ভ্ৰমন আনন্দৰে কৰিবলৈ পালন কৰক এইসমূহ বাস্তু নিয়ম : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, March 25, 2022

ভ্ৰমন আনন্দৰে কৰিবলৈ পালন কৰক এইসমূহ বাস্তু নিয়ম : Assamese Fact

 

Assamese Fact

কোৱা হয় বেয়া সময় কৈ নাহে। দুৰ্ঘটনা যিকোনো স্থানত, যিকোনো সময়তে হ'ব পাৰে।যদি আপুনি কৰবালৈ যোৱাৰ পৰিকল্পনা কৰি আছে। তেতিয়া,আপুনি বাস্তু শাস্ত্ৰৰ কিছুমান পদ্ধতি গ্ৰহণ আৱশ্যক কৰিব লাগে। Assamese Fact ) 


এইসমূহ পদ্ধতি গ্ৰহণ কৰিলে আপোনাৰ যাত্ৰা সুখদায়ক হোৱাৰ লগতে দুৰ্ঘটনাৰ পৰাও পৰিত্ৰাণ পাব।জানো আহঁক এইসমূহ উপায়ৰ বিষয়ে-



গায়ত্ৰী মন্ত্ৰ উচ্চাৰণ কৰি আপোনাৰ যাত্ৰা আৰম্ভ কৰক।যদি আপুনি যাত্ৰা কৰি আছে, তেতিয়া বতৰ বা প্ৰকৃতিৰ সৈতে সম্পৰ্কিত স্থানবোৰৰ বা বস্তুবোৰৰ বিষয়ে কেতিয়াও বেয়াকৈ কথা নক'ব।


যাত্ৰা আৰম্ভ কৰাৰ আগতেই যদি আপুনি সাজিকাচি থকা বিবাহিত মহিলা বা গৰু পোৱালিয়ে গাখীৰ খাই থকা দেখে তেতিয়া এইটো শুভ সংকেত।যাত্ৰা আৰম্ভ আগতে গাখীৰ, দৌ, ঘিঁউ, ফল, ফুল,চাউল যদি সন্মুখলৈ আহে, তেতিয়া ইয়াক এটা ভাল লক্ষণ বা শুভ সংকেত বুলি গণ্য কৰা হয়।


যাত্ৰা কৰাৰ আগতেই ঘৰত থকা ভগৱান গণেশক প্ৰাৰ্থনা কৰক আৰু এটা মনোৰম যাত্ৰাৰ বাবে কামনা কৰক।আপুনি যাত্ৰা আৰম্ভ  কৰাৰ আগতে আপোনাৰ ইষ্ট দেৱতাক মনত পেলাওঁক।Assamese Fact ) 


বাস্তু শাস্ত্ৰ অনুসৰি, আপুনি যাত্ৰা আৰম্ভ কৰাৰ আগতে আপোনাৰ ঘৰত কফু গুটিৰ ধোঁৱা দিয়ক। সৰিয়হৰ তেলৰ চাকিত লং মিলাই ঘৰত জ্বলাওক। এনেকুৱা কৰিলে বাতাবৰণত  ইতিবাচকতা আহিব।


ঘৰৰ পৰা ওলাই যোৱাৰ আগতে, আইনাখন চাওঁক আৰু দৈ খোৱাৰ পিছতহে ঘৰৰ বাহিৰলৈ যাওঁক। যাত্ৰা কৰি থাকোঁতে য'তেই ৰৈ যাওঁক লাগিলে, উত্তৰৰ ফালে মুখ কৰি শুব নালাগে। 


যাত্ৰা কৰি থাকোঁতে ৩-৫ দিনলৈকে ক'তো ৰ'ব নালাগে।যদি আপুনি ধৰ্মীয় যাত্ৰা কৰিব , তেন্তে যোৱাৰ আগতে, আপুনি হনুমান মন্দিৰত চোলা বা কাপোৰ অৰ্পণ কৰক।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in



বিঃদ্ৰঃ আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ।  Assamese Fact ) 


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup 


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page




No comments:

Post a Comment

Advertisement

Pages