নাচিব পাৰে। একো কৰিবলৈ মন নগ'লে আপুনি নিজৰ ভাল লগা খাদ্য অৰ্ডাৰ কৰি ভালকৈ বহি আনন্দমনে খাব পাৰে।


৪. মদ আৰু নিচাযুক্ত দ্ৰব্যৰ পৰা দূৰত থাকক - ব্ৰেক- আপৰ পিছত আপুনি বেয়া বস্তুৰ প্ৰতি আকৰ্ষিত হ'ব পাৰে। এনেকুৱাত এই কথাটো ধ্যান ৰখাৰ প্ৰয়োজন যে আপোনাৰ কাৰণে কি ভাল আৰু কি বেয়া। বেয়া বস্তুৰ পৰা আতঁৰি থাকক । নহ'লে ইয়াৰ অভ্যাস গঢ় লৈ উঠিব পাৰে।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in



বিঃদ্ৰঃ আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ।  Assamese Fact ) 


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup 


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page



No comments:

Post a Comment

Advertisement

Pages