মহাশিৱ ৰাত্ৰি ২০২২ চনৰ শুভ যুগ : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, February 28, 2022

মহাশিৱ ৰাত্ৰি ২০২২ চনৰ শুভ যুগ : Religious Studies

 

Religious Studies


১ মাৰ্চ মহাশিৱ ৰাত্ৰিৰ দিনা ৰাতি শুৱাৰ আগত মনে মনে ঝাৰু তলত লোকোৱাই থওঁক এটা বস্তু। মা লক্ষ্মী দৌৰি অহাৰ দৰে আহিব আপোনাৰ ঘৰলৈ। ( Religious Studies )


মহাশিৱ ৰাত্ৰি শিৱ আৰু পাৰ্বতীৰ মহামিলনৰ পৰ্ব। এইবাৰ মহাশিৱ ৰাত্ৰি ২০২২ চনৰ ১ মাৰ্চৰ মঙ্গলবাৰৰ দিনা পালন কৰা হ'ব। এইবাৰৰ  মহাশিৱ ৰাত্ৰি বহুত শুভ যুগ আৰু দূৰ্লভ সুযোগৰ সৈতে আহিছে। 


এইবাৰৰ  মহাশিৱ ৰাত্ৰিত বিশেষ সংযোগ স্থাপন হ'ব।১ মাৰ্চত এই মহাশিৱ ৰাত্ৰি দুটা শুভ সুযোগ স্থাপন হ'ব।ধনুষ্ঠা নক্ষত্ৰত পৰিধ যুগ আৰু লগতে এইদিনা পঞ্চগ্ৰহী যুগ ও স্থাপন হ'ব। চতুৰ্দশী তিথি আৰম্ভ হ'ব ১ মাৰ্চৰ ৰাতিপুৱা ৩ টা বাজি অৰ্থাৎ প্ৰাতঃ ৩ টা বাজি ১৬ মিনিটৰ পৰা। শেষ হ'ব ২ মাৰ্চৰ ৰাতি ১ টা বজাত।


মহাশিৱ ৰাত্ৰি দিনা ভগৱান শিৱ আৰু পাৰ্বতীৰ পূজা কৰা হয়। এইদিনা শিৱ আৰু পাৰ্বতীৰ বিয়া হৈছিল। এই দিনা ৰাতি চাৰি ঘন্টা পূজা কৰিব লাগে। নিশ্চিত কালৰ যি শুভ মহূৰ্তত হ'ব সেইয়া ৰাতি ১২ টা বাজি ৫ মিনিটৰ পৰা ৰাতি ১২  টা বাজি ৫৮ মিনিটলৈকে থাকিব। অৰ্থাৎ ৫০ মিনিটৰ পূজাৰ যি শুভ মহূৰ্তত থাকিব, তেতিয়া আপুনি ভগৱান শিৱক পূজা কৰি প্ৰসন্ন কৰিব পাৰিব। 


এইবাৰৰ মহাশিৱ ৰাত্ৰিত বহুত প্ৰকাৰৰ ৰাজ যুগ আৰু দূৰ্লভ ধন যুগৰ নিৰ্মাণ হৈছে। যদি আপুনি  মহাশিৱ ৰাত্ৰিৰ দিনা ৰাতি শুৱাৰ আগত মনে মনে ঝাৰু তলত লোকোৱাই থয় এটা বস্তু তেতিয়া মা লক্ষ্মী দৌৰি অহাৰ দৰে আহিব আপোনাৰ ঘৰলৈ।


 ঝাৰু সকলোৰে ঘৰতে থাকে। ঝাৰুক মা লক্ষ্মীৰ লগত জড়িত কৰি চোৱা হয়।ঝাৰুৰ লগত জড়িত বহুত শুভ আৰু অশুভ ফলো আছে। ঝাৰু কেতিয়া কিনিব, ক'ত ৰাখিব , কেনেকৈ ৰাখিব, কেতিয়া পেলাব ,ঝাৰু  তলত এনেকুৱা কি হেঁচা দি বা লোকাৱাই থ'ব লাগে মহাশিৱ ৰাত্ৰিৰ দিনা যাতে জীৱনলৈ সুখ-সমৃদ্ধি আহে আৰু সমস্যা নাইকীয়া হৈ যায়। আহঁক জানো এইসমূহৰ বিষয়ে। 


ঝাৰু মা লক্ষ্মীৰ প্ৰতীক বুলি কোৱা হয়। দৰিদ্ৰতা দৰে সমস্যা ঘৰৰ পৰা বাহিৰলৈ উলিয়াই দিয়ে।ঝাৰুৰ লগত জড়িত বহুত প্ৰয়োগ আছে। আজি আমি আপোনালোক বিশেষ এটা কথা কম। যিবোৰে আপোনাক বহুত সমস্যা পৰা সকাহ দিব।


ঝাৰু মা লক্ষ্মীৰ প্ৰতীক বুলি কোৱা হয়। আৰ্থিক সম্পূৰ্ণতাৰ বাবে বহুত ঝাৰুৰ প্ৰয়োগ কৰা হয়। কিন্তু সৰু সৰু বস্তুৱে ও বহুত প্ৰভাৱ পেলায়।আজি আমি কিছুমান বিশেষ কথা কম ঝাৰুৰ লগত জড়িত। যদি সৰু সৰু বস্তুৰ ওপৰত ধ্যান দিয়ে, তেতিয়া ঘৰৰ পৰা হাই-কাজিয়া নাইকীয়া হ'ব আৰু ঘৰত মা লক্ষ্মীয়ে বাস কৰিব।


যদি আমি জ্যোতিষ শাস্ত্ৰৰ কথা মানো তেতিয়া ঝাৰুৰ মহত্ব বহুত বেছি। বেমাৰ দূৰ কৰা চিতলা মায়ে নিজৰ হাতত ঝাৰু লৈ থাকে। সেই কাৰণে ঝাৰুৰ ব্যৱহাৰ কৰোতে কিছুমান কথাৰ ধ্যান ৰাখিব লাগে।  মহাশিৱ ৰাত্ৰিৰ দিনা সূৰ্য অস্ত যোৱাৰ পাছত ঝাৰু দি হাৰিব নালাগে। মান্যতা অনুসৰি সূৰ্য অস্ত যোৱাৰ পাছত ঝাৰুৱেই নহয় মুচিব ও নালাগে। ন'হলেবা মা লক্ষ্মী ৰুস্থ হৈ পৰে।


যদি আপুনি ঝাৰু দি হাৰে তেতিয়া জাৱৰখিনি বাহিৰত নেপেলাব।জ্যোতিষ শাস্ত্ৰৰ মতে ঝাৰু সদায় একেই ঠাইতে থ'ব লাগে। বেলেগত থ'ব নালাগে। ঝাৰুৰ ওপৰেদি পাৰ হৈ যাব নালাগে। এনেকুৱা কৰা মানে আৰ্থিক সমস্যা সন্মুখীন হোৱা।মহাশিৱ ৰাত্ৰিৰ দিনা সপোনত ঝাৰু দেখা মানে মা লক্ষ্মীৰ আগমনৰ সংবাদ পোৱা। ( Religious Studies )


মা লক্ষ্মীৰ কৃপাত আপোনাৰ ঘৰলৈ ধন আহিবয়েই। সেই কাৰণে মহাশিৱ ৰাত্ৰিৰ দিনা সপোনত ঝাৰু দেখা মানে বহুত ভাল সংকেত। মহাশিৱ ৰাত্ৰিৰ বাহিৰে বেলেগ দিনা দেখিলে গৰুক ন'হলেবা গছক শুনাই দিয়ক। তেতিয়া ইয়াৰ বেয়া প্ৰভাৱ নাইকীয়া হৈ পৰিব। 


বহুত দিনৰ পৰা যদি ঝাৰু আপোনাৰ ঘৰত আছে , তেতিয়া পেলাই দিয়ক। ঘৰত বেয়া আৰু ভগা চিগা ঝাৰু  থ'ব নালাগে আৰু ব্যৱহাৰ কৰিব নালাগে। বেয়া ঝাৰুৱে দি  হাৰিলে কাঠিবোৰ সৰি সৰি পৰিব আৰু জীৱনলৈ ধনৰ সমস্যা আহিব।পুৰণা ঝাৰু ঘৰত কেতিয়াও নাৰাখিব।


 এইবাৰৰ মহাশিৱ ৰাত্ৰিৰ দিনা নতুন ঝাৰু ঘৰলৈ পাৰিলে আনক আৰু ব্যৱহাৰ কৰক। পুৰণা ঝাৰু আপুনি এই দিনা পেলাই দিব লাগে। বিশেষ লাভ হ'ব। বহুত শুভ মহূৰ্তত এইবাৰৰ মহাশিৱ ৰাত্ৰি পালন কৰা হ'ব।মহাশিৱ ৰাত্ৰিৰ দিনা ৰাতি শুৱাৰ আগত মনে মনে ঝাৰু তলত লোকোৱাই থওঁক এটা বস্তু। মা লক্ষ্মী প্ৰসন্ন হৈ পৰিব। 


মহাশিৱ ৰাত্ৰিত বিশেষকৈ ভগৱান শিৱ আৰু পাৰ্বতীক পূজা কৰা হয়। কিন্তু এইবাৰৰ মহাশিৱ ৰাত্ৰিত বহুত প্ৰকাৰৰ ৰাজ যুগ আৰু দূৰ্লভ ধন যুগৰ নিৰ্মাণ হৈছে। যাৰ ফলত এইদিনা মা লক্ষ্মী বহুত প্ৰসন্ন হৈ থাকিব।মহাশিৱ ৰাত্ৰিৰ দিনা ৰাতি শুৱাৰ আগত মনে মনে ঝাৰু তলত লোকোৱাই থওঁক এটা বস্তু। তেতিয়া গোটেই জীৱন গোটেই বছৰ মা লক্ষ্মী কৃপা আপোনাৰ ওপৰত থাকিব। কেতিয়াও ধনৰ অভাৱ নহয়। মা লক্ষ্মী দৌৰি অহাৰ দৰে আহিব আপোনাৰ ঘৰলৈ। 


ধন যিদৰে আমি লোকোৱাই ৰাখো। তেনেকে আমি ঝাৰু ও লোকোৱাই ৰাখিব লাগে। ধাকি বা মানুহৰ চকুৰ পৰা আতঁৰাই ৰাখিব লাগে। ভুলতো বাহিৰত ঝাৰু থ'ব নালাগে। ন'হলেবা বহুত সমস্যা আহিব পাৰে।বাহিৰত ঝাৰু থ'লে জীৱনত কষ্ট বাঢ়িব। এনেকুৱা নকৰিব।ঝাৰু সদায় একেই ঠাইতে থ'ব লাগে।ঝাৰু থোৱা সঠিক ঠাই বা দিশ হ'ল উত্তৰ-পশ্চিম। 


কেতিয়াও পাকঘৰত ঝাৰু নথ'ব। কেতিয়াবা সৰু ল'ৰা ছোৱালীয়ে ঝাৰু লৈ য'তে -ত'তে সাৰে এনেকুৱা কৰিব নালাগে। ঝাৰু ব্যৱহাৰ কৰা আগত তাত অলপ পানী চেতিয়াই লওঁক। তেতিয়া মা লক্ষ্মীৰ বিশেষ কৃপা আপুনি লাভ কৰিব।মহাশিৱ ৰাত্ৰিৰ দিনা ৰাতি শুৱাৰ আগত যদি আপুনি ঝাৰুৰ তলত মনে মনে অলপ ক'লা তিল লোকোৱাই ৰাখে বা থয়, তেতিয়া ইয়াৰ ফলত ঘৰৰ নকাৰাত্মকতা দূৰ হ'ব। 


পাছত আহঁত গছ বা পানীত পেলাই আপুনি গুচি আহঁক। বিশেষ লাভ হয়।মহাশিৱ ৰাত্ৰিৰ দিনা ৰাতি শুৱাৰ আগত যদি আপুনি ঝাৰুৰ তলত মনে মনে ১টকা এটা থৈ দিয়ে। তেতিয়া মা লক্ষ্মীৰ কৃপাত আপোনাৰ ঘৰত ধনৰ অভাৱ নহ'ব। সদায় আপোনাৰ ঘৰলৈ ধনৰ আগমন হ'ব। 


শুবাৰ আগত একো নথলেও লং ,ইলাচী থ'ব লাগে। ইয়াৰ ফলত মা লক্ষ্মীৰ কৃপা সদায় লাভ কৰিব আৰু জীৱনত ধনৰ অভাৱ নহয়। মহাশিৱ ৰাত্ৰি শিৱক সমৰ্পণ কৰা হয়।  কিন্তু এইবাৰ বহুত ৰাজ যুগ হোৱাৰ কাৰণে আপুনি যদি মা লক্ষ্মী কৃপা পাব বিচাৰে, তেতিয়া ঝাৰুৰ তলত বেলেগ নথ'লেও ধনিয়া থৈ দিয়ক। ইয়াৰ ফলত বহুত লাভ হ'ব। ধনিয়া মা লক্ষ্মীৰ প্ৰতীক বুলি কোৱা হয়। 


ৰঙা জলকীয়া ও থ'ব পাৰে ইয়াৰ ফলত নকাৰাত্মকতা নাইকীয়া হ'ব। সকাৰাত্মকতাৰ সঞ্চালন হ'ব আৰু সুখ সমৃদ্ধি থাকিব। মহাশিৱ ৰাত্ৰিৰ দিনা ৰাতি শুৱাৰ আগত যদি আপুনি এইসমূহ বস্তু ৰাখে। তেতিয়া আপোনাৰ ওপৰত মা লক্ষ্মীৰ কৃপা সদায় থাকিব। 


হালধী বা ১ টকা এটা  ৰাখিব পাৰে , তেতিয়া মা লক্ষ্মীৰ বিশেষ কৃপা প্ৰাপ্ত হ'ব। এইবাৰ মহাশিৱ ৰাত্ৰি বহুত ভাল হ'ব। সেই কাৰণে ৰাতি শুৱাৰ আগত এইসমূহ বস্তু ঝাৰুৰ তলত থৈ দিব , তেতিয়া আপোনাৰ ওপৰত সদায় মা লক্ষ্মীৰ কৃপা থাকিব। ধন কম নহয়।


Religious Studies )


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে। একাংশ পাঠকৰ ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি লেখাটো আগবঢ়ালো , ধন্যবাদ। 


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page







1 comment:

  1. জাৰুৰ তলত ১ টকাতো ঠোৱাৰ পিছত ১ টকাতো কি কৰিম

    ReplyDelete

Advertisement

Pages